• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, November 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন আৰ চিৰ বাবে অসমত আত্মহত্যা কৰা ৫৭ গৰাকী লোকৰ বেছিভাগে হিন্দু : লোকসভাত কংগ্ৰেছ সাংসদ শশী থাৰুৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 20, 2019 9:01 am
shashi-tharoor

শশী থাৰুৰ

6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় গৃহৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে শুকুৰবাৰে লোকসভাত মানৱ অধিকাৰ(সংশোধনী)বিধেয়ক উত্থাপন কৰে।

বিধেয়কখন উত্থাপনৰ পাছতে হোৱা চৰ্চাত থিৰুৱানন্তপুৰমৰ জেষ্ঠ কংগ্ৰেছ সাংসদ শশী থাৰুৰে বহুকেইটা ক্ষেত্ৰত বিধেয়কখনৰ বিৰোধিতা কৰি অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ নামত হোৱা মানৱ অধিকাৰ উলংঘনৰ বিষয়ে উল্লেখ কৰে।

Apply Now

থাৰুৰে ডিটেনশ্যন কেম্পৰ প্ৰসংগ উত্থাপন কৰি কেম্পসমূহত মানৱ অধিকাৰ সম্পূৰ্ণৰূপে খৰ্ব হৈছে বুলি মন্তব্য কৰে।

আনহাতে, সাংসদগৰাকীয়ে অসমত চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ বিষয়ে মন্তব্য কৰিবলৈ গৈ কয় যে বিগত সময়ছোৱাত অসমত নাগৰিকপঞ্জী উন্নীতকৰণৰ নামত চলা হাৰাশাস্তিৰ বাবে ৫৭ গৰাকী লোকে আত্মহত্যাৰ পথ বাছি লৈছে আৰু ইয়াৰ বেছি সংখ্যক লোকে হৈছে হিন্দু সম্প্ৰদায়ৰ।

লগতে পঢ়ক : ভাৰত বিশ্বৰ শৰণাৰ্থীসকলৰ ৰাজধানী হ’ব নোৱাৰে : উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

থাৰুৰে বিদেশী বুলি ঘোষণা কৰাৰ ভয়তে এই লোকসকলে আত্মহত্যাৰ পথ বাছিল লৈছে বুলি মন্তব্য কৰে।

তদুপৰি, এজন  লোকে কিবা কাৰণত নিজৰ জন্মৰ তাৰিখৰ প্ৰমণ দিব নোৱাৰিব পাৰে, অসমৰ কেইবাগৰাকী পূৰ্বৰ মন্ত্ৰীয়ো আনকি জন্মৰ প্ৰমাণ দিব পৰা নাই সেইবাবে তেওঁলোকক বিদেশী বুলি কৈ প্ৰয়োজনীয় মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰাটো মানৱ অধিকাৰ উলংঘনৰ ভিতৰত পৰে বুলি থাৰুৰে মত প্ৰকাশ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতৰ জাহাজৰ বাবে হৰমুজ প্ৰণালী খুলি দিলে ইৰানে! এতিয়া কমিবনে খাৰুৱা তেলৰ দাম?

ভাৰতৰ জাহাজৰ বাবে হৰমুজ প্ৰণালী খুলি দিলে ইৰানে! এতিয়া কমিবনে খাৰুৱা তেলৰ দাম?

November 5, 2026 11:36 am
ভাৰতীয় হকী দলৰ প্ৰাক্তন অধিনায়ক এম এম ছোময়াৰ বাসগৃহত ডকাইতি! ১৯৮০ চনৰ অলিম্পিকৰ স্বৰ্ণ পদকৰ লগতে লুটি নিলে বহু মূল্যৱান সামগ্ৰী

ভাৰতীয় হকী দলৰ প্ৰাক্তন অধিনায়ক এম এম ছোময়াৰ বাসগৃহত ডকাইতি! ১৯৮০ চনৰ অলিম্পিকৰ স্বৰ্ণ পদকৰ লগতে লুটি নিলে বহু মূল্যৱান সামগ্ৰী

November 5, 2026 11:06 am
ছিয়াং প্ৰকল্পক লৈ চলি থকা প্ৰতিবাদৰ মাজতে ৰাজেশ কুমাৰক আৰক্ষী সঞ্চালক প্ৰধান হিচাপে নিযুক্তি! ১০ মাহতে বিদায় শিৱ দৰ্শন সিং জামৱালৰ

ছিয়াং প্ৰকল্পক লৈ চলি থকা প্ৰতিবাদৰ মাজতে ৰাজেশ কুমাৰক আৰক্ষী সঞ্চালক প্ৰধান হিচাপে নিযুক্তি! ১০ মাহতে বিদায় শিৱ দৰ্শন সিং জামৱালৰ

November 5, 2026 10:27 am
 ‘আন্দোলন কৰা নাই কিয়?’ আবেদনকাৰীৰ অধিবক্তাক প্ৰশ্ন মুখ্য ন্যায়াধীশৰ

 ‘আন্দোলন কৰা নাই কিয়?’ আবেদনকাৰীৰ অধিবক্তাক প্ৰশ্ন মুখ্য ন্যায়াধীশৰ

November 5, 2026 10:03 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতৰ জাহাজৰ বাবে হৰমুজ প্ৰণালী খুলি দিলে ইৰানে! এতিয়া কমিবনে খাৰুৱা তেলৰ দাম?

ভাৰতৰ জাহাজৰ বাবে হৰমুজ প্ৰণালী খুলি দিলে ইৰানে! এতিয়া কমিবনে খাৰুৱা তেলৰ দাম?

November 5, 2026 11:36 am
ভাৰতীয় হকী দলৰ প্ৰাক্তন অধিনায়ক এম এম ছোময়াৰ বাসগৃহত ডকাইতি! ১৯৮০ চনৰ অলিম্পিকৰ স্বৰ্ণ পদকৰ লগতে লুটি নিলে বহু মূল্যৱান সামগ্ৰী

ভাৰতীয় হকী দলৰ প্ৰাক্তন অধিনায়ক এম এম ছোময়াৰ বাসগৃহত ডকাইতি! ১৯৮০ চনৰ অলিম্পিকৰ স্বৰ্ণ পদকৰ লগতে লুটি নিলে বহু মূল্যৱান সামগ্ৰী

November 5, 2026 11:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd