• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

ভাৰত এৰি যাব পৰা নাই ৰাছিয়াৰ ‘চোৰাংচোৱা’ ভিক্টোৰিয়া! উচ্চতম ন্যায়ালয়ক সদৰী কৰিলে কেন্দ্ৰই    

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 18, 2025 5:07 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাছিয়াৰ ‘চোৰাংচোৱা’ ভিক্টোৰিয়া বাসুক বিচাৰি উলিওৱাৰ বাবে উচ্চতম ন্যায়ালয়ে ন’টিচ জাৰি কৰাৰ নিৰ্দেশ দিছে। শুকুৰবাৰে গোচৰৰ শুনানিৰ সময়ত কেন্দ্ৰই জনাইছে যে ইতিমধ্যে লুক-আউট ন’টিচ জাৰি কৰা হৈছে। এতিয়াও আইনী  দেশ এৰি পলাব পৰা নাই ভিক্টোৰিয়া। ইফালে, দিল্লী এনচিআৰৰ সকলো পথ, দেশৰ সকলো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ লগতে সকলো বিমানবন্দৰৰ চিচিটিভি চোৱাচিতা কৰাৰ নিৰ্দেশ দিছে আদালতে। গোচৰৰ পৰৱৰ্তী দিন অহা সোমবাৰৰ বাবে নিৰ্ধাৰণ কৰা হৈছে।

বৃহস্পতিবাৰে গোচৰৰ সময়ত উচ্চতম ন্যায়ালয়ে দিল্লী আৰক্ষীক তেওঁৰ সন্তানৰ সৈতে ভিক্টোৰিয়াক বিচাৰি উলিয়াবলৈ নিৰ্দেশ দিছিল। লগতে লুকাউট নোটিচ জাৰি কৰাৰ নিৰ্দেশ দিয়া হয়। ইফালে ভিক্টোৰিয়াৰ মাতৃয়ে ৰাছিয়াৰ পৰা প্ৰতিক্ৰিয়া স্বৰূপে আৰক্ষীক অভিযোগ কৰিছে যে ভিক্টোৰিয়াক বিচাৰি পোৱা নাই।

Apply Now

ঘটনাক্ৰম অনুসৰি চন্দনগৰৰ বাসিন্দা ছাইকত বসুৱে ব্যৱসায়ৰ বাবে চীনত বহু সময় কটায়। তাতে তেওঁ ৰাছিয়াৰ ভিক্টোৰিয়া জিগালিনাক লগ পায়। তেওঁলোকৰ মাজত ঘনিষ্ঠতা বাঢ়ি আহিছিল আৰু দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল। তেঁলোকে বিবাহপাশত আবদ্ধ হৈ চন্দনগৰৰ ঘৰলৈ উভতি আহে। তেতিয়াই ছাইকাট আৰু বসু পৰিয়ালে গম পালে যে ভিক্টোৰিয়াৰ পিতৃ ৰাছিয়াৰ চোৰাংচোৱা সংস্থা ‘এফ এছ বি’ৰ প্ৰাক্তন বিষয়া। ছাইকাটে দাবী কৰে যে তেওঁলোকৰ বিয়াৰ পিছৰে পৰা তেওঁৰ পত্নীয়ে তেওঁক ফ’ৰ্ট উইলিয়ামলৈ যাবলৈ হেঁচা দি আহিছিল। কিন্তু সেই অনুৰোধৰ আগত ছাইকাতৰ পিতৃ প্ৰাক্তন নৌসেনা বিষয়া সমীৰ বসুৱে বাধা প্ৰদান  কৰে। ছাইকাটে দাবী কৰে যে এই কাৰণেই ভিক্টোৰিয়াই নিজৰ সন্তানক কেৱল নিজৰ লগত ৰাখিবলৈ আবেদন লৈ উচ্চতম ন্যায়ালয়লৈ গৈছিল। সেই গোচৰৰ সময়ত ভিক্টোৰিয়া হঠাতে নিজৰ সন্তানৰ সৈতে অন্তৰ্ধান হৈ পৰে। উচ্চতম ন্যায়ালয়ে সেই গোচৰত সন্তানৰ সৈতে ভিক্টোৰিয়াক বিচাৰি উলিয়াবলৈ সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

October 1, 2026 8:59 pm
শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

October 1, 2026 8:28 pm
বান সাহায্যৰ প্ৰতিশ্ৰুতি ভংগ: ২ অক্টোবৰৰ পৰা অখিল গগৈৰ অনিশ্চিতকালীন আন্দোলনৰ ঘোষণা

বান সাহায্যৰ প্ৰতিশ্ৰুতি ভংগ: ২ অক্টোবৰৰ পৰা অখিল গগৈৰ অনিশ্চিতকালীন আন্দোলনৰ ঘোষণা

October 1, 2026 7:46 pm
ব্যৱসায়ীসকলৰ ‘No UPI Day’ পালনৰ আহ্বান প্ৰত্যাহাৰ; সকাহ পাবনে গ্ৰাহকে?

ব্যৱসায়ীসকলৰ ‘No UPI Day’ পালনৰ আহ্বান প্ৰত্যাহাৰ; সকাহ পাবনে গ্ৰাহকে?

October 1, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

October 1, 2026 8:59 pm
শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

October 1, 2026 8:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd