• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

প্ৰয়োজন মাত্ৰ ৩৮ ৰানৰ: অন্য এক ‘এলিট লিষ্ট’ত নাম পঞ্জীয়নৰ দিশে বিৰাট কোহলী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 2, 2022 4:14 pm
Virat Kohli
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সুদীৰ্ঘ এটা দশক জুৰি হাতত বেট লৈ ২২ গজৰ যুঁজত দপদপাই থকা ভাৰতৰ ক্ৰিকেট তাৰকা বিৰাট কোহলীক ক্ৰিকেট বিশ্বত জনা যায় ‘বিৰাট: দ্য আনষ্টপেব’ল ৰান মেচিন কোহলী’ নামেৰে।

ইতিমধ্যে সমগ্ৰ বিশ্বৰ ক্ৰিকেট বিশেষজ্ঞ তথা প্ৰাক্তন তাৰকা ক্ৰিকেটাৰে বিৰাট কোহলীক সাম্প্ৰতিক ক্ৰিকেট জগতৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে স্বীকৃতি দিছে।

Apply Now

বৰ্তমানৰ ভাৰতীয় ক্ৰিকেট দলৰ মূল বেটিং স্তম্ভ বিৰাট কোহলী ভাৰতীয় ক্ৰিকেটৰ এক এলিট লিষ্টত অন্তৰ্ভূক্ত হোৱাৰ দিশে ধাৱমান হৈছে।

৪ মাৰ্চৰ পৰা ম’হালীত শ্ৰীলঙ্কাৰ বিৰুদ্ধে আৰম্ভ হ’বলগীয়া প্ৰথম টেষ্টত বিৰাট কোহলীয়ে এই তালিকাত নিজৰ নাম অন্তৰ্ভূক্তিৰ সুবিধা পাব।

শেহতীয়াকৈ ভাৰতীয় টেষ্ট দলৰ অধিনায়ক পদ ইস্তফা দিয়া কোহলীক ক্ৰিকেটৰ আটাইতকৈ দীঘলীয়া ফৰ্মেটটোত ৮০০০ ৰাণ সম্পূৰ্ণ কৰিবলৈ মাত্ৰ ৩৮ ৰানৰ প্ৰয়োজন।

শচীন তেণ্ডুলকাৰ, ৰাহুল দ্ৰাবিড়, সুনীল গাভাস্কাৰ, বীৰেন্দ্ৰ ছেহৱাগ আৰু ভিভিএছ লক্ষ্মণৰ দৰে তাৰকা ক্ৰিকেটাৰৰ পিছতে এই কৃতিত্ব অৰ্জন কৰা কোহলী কেৱল ষষ্ঠ ভাৰতীয় ক্ৰিকেটাৰ হিচাপে পৰিগণিত হ’ব।

টেষ্টখনত যদি কোহলীয়ে ভাৰতৰ প্ৰথম ইনিংছত প্ৰয়োজনীয় ৩৮ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় তেতিয়া তেওঁ শচীন তেণ্ডুলকাৰ (১৫৪ ইনিংছ), ৰাহুল দ্ৰাবিড় (১৫৮ ইনিংছ) বীৰেন্দ্ৰ ছেহৱাগ (১৬০ ইনিংছ) আৰু সুনীল গাভাস্কাৰ (১৬৬ ইনিংছ)ৰ পিছতে দ্ৰুততম ৮০০০ ৰান সম্পূৰ্ণ কৰা ভাৰতীয় ক্ৰিকেটাৰৰ ক্ষেত্ৰত পঞ্চম স্থানত থাকিব। কোহলীয়ে এই পৰ্যন্ত ১৬৮ টা ইনিংছত ৭,৯৬২ ৰান সংগ্ৰহ কৰিছে।

আনহাতে উক্ত টেষ্টতে কোহলীয়ে আন এক ঈৰ্ষণীয় কৃতিত্বও অৰ্জন কৰিব। শুকুৰবাৰে টেষ্টখনত অৱতীৰ্ণ হোৱাৰ লগে লগে কোহলী ১০০ খন টেষ্ট খেলা কেৱল দ্বাদশ ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হ’ব।

অৱশ্যে শেহতীয়াকৈ এই তাৰকা খেলুৱৈজন স্বভাৱসিদ্ধ ফৰ্মত নাই। যোৱা দুটা বছৰত কেৰিয়াৰৰ আটাইতকৈ ব্যৰ্থ ফৰ্মত থকা কোহলী বৰ্তমান ৰানৰ সন্ধানত আছে। ২০১৯ চনৰ নৱেম্বৰত বাংলাদেশৰ বিৰুদ্ধে কোহলীয়ে টেষ্টত নিজৰ অন্তিমটো শতকীয় ইনিংছ খেলিছিল।

কেৰিয়াৰৰ ৭২ তম আন্ত: ৰাষ্ট্ৰীয় শতকৰ সন্ধানত থকা কোহলীয়ে নিজৰ শ্ৰেষ্ঠ ফৰ্ম ঘূৰাই পাব বুলি আশা কৰিছে ক্ৰিকেট অনুৰাগী সকলে

তদুপৰি শ্ৰীলঙ্কাই ২০১৭ চনত শেষবাৰৰ বাবে টেষ্ট শৃংখলাত ভাগ ল’বলৈ ভাৰত ভ্ৰমণ কৰাৰ সময়ত কোহলীয়ে শ্ৰীলংকাৰ বিৰুদ্ধে ঈৰ্ষণীয় প্ৰদৰ্শন আগবঢ়াইছিল।

উক্ত শৃংখলাটোত কোহলীয়ে ৩ খন টেষ্টত ৬১০ ৰাণ সংগ্ৰহ কৰিছিল। শৃংখলাটোত কোহলীয়ে একেৰাহে দুটা দ্বিশতকীয় ইনিংছ (নাগপুৰত ২১৩ আৰু দিল্লীত ২৪৩) খেলাৰ লগতে এটা শতকীয় ইনিংছ (কলকাতাত ১০৪) আৰু এটা অৰ্ধশতকীয় ইনিংছ খেলিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

October 1, 2026 8:59 pm
শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

October 1, 2026 8:28 pm
বান সাহায্যৰ প্ৰতিশ্ৰুতি ভংগ: ২ অক্টোবৰৰ পৰা অখিল গগৈৰ অনিশ্চিতকালীন আন্দোলনৰ ঘোষণা

বান সাহায্যৰ প্ৰতিশ্ৰুতি ভংগ: ২ অক্টোবৰৰ পৰা অখিল গগৈৰ অনিশ্চিতকালীন আন্দোলনৰ ঘোষণা

October 1, 2026 7:46 pm
ব্যৱসায়ীসকলৰ ‘No UPI Day’ পালনৰ আহ্বান প্ৰত্যাহাৰ; সকাহ পাবনে গ্ৰাহকে?

ব্যৱসায়ীসকলৰ ‘No UPI Day’ পালনৰ আহ্বান প্ৰত্যাহাৰ; সকাহ পাবনে গ্ৰাহকে?

October 1, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

October 1, 2026 8:59 pm
শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

October 1, 2026 8:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd