• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আছুক ‘ৰাজনৈতিক দল’ আখ্যা দিয়া হিমন্তৰ ‘অৰাজনৈতিক’ মাতৃয়ে নিজে জয়ন্ত মল্লৰ হৈ চলালে প্ৰচাৰ

সাহিত্য সভাত ৰাজনীতিৰ ৰহন! উপ-সভাপতি পদত থাকিও কাৰ বলত মৃণালিনী দেৱীয়ে মুকলিকৈ চলাইছে নিৰ্বাচনী প্ৰচাৰ?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 25, 2021 3:05 pm
162841844_2395296420603643_5577908558592939403_o
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নতুন আঞ্চলিক ৰাজনৈতিক শক্তি অসম জাতীয় পৰিষদ জন্ম হোৱাৰ পাছত বিভিন্ন সময়ত আছুৱে অ-ৰাজনৈতিক চৰিত্ৰ হেৰুৱাই পেলাইছে বা আছু এতিয়া ৰাজনৈতিক দললৈ ৰূপান্তৰিত হৈছে বুলি মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কটাক্ষ কৰি আহিছিল।

তেনেস্থলত অসম সাহিত্য সভাৰ দৰে এটা পবিত্ৰ জাতীয় অনুষ্ঠানৰ ৰাজ্যিক উপ-সভাপতিৰ দায়িত্বত থাকিও মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাতৃয়ে এতিয়া এজনৰ পাছত আন এজন বিজেপি প্ৰাৰ্থীৰ হৈ চলাই গৈছে নিৰ্বাচনী প্ৰচাৰ।

Apply Now

প্ৰশ্ন হৈছে ‘অসম সাহিত্য সভাই নিজৰ জাতীয় চৰিত্ৰ হেৰুৱাই পেলাইছে নেকি?’ তথা ‘অসম সাহিত্য সভা অ-ৰাজনৈতিক হৈয়ো একাংশই কিয় ৰাজনীতিৰ ৰহন সনাৰ চেষ্টা চলাইছে?

কালি নলবাৰী বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তথা কংগ্ৰেছৰ দিনত দাদা বিগ্ৰেডৰ অন্যতম জয়ন্ত মল্ল বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে অসম সাহিত্য সভাৰ উপ-সভাপতি মৃণালিনী দেৱীয়ে। তাক লৈ জনসাধাৰণৰ মনত নানান প্ৰশ্নৰ সূচনা হৈছে।

বুধবাৰে নলবাৰী চহৰৰ ৪ নং ৱাৰ্ডৰ ধমধমা বাছ আস্থানত মৃণালিনী দেৱীয়ে বিজেপিৰ প্ৰাৰ্থী জয়ন্ত মল্ল বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়।

Mrinalini Devi final

আনকি উক্ত প্ৰচাৰ সভাত নিৰ্বাচনী প্ৰচাৰ চলাই হিমন্তৰ মাতৃয়ে কয় ‘মাতৃ হিচাপে মই অসমৰ ভৱিষ্যৎ সুৰক্ষাৰ বাবে বিজেপিক আশীৰ্বাদ দিছো আৰু ৰাইজকো দলটোক আশীৰ্বাদ দিবলৈ আহ্বান জনাইছো’।

সাহিত্য সভাৰ উপ সভাপতিগৰাকীয়ে লগতে কয় যে তেওঁ অকল হিমন্তবিশ্ব শৰ্মাৰে মাতৃ নহয় অসমবাসীৰে মাতৃ, সেইবাবে মৰম স্নেহ আৰু আশীৰ্বাদ দিবলৈ নলবাৰীত উপস্থিত হৈছে।

উল্লেখযোগ্য যে, জালুকবাৰী সমষ্টিত যোৱা ৮ মাৰ্চৰ দিনা পুত্ৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী কাৰ্য্যালয় মুকলি কৰাৰ পাছতে ৰাজ্যজুৰি বিতৰ্কৰ সূচনা হৈছিল। তেতিয়াই যোৱা ৯ মাৰ্চৰ দিনা অসম সাহিত্য সভাই তেওঁলোকৰ কোনো বিষয়ববীয়াই যাতে কোনো ৰাজনৈতিক দল বা প্ৰাৰ্থীৰ হৈ সক্ৰিয়ভাৱে জৰিত নহয় তাৰ বাবে পত্ৰযোগে নিৰ্দেশ দিছিল।

কিন্তু প্ৰশ্ন হৈছে ‘কাৰ বলত মহিয়ান হৈ বা ছত্ৰছায়াত অসম সাহিত্য সভাৰ উপ-সভাপতিৰ দৰে পদত অধিষ্ঠিত হৈয়ো মৃণালিনী দেৱীয়ে চলাই গৈছে বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ?’

উল্লেখ কৰিব লাগিব যে, পুত্ৰৰ মনোনয়ন দাখিলৰ দিনাও মাতৃ মৃণালিনী দেবীয়ে সোণাৰাম খেলপথাৰৰ পৰা বাহিৰ কৰা ৰেলীত অংশগ্ৰহণ কৰিছিল।

অসম সাহিত্য সভাৰ এনে গুৰু দায়িত্বত থাকি এতিয়া এনে এটা জাতীয় অনুষ্ঠানক ৰাজনীতিৰ ৰহন সনাক কেন্দ্ৰ কৰি চৌদিশে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Tags: Assam Election
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আছিল কঁকাললৈকে বৈ পৰা চুলি; কি এনেকুৱা ঘটিল যে চুলি খুৰাই টকলা হ’ল নয়নতৰা?

আছিল কঁকাললৈকে বৈ পৰা চুলি; কি এনেকুৱা ঘটিল যে চুলি খুৰাই টকলা হ’ল নয়নতৰা?

August 18, 2026 3:27 pm
নতুন সমীক্ষাত দাবী! ইৰাণ যুদ্ধৰ বাবে বৰ্তমান কাৰ্যকালত ট্ৰাম্পৰ জনপ্ৰিয়তা সৰ্বনিম্ন স্তৰত

নতুন সমীক্ষাত দাবী! ইৰাণ যুদ্ধৰ বাবে বৰ্তমান কাৰ্যকালত ট্ৰাম্পৰ জনপ্ৰিয়তা সৰ্বনিম্ন স্তৰত

August 18, 2026 1:58 pm
২৮ গৰাকী মুখ্যমন্ত্ৰীৰ ভিতৰত ১৪ গৰাকীৰ বিৰুদ্ধে গুৰুতৰ অপৰাধৰ গোচৰ; উচ্চতম ন্যায়ালয়ত সদৰী তথ্য

২৮ গৰাকী মুখ্যমন্ত্ৰীৰ ভিতৰত ১৪ গৰাকীৰ বিৰুদ্ধে গুৰুতৰ অপৰাধৰ গোচৰ; উচ্চতম ন্যায়ালয়ত সদৰী তথ্য

August 18, 2026 12:46 pm
ডিমাগি নক্সাল! শিক্ষিত সমাজৰ ক্ষোভৰ চাপত মোডী চৰকাৰ; লক্ষাধিক ফ’ল’ৱাৰ, নতুন পাৰ্টি

ডিমাগি নক্সাল! শিক্ষিত সমাজৰ ক্ষোভৰ চাপত মোডী চৰকাৰ; লক্ষাধিক ফ’ল’ৱাৰ, নতুন পাৰ্টি

August 18, 2026 12:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আছিল কঁকাললৈকে বৈ পৰা চুলি; কি এনেকুৱা ঘটিল যে চুলি খুৰাই টকলা হ’ল নয়নতৰা?

আছিল কঁকাললৈকে বৈ পৰা চুলি; কি এনেকুৱা ঘটিল যে চুলি খুৰাই টকলা হ’ল নয়নতৰা?

August 18, 2026 3:27 pm
নতুন সমীক্ষাত দাবী! ইৰাণ যুদ্ধৰ বাবে বৰ্তমান কাৰ্যকালত ট্ৰাম্পৰ জনপ্ৰিয়তা সৰ্বনিম্ন স্তৰত

নতুন সমীক্ষাত দাবী! ইৰাণ যুদ্ধৰ বাবে বৰ্তমান কাৰ্যকালত ট্ৰাম্পৰ জনপ্ৰিয়তা সৰ্বনিম্ন স্তৰত

August 18, 2026 1:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd