• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বিৰাট কোহলীয়ে এদিনীয়া ক্ৰিকেটত গঢ়িলে নতুন বিশ্ব অভিলেখ; পিছ পৰি ৰ’ল শচীন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 2, 2020 11:13 am

2 min read

বিৰাট কোহলীয়ে এদিনীয়া ক্ৰিকেটত গঢ়িলে নতুন বিশ্ব অভিলেখ; পিছ পৰি ৰ’ল শচীন
11.7k
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলীয়ে কেনবেৰা ষ্টেডিয়ামত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তিনিখনীয়া এদিনীয়া শৃংখলাৰ অন্তিমখন মেচত এক অনন্য অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।

কোহলীয়ে এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ১২,০০০ ৰানৰ সংখ্যা অতিক্ৰম কৰিছে।

ইয়াৰ লগে লগে ৰান মেচিন বিৰাট কোহলীয়ে এক বিশ্ব ৰেকৰ্ডো গঢ়ে। এই ক্ষেত্ৰত অধিনায়ক গৰাকীয়ে শচীন টেণ্ডুলকাৰৰ দৰে মহান খেলুৱৈক পিছ পেলাইছে।

সোঁহতীয়া বেটছমেন বিৰাট কোহলীয়ে এদিনীয়া ক্ৰিকেটত দ্ৰুততম ১২,০০০ ৰান কৰাৰ বিশ্ব অভিলেখ গঢ়ে।

তেওঁ শচীন টেণ্ডুলকাৰ, ৰিকি পণ্টিং, কুমাৰ চাংগাকাৰা, সনথ জয়সূৰ্য্যা আৰু মহেলা জয়ৱৰ্দ্ধনেৰ দৰে মহান খেলুৱৈক অতিক্ৰম কৰিছে।

বিৰাট কোহলীয়ে কেৱল মাত্ৰ ২৪২টা এদিনীয়া ইনিংছ খেলিয়েই ১২,০০০ ৰান সংগ্ৰহ কৰে, আনহাতে ইয়াৰ বাবে শচীন তেণ্ডুলকাৰক প্ৰয়োজন হৈছিল ৩০০টা এদিনীয়া ইনিংছ।

এইদৰে বিৰাট কোহলীয়ে সকলোকে ছেৰ পেলাই আন এক বিশ্ব অভিলেখৰ গৰাকী হ’ল।

উল্লেখ্য যে, আজি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে কেনবেৰা গ্ৰাউণ্ডত অনুষ্ঠিত শৃংখলাৰ অন্তিমখন মেচত কোহলীয়ে ২৩ ৰান সংগ্ৰহ কৰাৰ লগে লগে তেওঁ এদিনীয়া ক্ৰিকেটত ১২,০০০ ৰান সংগ্ৰহ কৰা বিশ্বৰ ষষ্ঠগৰাকী বেটছমেন হিচাপে পৰিণত হয়।

এই ক্ষেত্ৰত তেওঁ ভাৰতৰ দ্বিতীয় খেলুৱৈ। তেওঁৰ আগতে ভাৰতীয় দলৰ বাবে এদিনীয়া ক্ৰিকেটত শচীন টেণ্ডুলকাৰে ১২,০০০ৰো অধিক ৰান সংগ্ৰহ কৰিছে।

১২,০০০ ৰান কৰা দ্ৰুততম ক্ৰিকেটাৰ

১. বিৰাট কোহলী- ২৪২টা ইনিংছ

২. শচীন টেণ্ডুলকাৰ-৩০০ টা ইনিংছ

৩. ৰিকী পণ্টিং-৩১৪টা ইনিংছ

৪. কুমাৰ ছাংগাকাৰ-৩৩৬টা ইনিংছ

৫. ছনথ জয়সূৰ্য্যা-৩৭৯টা ইনিংছ

৬. মহেলা জয়বৰ্দ্ধনে-৩৯৯টা ইনিংছ

উল্লেখ্য যে ইয়াৰ পূৰ্বে ছিডনীত খেলা শৃংখলাৰ দ্বিতীয়খন মেচত কোহলীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ২২,০০০ ৰান সম্পূৰ্ণ কৰে। এই ক্ষেত্ৰতো বিৰাট কোহলী বিশ্বৰ দ্ৰুততম ক্ৰিকেটাৰ।

Recent News

shashi-tharoor

লালকিল্লাত প্ৰতিবাদী কৃষকৰ পতাকা উৰুওৱাক দুৰ্ভাগ্যজনক আখ্যা কংগ্ৰেছ সাংসদ শশী থাৰুৰৰ

শচীনৰ সৰ্বাধিক টেষ্ট ৰানৰ অভিলেখ জ’ ৰুটে ভংগ কৰিব পাৰে বুলি মন্তব্য এজন প্ৰাক্তন ক্ৰিকেটাৰৰ

শচীনৰ সৰ্বাধিক টেষ্ট ৰানৰ অভিলেখ জ’ ৰুটে ভংগ কৰিব পাৰে বুলি মন্তব্য এজন প্ৰাক্তন ক্ৰিকেটাৰৰ

গুৱাহাটী বিশ্ববিদ্যালয়ত অখিল গগৈৰ মুক্তিৰ দাবীত ছাত্ৰ মুক্তিৰ ১২ ঘণ্টীয়া অনশন

গুৱাহাটী বিশ্ববিদ্যালয়ত অখিল গগৈৰ মুক্তিৰ দাবীত ছাত্ৰ মুক্তিৰ ১২ ঘণ্টীয়া অনশন

অৱশেষত মুকলি হ’ল ফৌজি মোবাইল গেইম; গুগল প্লে ষ্টোৰত উপলব্ধ

অৱশেষত মুকলি হ’ল ফৌজি মোবাইল গেইম; গুগল প্লে ষ্টোৰত উপলব্ধ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd