• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ৱাকফ সংশোধনী বিধেয়ক বিৰোধী প্ৰতিবাদত হিংসা: বিজেপিক পদত্যাগৰ দাবী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 12, 2025 10:00 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে ৱাকফ সংশোধনী বিধেয়ক বিৰোধী আন্দোলন।  ৱাকফ বিৰোধী আনদালনে হিংসাত্মক ৰূপধাৰণ কৰিছে। এই হিংসাৰ জুইত জ্বলি উঠিছে পশ্চিমবঙ্গৰ মুৰ্শিদাবাদ। এই হিংসাত্মক আন্দলন্পৰ মাজতে মুৰ্শিদাবাদত পিতৃ-পুত্ৰক “হত্যা” কৰাৰ খবৰ পোহৰলৈ অহিছে। ঘৰ ভিতৰতে উদ্ধাৰ তেজেৰে তুমৰলি মৃতদেহ। চোকা অস্ত্ৰৰ আক্ৰমণৰ ফলত হত্যা হোৱাৰ অভিযোগ উঠিছে। সম্প্ৰতি অঞ্চলটোত আৰক্ষী বাহিনী মোতায়ন কৰা হৈছে।

স্থানীয় সূত্ৰ অনুসৰি শ্বমশ্বেৰগঞ্জত এটা ঘৰত দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰি লুণ্ঠন চেষ্টা কৰিছিল। পিতৃ-পুত্ৰই বাধা দিবলৈ গৈ দুষ্কৃতিকাৰীৰ হাতাত প্ৰাণ হেৰুৱাই। বৰ্তমান মৃতদেহ দুটা পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ পঠোৱা হৈছে, আৰু শৰীৰত আঘাতৰ চিহ্ন পোৱা গৈছে। আৰক্ষীক ফোন কৰা সত্ত্বেও পলম কৈ হে ঘটনাস্থলীত উপস্থিত হোৱা বুলি অভিযোগ কৰিছে ভুক্তভোগীৰ পৰিয়ালে।

Apply Now

ইফালে বিজেপিৰ ৰাজ্য সভাপতি আৰু কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী সুকান্ত মজুমদাৰে মমতা বেনাৰ্জীক তীব্ৰ আক্ৰমণ কৰি তেওঁৰ পদত্যাগ দাবি কৰিছে। তেওঁ এক্সত কয়, “মুৰ্শিদাবাদত মৌলবাদীয়ে নিৰীহ লোকক অত্যাচাৰ কৰিছে, আৰু মমতাৰ নৈৰাজ্যতাই বঙালীৰ মাজত ভয়ৰ সৃষ্টি কৰিছে। CAA বিৰোধী আন্দোলনৰ দৰে এই হিংসাও মমতাৰ নিৰ্দেশনাত হৈছে বুলি তেওঁ অভিযোগ কৰিছে।

তেওঁ লগতে কয় যে কেন্দ্ৰীয় আইন বিৰোধী কাৰ্য সংবিধানৰ অপমান, আৰু মমতাৰ নেতৃত্বে অৰাজকতা অস্বীকাৰ্য। তেওঁৰ মুখ্যমন্ত্ৰী পদত থাকাৰ অধিকাৰ নাই বুলি মন্তব্য কৰিছে।  প্ৰআপ্ত খবৰ অনুসৰি হিংসা পশ্চিমবঙ্গৰ বিভিন্ন এলাকা- মুৰ্শিদাবাদ, নদিয়া আৰু দক্ষিণ ২৪ পৰগনালৈ প্ৰসাৰিত হৈছে।

অনহাতে আৰক্ষী মহানিৰ্দেশক ৰাজীৱ কুমাৰে জানায় যে পৰিস্থিতি নিয়ন্ত্ৰণত আছে, আৰু এই কঠিন পৰিস্থিতিৰ সৈতে যুঁজিবলৈ আৰক্ষী সজু বুলি উল্লেখ কৰে। মমতা বেনাৰ্জীয়ে এক্সৰ জৰিয়তে শান্তিৰ আহ্বান জানায়, কয় যে কিছু দলে ধৰ্মৰ অপব্যৱহাৰ কৰি ৰাজনৈতিক লাভ ল’বলৈ চেষ্টা কৰি আছে। সকলো ধৰ্মৰ শান্ত আৰু সংযত থাকিবলৈ  অনুৰোধ জনাইছে। ধৰ্মৰ নামত হিংসা নকৰিব। প্ৰতিজনৰ জীৱন মূল্যবান, ৰাজনীতিৰ বাবে অশান্তি সৃষ্টি নকৰিবলৈ আহ্বান জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd