• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

এখন চৰকাৰী চিকিৎসালয়তে সহকর্মী নার্ছক মাৰধৰ কৰি ধর্ষণ কৰিলে এগৰাকী চিকিৎসকে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 31, 2020 4:30 pm

1 min read

index.jpgaa
455
VIEWS
Share on FacebookShare on Twitter

চিকিৎসালয়ত কৰ্তব্যৰত অৱস্থাত এগৰাকী চিকিৎসকে নিজৰে এগৰাকী সহকৰ্মী নাৰ্ছক মাৰধৰ কৰাৰ লগতে ধৰ্ষণ কৰাৰ এক গুৰুতুৰ অভিযোগ উঠিছে।

ঘটনাটো ঘটিছে তেলেংগানাত।

ঘটনাৰ বিৱৰণীৰ মতে যোৱা ২৪ আগষ্টত তেলেংগানাৰ ভাদ্ৰাদি কোঠাগুদামৰ চৰকাৰে পৰিচালনা কৰা এখন চিকিৎসালয়ত অস্থায়ীভাৱে কৰ্মৰত এগৰাকী ৩০ বছৰীয়া চিকিৎসকে ২৮ বছৰীয়া এগৰাকী নাৰ্ছক ধৰ্ষণ কৰে।

নাৰ্ছ গৰাকীয়ে চিকিৎসকজনে ধৰ্ষণক কৰাৰ সময়ত তেওঁক বহু মাৰ ধৰো কৰে বুলিও অভিযোগ কৰিছে।

ধৰ্ষণ কৰাৰ পিছত চিকিৎসকজনে ধৰ্ষণ কাণ্ডৰ কথা প্ৰকাশ নকৰিবলৈ ভাবুকি প্ৰদান কৰে নাৰ্ছ গৰাকীক।

আনকি চিকিৎসকজনে ধৰ্ষণৰ কথা নাৰ্ছ গৰাকীয়ে প্ৰকাশ কৰিম বুলি কোৱাত শাৰীৰিকভাৱে প্ৰহাৰ কৰে বুলি আৰক্ষীৰ আগত প্ৰকাশ কৰিছে ভুক্তভোগী নাৰ্ছ গৰাকীয়ে।

নাৰ্ছ গৰাকীয়ে শনিবাৰে চিকিৎসকজনৰ বিৰুদ্ধে ধৰ্ষণ আৰু শাৰীৰিক ভাৱে আক্ৰমণ কৰাৰ অভিযোগ কৰি স্থানীয় আৰক্ষী থানাত গোচৰ ৰুজু কৰে।

আৰক্ষীয়ে উক্ত অভিযোগৰ ভিত্তিত চিকিৎসক গৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ আইনৰ অধীনৰ কেবাটাও ধাৰাত গোচৰ ৰুজু কৰি দেওবাৰৰ পৰা তদন্ত আৰম্ভ কৰিছে।

Recent News

santosh babu

গণতন্ত্ৰ দিৱসত মহাবীৰ চক্ৰৰে সন্মানিত কৰা হ’ব গালৱানৰ শ্বহীদ কৰ্ণেল সন্তোষ বাবুক

tarun-gogoi-1200x600-750x375

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ মৰণোত্তৰভাৱে পদ্মভূষণ; আন ৮গৰাকী ব্যক্তিলৈ পদ্মশ্ৰী সন্মান

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

শিৱসাগৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

শিৱসাগৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd