• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ক’ৰ’নাত আক্ৰান্ত গৃহ মন্ত্ৰী অমিত শ্বাহ ! চৰকাৰে কি ক’লে?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 6, 2020 2:33 pm

1 min read

CABৰ আওতাত নপৰে ষষ্ঠ অনুসূচীৰ অন্তৰ্গত অঞ্চল আৰু ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্য!

অমিত শ্বাহৰ ফাইল ফটো

105.5k
VIEWS
Share on FacebookShare on Twitter

এটা হিন্দী সংবাদ গোষ্ঠীয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱা বুলি দাবী কৰি বাতৰি প্ৰচাৰ কৰাৰ এখন ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে।

চৰকাৰী এজেঞ্চি প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰো চমুকৈ পি আই বিয়ে ৰবিবাৰে ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ফটোখন ভূৱা বুলি স্পষ্টীকৰণ দিয়ে।

‘‘মানুহৰ মনত ভ্ৰান্তিৰ সৃষ্টি কৰাৰ উদ্দেশ্যে এনে ভূৱা ফটো প্ৰচাৰ কৰা হৈছে। এনে ধৰণৰ ফটো শ্বেয়াৰ আৰু ফৰোৱাৰ্ড নকৰিব,’’ পি আই বিয়ে নিজৰ টুইটাৰত উল্লেখ কৰে।

Amit Shah covid
ছ’চিয়েল মিডিয়াত প্ৰচাৰ হোৱা ভূৱা ফটোখন

উল্লেখযোগ্য যে, ভাৰতত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ দ্ৰুত গতিত বৃদ্ধি পাইছে মাত্ৰ চাৰিদিনৰ ভিতৰতে ভাৰতত ক’ৰ’নাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা দুগুণলৈ বৃদ্ধি পাই ৪০০০ পাৰ কৰিছে।

দেশৰ এনে মহা সংকটৰ সময়ত ভূৱা বাতৰি প্ৰচাৰ কৰি জনসাধাৰণৰ মনত আতংকৰ সৃষ্টি নকৰিবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে বাৰে বাৰে সকীয়নি প্ৰদান কৰিছে আৰু এনে ভূৱা বাতৰি প্ৰচাৰ কৰা লোক সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জনাইছে।

Tags: COVID19

Recent News

nasal-covid-vaccine-1

ভাৰত বায়’টেকৰ নাকেৰে ড্ৰপৰ ৰূপত ল’ব পৰা ভেকচিনৰ পৰীক্ষণত অনুমোদন বিশেষজ্ঞ সমিতিৰ

যোৱা ২৪ ঘণ্টাত ১৩,৮২৩ গৰাকী ক’ৰ’নাত আক্ৰান্ত, ২ লাখৰ তললৈ নামিল সক্ৰিয় ৰোগীৰ সংখ্যা

যোৱা ২৪ ঘণ্টাত ১৩,৮২৩ গৰাকী ক’ৰ’নাত আক্ৰান্ত, ২ লাখৰ তললৈ নামিল সক্ৰিয় ৰোগীৰ সংখ্যা

a pak

ৰিক্সাত উঠি ঘূৰি ফুৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে! ৰহস্য কি? চাওঁক ভিডিঅ

নিয়ন্ত্ৰণ ৰেখাত নিহত তিনিজন পাকিস্তানী উগ্ৰপন্থী, ভাৰতীয় সেনাৰ চাৰিজন জোৱান আহত

নিয়ন্ত্ৰণ ৰেখাত নিহত তিনিজন পাকিস্তানী উগ্ৰপন্থী, ভাৰতীয় সেনাৰ চাৰিজন জোৱান আহত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd