DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

Video|| ৰেইলৱেই ষ্টেইশ্যনত দৰিদ্ৰ যেন লগা মহিলাই গোৱা লতা মংগেশকাৰৰ গান ফেইচবুকত ভাইৰেল

এন ই নাও নিউজ by এন ই নাও নিউজ
July 31, 2019 5:07 pm
Video|| ৰেইলৱেই ষ্টেইশ্যনত দৰিদ্ৰ যেন লগা মহিলাই গোৱা লতা মংগেশকাৰৰ গান ফেইচবুকত ভাইৰেল
1.3k
VIEWS
Share on FacebookShare on Twitter

অৰিজিনেলি লতা মংগেশকাৰৰ কণ্ঠৰ হিন্দী গান এটাৰ পশ্চিম বংগৰ এটা ৰেইলৱেই ষ্টেইশ্যনত এগৰাকী মহিলাই গোৱা সংস্কৰণ এটাৰ ভিডিঅ’ এটা ফেইচবুকত ভাইৰেল হৈছে।

বৰপেটাটাউন দি প্লেইচ অৱ পীচ নামৰ ফেইচবুক পেইজ এটাই ফেইচবুকত শ্বেয়াৰ কৰা ভিডিঅ’টোৱে একৰকম আলোড়নৰ সৃষ্টি কৰিছে।

ফেইচবুক পেইজটোৰ লগতে ভিডিঅ’টোত কমেণ্টকাৰী আন বহু লোকে আশা কৰিছে ভিডিঅ’টো শ্বেয়াৰ কৰি থাকিলে সি গৈ গৈ কোনোবা সংগীত পৰিচালকৰ ওচৰ পাবগৈ আৰু তেতিয়া মহিলাগৰাকীৰ প্ৰতিভাই প্ৰাপ্য স্বীকৃতি পাব।

২৮ জুলাইত শ্বেয়াৰ কৰা ভিডিঅ’টো ৩১ জুলাইৰ আবেলি ৪:৪০ বজালৈকে ৩৭,৫৫৭ বাৰ শ্বেয়াৰ হৈছে।

১.৭ মিলিয়ন বাৰ তাক দৰ্শন কৰা হৈছে।

মহিলাগৰাকীয়ে পশ্চিম বংগৰ ৰাণাঘাট ৰেইলৱেই ষ্টেইশ্যনত কাম কৰে বুলি ফেইচবুক পেইজটোৱে উল্লেখ কৰিছে।

মহিলাগৰাকীয়ে গোৱা গীতটো লতা মংগেশকাৰ আৰু মুকেশে গোৱা “এক প্যাৰ কা নগমা হেঁ”।

এতিয়াও মহিলাগৰাকীয়ে এখন মঞ্চ নোপোৱাত “দুখ” পোৱা বৰপেটাটাউন দি প্লেইচ অৱ পীচ ফেইচবুক পেইজটোৱে মহিলাগৰাকীৰ আৰু এটা ভিডিঅ’ও শ্বেয়াৰ কৰি দিছে।

ফেইচবুক পেইজটোৱে ভিডিঅ’টো যিমান পাৰি শ্বেয়াৰ কৰিবলৈ আহ্বান জনাইছে যাতে “কোনোবা সংগীত পৰিচালকে দেখা পায়”।

Recent News

teen kills one-year-old girl

জিঘাংসু প্ৰতিশোধ: এটা চৰৰ প্ৰতিশোধ ল’বলৈয়ে এবছৰীয়া কন্যা শিশুক পানীত পেলাই হত্যা

ৰাজ্যৰ ৫০ৰো অধিক স্থানত ভূমিস্খলন:বৰাক উপত্যকাকে ধৰি ত্ৰিপুৰা, মিজোৰামত তীব্ৰ খাদ্য সংকটৰ আশংকা

ৰাজ্যৰ ৫০ৰো অধিক স্থানত ভূমিস্খলন:বৰাক উপত্যকাকে ধৰি ত্ৰিপুৰা, মিজোৰামত তীব্ৰ খাদ্য সংকটৰ আশংকা

মহাসতী ৰাধিকাৰ স্মৃতি দিৱস উদযাপন, অসমীয়া সমাজক মহীয়ান কৰা মহাসতী ৰাধিকা দৰাচলতে কোন আছিল ?

মহাসতী ৰাধিকাৰ স্মৃতি দিৱস উদযাপন, অসমীয়া সমাজক মহীয়ান কৰা মহাসতী ৰাধিকা দৰাচলতে কোন আছিল ?

আম আদমি পাৰ্টীত যোগদান এআইউডিএফৰ প্ৰাক্তন বিধায়ক মামুন ইমদাদুল হক চৌধুৰীৰ

আম আদমি পাৰ্টীত যোগদান এআইউডিএফৰ প্ৰাক্তন বিধায়ক মামুন ইমদাদুল হক চৌধুৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd