• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোহলিক ৰান আউট কৰি ‘বিৰাট’ পুৰস্কাৰ পালে ৰিয়ান পৰাগে; কি সেই পুৰস্কাৰ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 30, 2021 7:17 pm
Riyan Parag -Kohli
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Riyan Parag: বিৰাট কোহলিক ৰাণ আউট কৰি কোহলিৰ পৰা পুৰস্কাৰ লাভ কৰিলে ৰিয়ান পৰাগে। ডুবাইত আৰচিবি আৰু ৰাজস্থান ৰয়েলৰ্ছৰ মাজৰ খেলখনত কোহলিক ডাইৰেক্ট থ্ৰ’ত ৰাণ আউট কৰি দুৰ্দান্ত ফিল্ডিঙৰ নিদৰ্শন দাঙি ধৰে ৰিয়ানে।

খেলৰ অন্তত ৰিয়ানৰ বেটত অটোগ্ৰাফ দিলে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ অধিনায়ক বিৰাট কোহলিয়ে।

উল্লেখ্য যে ৰিয়ান পৰাগে যোৱা এবছৰত কমেও তিনিবাৰ ৰিয়ানৰ বেটত স্বাক্ষৰ কৰিছে। ভাল খেলৰ স্বীকৃতি হিচাপেই এইদৰে স্বাক্ষৰ কৰে কোহলিয়ে।

Apply Now

বুধবাৰে ডুবাইত আৰচিবিৰ ইনিংছৰ সপ্তম অভাৰত ক্ৰিছ মৰিছৰ পঞ্চমটো বল কোহলিয়ে পইন্টলৈ ঠেলি দিয়ে।

ফিল্ডাৰ ৰিয়ান পৰাগে ডাইভ মাৰি বলটো কৰায়ত্ত কৰিবলৈ চেষ্টা কৰে যদিও বলটো উফৰি যায়।

নন-ষ্ট্ৰাইকাৰ এণ্ডত কে এছ ভৰতে ৰাণ নিবলৈ ডেঞ্জাৰ এণ্ডলৈ দৌৰি অহাত কোহলিয়েও ৰাণ ল’বলৈ দৌৰ মাৰে।

কিন্তু ৰিয়ানে অতি তৎপৰতাৰে বলটো ধৰি নন ষ্ট্ৰাইকাৰ পিনে ষ্টাম্পলৈ লক্ষ্য কৰি বল থ্ৰ’ কৰে। বলটো গৈ ডাইৰেক্ট ষ্টাম্পত লাগে।

আৰু পঢ়ক: ‘শ্বেৰমান আলি’ বিজেপিৰ এজেন্ট! এসময়ৰ আজমলৰ ঘনিষ্ঠ অনুচৰ শ্বেৰমানৰ ‘বিদ্বেষ’ত জ্বলিছে অসম

বল গৈ ষ্টাম্পত লগাৰ সময়ত কোহলি ক্ৰীজৰ বহুখিনি দূৰত আছিল। ফিল্ড আম্পায়াৰে সিদ্ধান্তৰ বাবে তৃতীয় আম্পায়াৰলৈ ৰেফাৰ কৰাৰ পাছত ৰিপ্লে চাই তৃতীয় আম্পায়াৰে কোহলিক ৰাণ আউট ঘোষণা কৰে।

ব্যক্তিগত ২৫ ৰাণত কোহলি পেভলিয়নলৈ উভতিল। অৱশ্যে সেয়া মেচখনৰ বিজয়ত বিশেষ বাধাৰ কাৰণ নহ’ল। ৰাজস্থান ৰয়েলছক ১৭টা বল খেলিবলৈ বাকী থকা অৱস্থাতে ৭উইকেটত পৰাজিত কৰে আৰচিবিয়ে।

ইপিনে, খেলৰ শেষত ৰাজস্থানৰ তৰুণ ক্ৰিকেটাৰসকলৰ সৈতে বাৰ্তালাপ কৰে কোহলিয়ে। তৰুণ ক্ৰিকেটাৰকেইজনক কিছু টিপছ দিয়াৰ লগতে ৰিয়ানৰ বেটত স্বাক্ষৰ কৰি দিয়ে কোহলিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd