• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মুখ্যমন্ত্ৰী হিচাপে প্ৰথমটো স্বাধীনতা দিৱসৰ ভাষণত ‘জেন-জি’লৈ বাৰ্তা বিজয়ৰ; দিলে দুৰ্নীতি নিৰ্মূল আৰু একাধিক কল্যাণমূলক আঁচনিৰ প্ৰতিশ্ৰুতি

প্ৰথমবাৰৰ বাবে তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি নতুন প্ৰজন্ম অৰ্থাৎ 'জেন-জি'লৈ এক বিশেষ বাৰ্তা প্ৰেৰণ কৰিলে চি যোছেফ বিজয়ে। "বিশ্বৰ প্ৰান্তে প্ৰান্তে থকা মোৰ তামিল আত্মীয় আৰু জেন-জি বন্ধুসকললৈ মোৰ ছালাম..." ৰাজধানী চেন্নাইৰ ফ'ৰ্ট ছেইণ্ট জৰ্জৰ পৰা দেশবাসীক সম্বোধন কৰি নিজৰ প্ৰথমটো স্বাধীনতা দিৱসৰ ভাষণত ঠিক এইদৰেই নতুন প্ৰজন্মৰ মন জয় কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে।

এন ই নাও নিউজ. গুৱাহাটী by এন ই নাও নিউজ. গুৱাহাটী
August 15, 2026 4:30 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰথমবাৰৰ বাবে তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি নতুন প্ৰজন্ম অৰ্থাৎ ‘জেন-জি’লৈ এক বিশেষ বাৰ্তা প্ৰেৰণ কৰিলে চি যোছেফ বিজয়ে। “বিশ্বৰ প্ৰান্তে প্ৰান্তে থকা মোৰ তামিল আত্মীয় আৰু জেন-জি বন্ধুসকললৈ মোৰ ছালাম…” ৰাজধানী চেন্নাইৰ ফ’ৰ্ট ছেইণ্ট জৰ্জৰ পৰা দেশবাসীক সম্বোধন কৰি নিজৰ প্ৰথমটো স্বাধীনতা দিৱসৰ ভাষণত ঠিক এইদৰেই নতুন প্ৰজন্মৰ মন জয় কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই বিশেষ অনুষ্ঠানত তেওঁৰ পিতৃ-মাতৃৰ লগতে জনপ্ৰিয় অভিনেত্ৰী তৃষাও উপস্থিত আছিল।

দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা আৰু কেন্দ্ৰ-ৰাজ্যৰ সম্পৰ্ক

Apply Now

ভাষণত মুখ্যমন্ত্ৰী বিজয়ে স্পষ্ট কৰি দিয়ে যে প্ৰশাসনিক কাম-কাজত ৰাজ্য চৰকাৰে কেন্দ্ৰক সম্পূৰ্ণ সহযোগিতা আগবঢ়াব, কিন্তু ৰাজ্যৰ অধিকাৰ খৰ্ব কৰা যিকোনো নীতিৰ সদায় বিৰোধিতা কৰিব। তেওঁ দুৰ্নীতি নিৰ্মূল কৰাটোক প্ৰকৃত স্বাধীনতাৰ সৈতে তুলনা কৰে। তেওঁ কয় যে চৰকাৰী ধন ব্যক্তিগত হাতলৈ যোৱা বন্ধ কৰা হৈছে আৰু সকলো বিভাগতে দুৰ্নীতি ৰোধৰ বাবে নিৰন্তৰ প্ৰচেষ্টা চলোৱা হৈছে। লগতে চৰকাৰৰ বিৰুদ্ধে চলি থকা সকলো ষড়যন্ত্ৰক কঠোৰভাৱে প্ৰতিহত কৰা হ’ব বুলিও তেওঁ সকীয়াই দিয়ে। জাতি-ধৰ্মৰ প্ৰাচীৰ ভাঙি আৰু ধনশক্তিৰ প্ৰভাৱ নাকচ কৰি এখন জনমুখী তথা সামাজিক ন্যায়ৰ চৰকাৰ গঠনত পূৰ্ণ সমৰ্থন জনোৱাৰ বাবে তেওঁ তামিলনাডুৰ ৰাইজলৈ কৃতজ্ঞতা জ্ঞাপন কৰে।

পুৰণি আঁচনি অব্যাহত ৰখাৰ সিদ্ধান্ত আৰু নতুন ঘোষণা

পূৰ্বৰ চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহৰ সন্দৰ্ভত তেওঁ কয় যে ৰাইজৰ উপকাৰত অহা সেই পুৰণি আঁচনিসমূহ বৰ্তমানৰ চৰকাৰেও অব্যাহত ৰাখিব। ইয়াৰ ভিতৰত এআইএডিএমকে চৰকাৰৰ ‘আম্মা উনাভাগম’ (আম্মা কেণ্টিন) আৰু ডিএমকে চৰকাৰৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ‘পুৱাৰ আহাৰ’ৰ আঁচনি অন্যতম বুলি তেওঁ উল্লেখ কৰে।

ইয়াৰ লগতে মুখ্যমন্ত্ৰী বিজয়ে কেইবাটাও গুৰুত্বপূৰ্ণ আঁচনিৰ ঘোষণা কৰে। অহা ১৫ ছেপ্টেম্বৰত দ্ৰাবিড় নেতা চি এন আন্নাডুৰাইৰ জন্মবাৰ্ষিকী উপলক্ষে চৰকাৰী চিকিৎসালয়ত জন্মগ্ৰহণ কৰা নৱজাতকৰ বাবে ৭৫৫.৮৩ কোটি টকা ব্যয় সাপেক্ষে ‘সোণৰ আঙঠি উপহাৰ আঁচনি’ মুকলি কৰা হ’ব। আনহাতে, প্ৰাক্তন সেনা জোৱানৰ কন্যাৰ বিবাহৰ বাবে আগবঢ়োৱা আৰ্থিক সাহায্য (দুয়োগৰাকী কন্যালৈকে) ২৫,০০০ টকাৰ পৰা ৫০,০০০ টকালৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ উপৰি, বিশেষভাৱে সক্ষম প্ৰাক্তন সেনা জোৱান আৰু তেওঁলোকৰ পৰিয়ালৰ মাহিলি সাহায্য ৫,০০০ টকাৰ পৰা ৭,০০০ টকালৈ বৃদ্ধি কৰাৰ লগতে স্বাধীনতা সংগ্ৰামীসকলৰ পেঞ্চন ২৩,০০০ টকালৈ আৰু তেওঁলোকৰ নিৰ্ভৰশীল পৰিয়ালৰ পেঞ্চন ১২,৫০০ টকালৈ বৃদ্ধি কৰা হৈছে।

এন ই নাও নিউজ. গুৱাহাটী

এন ই নাও নিউজ. গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুখ্যমন্ত্ৰী হিচাপে প্ৰথমটো স্বাধীনতা দিৱসৰ ভাষণত ‘জেন-জি’লৈ বাৰ্তা বিজয়ৰ; দিলে দুৰ্নীতি নিৰ্মূল আৰু একাধিক কল্যাণমূলক আঁচনিৰ প্ৰতিশ্ৰুতি

মুখ্যমন্ত্ৰী হিচাপে প্ৰথমটো স্বাধীনতা দিৱসৰ ভাষণত ‘জেন-জি’লৈ বাৰ্তা বিজয়ৰ; দিলে দুৰ্নীতি নিৰ্মূল আৰু একাধিক কল্যাণমূলক আঁচনিৰ প্ৰতিশ্ৰুতি

August 15, 2026 4:30 pm
ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

August 15, 2026 1:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুখ্যমন্ত্ৰী হিচাপে প্ৰথমটো স্বাধীনতা দিৱসৰ ভাষণত ‘জেন-জি’লৈ বাৰ্তা বিজয়ৰ; দিলে দুৰ্নীতি নিৰ্মূল আৰু একাধিক কল্যাণমূলক আঁচনিৰ প্ৰতিশ্ৰুতি

মুখ্যমন্ত্ৰী হিচাপে প্ৰথমটো স্বাধীনতা দিৱসৰ ভাষণত ‘জেন-জি’লৈ বাৰ্তা বিজয়ৰ; দিলে দুৰ্নীতি নিৰ্মূল আৰু একাধিক কল্যাণমূলক আঁচনিৰ প্ৰতিশ্ৰুতি

August 15, 2026 4:30 pm
ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd