• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰতিখন গাঁৱতে এটা পুথিভঁৰাল থকাটো প্ৰয়োজনীয় : উত্তৰ-পূব গ্ৰন্থমেলা উদ্বোধন কৰি উপৰাষ্ট্ৰপতি ভেংকায়া নাইডুৰ বক্তব্য

এন ই নাও নিউজ by এন ই নাও নিউজ
November 1, 2019 8:49 pm
Vice president of India

ভেংকায়া নাইডু

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত আজিৰে পৰা অনুষ্ঠিত হোৱা ২১ সংখ্যক উত্তৰ-পূব গ্ৰন্থমেলা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে দেশৰ উপৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে।

গ্ৰন্থমেলাখন আনুষ্ঠানিকভাৱে মুকলি কৰি দিয়া ভাষণত নাইডুৱে পুথিভঁৰাল আন্দোলনৰ কথা উল্লেখ কৰি ৰাজ্যৰ প্ৰতিখন গাঁৱতে এটা পুথিভঁৰালৰ স্থাপনৰ পোষকতা কৰে।

Apply Now

কিতাপ পঢ়াৰ বিষয়ে উল্লেখ কৰি উপৰাষ্ট্ৰপতিগৰাকীয়ে কিতাপ পঢ়া অভ্যাসে মানুহৰ মন আৰু মগজুৰ দুৱাৰ মুকলি কৰি দিয়ে বুলি মন্তব্য কৰে।

ভাৰতৰ বিভিন্ন প্ৰান্তত হোৱা পুথিভঁৰাল স্থাপনৰ আন্দোলনে দেশৰ আৰ্থ-সামাজিক বিকাশৰ ক্ষেত্ৰত আগবঢ়োৱা বৰঙণিৰ বিষয়েও উল্লেখ কৰে উপৰাষ্ট্ৰপতি গৰাকীয়ে।

”অন্ধ্ৰপ্ৰদেশৰ পৰা পঞ্জাৱ, মহাৰাষ্ট্ৰৰ পৰা কেৰালালৈ পুথিভঁৰালে সমাজ গঠনত বৃহৎ বৰঙণি যোগাবলৈ সক্ষম হৈছে,”নাইডুৱে কয়।

আনহাতে, গুৱাহাটীত গ্ৰন্থমেলা অনুষ্ঠিত হোৱাক লৈ আনন্দিত হৈ পৰা নাইডুৱে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা গ্ৰন্থপ্ৰেমী সকল আহি ইয়াক আৰু অধিক সফল কৰি তুলিব বুলি আশা ব্যক্ত কৰে।

তদুপৰি, ভাৰতবৰ্ষৰ কিতাপৰ সৈতে থকা সম্পৰ্ক প্ৰায় ৫০০০ বছৰ পুৰণি এক সভ্যতা বুলিও উপৰাষ্ট্ৰপতি নাইডুৱে কয়।

বৰ্তমান সময়ত ভাল গ্ৰন্থৰ প্ৰয়োজনীয়তা ব্যক্ত কৰি নাইডুৱে কয় যে বৰ্তমান সময়ত যুৱ প্ৰজন্মৰ মাজত কিতাপ পঢ়াৰ পৰিৱৰ্তে অনলাইন ভিডিঅ’ উপভোগ কৰাৰ প্ৰৱণতা বৃদ্ধি পাইছে যি এটা চিন্তনীয় বিষয়।

তেওঁ কয় যে যুৱ প্ৰজন্মৰ এই অভ্যাসৰ সৈতে মোকাবিলা কৰিবলৈ হ’লে সৰুৰে পঢ়া শিশুসকলক কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তুলিব লাগিব।

অনুষ্ঠানত অসমৰ ৰাজ্যপাল জগদীশ মুখীৰ লগতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd