• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এন আৰ চিৰ বাবে অসমত আত্মহত্যা কৰা ৫৭ গৰাকী লোকৰ বেছিভাগে হিন্দু : লোকসভাত কংগ্ৰেছ সাংসদ শশী থাৰুৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 20, 2019 9:01 am

1 min read

shashi-tharoor

শশী থাৰুৰ

505
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় গৃহৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে শুকুৰবাৰে লোকসভাত মানৱ অধিকাৰ(সংশোধনী)বিধেয়ক উত্থাপন কৰে।

বিধেয়কখন উত্থাপনৰ পাছতে হোৱা চৰ্চাত থিৰুৱানন্তপুৰমৰ জেষ্ঠ কংগ্ৰেছ সাংসদ শশী থাৰুৰে বহুকেইটা ক্ষেত্ৰত বিধেয়কখনৰ বিৰোধিতা কৰি অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ নামত হোৱা মানৱ অধিকাৰ উলংঘনৰ বিষয়ে উল্লেখ কৰে।

থাৰুৰে ডিটেনশ্যন কেম্পৰ প্ৰসংগ উত্থাপন কৰি কেম্পসমূহত মানৱ অধিকাৰ সম্পূৰ্ণৰূপে খৰ্ব হৈছে বুলি মন্তব্য কৰে।

আনহাতে, সাংসদগৰাকীয়ে অসমত চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ বিষয়ে মন্তব্য কৰিবলৈ গৈ কয় যে বিগত সময়ছোৱাত অসমত নাগৰিকপঞ্জী উন্নীতকৰণৰ নামত চলা হাৰাশাস্তিৰ বাবে ৫৭ গৰাকী লোকে আত্মহত্যাৰ পথ বাছি লৈছে আৰু ইয়াৰ বেছি সংখ্যক লোকে হৈছে হিন্দু সম্প্ৰদায়ৰ।

লগতে পঢ়ক : ভাৰত বিশ্বৰ শৰণাৰ্থীসকলৰ ৰাজধানী হ’ব নোৱাৰে : উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

থাৰুৰে বিদেশী বুলি ঘোষণা কৰাৰ ভয়তে এই লোকসকলে আত্মহত্যাৰ পথ বাছিল লৈছে বুলি মন্তব্য কৰে।

তদুপৰি, এজন  লোকে কিবা কাৰণত নিজৰ জন্মৰ তাৰিখৰ প্ৰমণ দিব নোৱাৰিব পাৰে, অসমৰ কেইবাগৰাকী পূৰ্বৰ মন্ত্ৰীয়ো আনকি জন্মৰ প্ৰমাণ দিব পৰা নাই সেইবাবে তেওঁলোকক বিদেশী বুলি কৈ প্ৰয়োজনীয় মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰাটো মানৱ অধিকাৰ উলংঘনৰ ভিতৰত পৰে বুলি থাৰুৰে মত প্ৰকাশ কৰে।

Recent News

তামুলপুৰৰ দুৰ্ভগীয়া পৰিয়ালৰ কাহিনী

এটি দুর্ভগীয়া পৰিয়াল! লকডাউনৰ মাজতে হোৱা দুৰ্ঘটনাৰ পাছত এক জীয়া জীৱন সংগ্ৰামৰ কাহিনী

a melas

অসম চুক্তিৰ ৬ নং দফা ৰূপায়ন আৰু বিদেশী সমস্যা সমাধানৰ দাবীত বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী

a melas

ক্ষমতাত নথকা ট্ৰাম্পৰ সৈতে ফটো এখন উঠিবলৈও অনিচ্ছা মেলানিয়াৰ! চাওঁক ভিডিঅ’

couple died corona after celebrating 70th anniversary

মাৰাত্মক কৰ’না! নিজৰ ৭০তম বিবাহবাৰ্ষিকী উদযাপন কৰাৰ পাছতে কৰ’নাত মৃত্যু দম্পতিৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd