• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ইংলেণ্ড বনাম ভাৰত : বিৰাট কোহলীয়ে গঢ়িলে নতুন অভিলেখ, অতিক্ৰমিলে গ্ৰেম স্মিথক

এন ই নাও নিউজ by এন ই নাও নিউজ
March 26, 2021 6:06 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি পুনেত অনুষ্ঠিত হোৱা ভাৰত আৰু ইংলেণ্ডৰ মাজৰ এদিনীয়া শৃখলাৰ দ্বিতীয়খন মেচত দুটাকৈ আন্তঃৰাষ্ট্ৰীয় অভিলেখৰ গৰাকী হৈছে।

মেচখনত কোহলীয়ে ৭৯ টা বলত ৬৬ ৰাণৰ সুন্দৰ বৰঙণি আগবঢ়ায়।

Apply Now

এই অৰ্ধশতেকেৰে কোহলীয়ে অধিনায়ক হিচাপে আন্তঃৰাষ্টীয় এদিনীয়াত আটাইতকৈ ৰাণ সংগ্ৰহ কৰাৰ তালিকাত পঞ্চম স্থানত উপৱিষ্ট হৈছে।

এইক্ষেত্ৰত তেওঁ দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন অধিনায়ক গ্ৰেম স্মিথক অতিক্ৰম কৰি যায়।

অধিনায়ক হিচাপে গ্ৰেম স্মিথে সংগ্ৰহ কৰিছিল ৫,৪১৬ ৰাণ।

মেচখনৰ ২৪ অভাৰত কোহলীয়ে ৪১ ৰাণ কৰা অৱস্থাত স্মিথক অতিক্ৰম কৰিছে।

স্মিথে অধিনায়ক ১৫০ খন মেচত ইমানসংখ্যক ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে কোহলীয়ে ৯৪খন মেচতে তেওঁক অতিক্ৰম কৰিবলৈ সক্ষম হয়।

তালিকাখনৰ প্ৰথম স্থানত আছে অষ্ট্ৰেলিয়াৰ কিংবদন্তি অধিনায়ক ৰিকী পণ্টিং।

অধিনায়ক হিচাপে পণ্টিঙে ২৩৪খন মেচত ৮৪৯৭ ৰাণ সংগ্ৰহ কৰিছিল।

পণ্টিঙৰ পাছতে আছে ভাৰতৰ মহেন্দ্ৰ সিং ধনী।

ধনীয়ে অধিনায়ক হিচাপে ২০০খন মেচত সংগ্ৰহ কৰিছিল ৬৬৪১ ৰাণ।

আনহাতে, বেটিং এভাৰেজ আৰু ষ্ট্ৰাইক ৰেটৰ ক্ষেত্ৰত কোহলীয়ে তালিকাখনৰ আটাইতকৈ শ্ৰেষ্ঠত্ব লাভ কৰিছে।

অধিনায়ক হিচাপে তেওঁৰ বেটিং এভাৰেজ ৭০ আৰু ষ্ট্ৰাইক ৰেট হৈছে ৯৮.৫৫।

আনহাতে, একেখন মেচতে কোহলীয়ে বেটিং ক্ৰমৰ তিনি নম্বৰ স্থানৰ বেটছমেন হিচাপে ১০,০০০ ৰাণ স্ংগ্ৰহ কৰিবলৈ সক্ষম হয়।

বৰ্তমান তেওঁ এইক্ষেত্ৰত অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ৰিকী পণ্টিঙৰ পাছতে স্থান লাভ কৰিছে।

পণ্টিঙে এদিনীয়া মেচত সংগ্ৰহ কৰিছিল ১২৬৬২ ৰাণ।

টেষ্ট, এদিনীয়া আৰু টি-২০- আটাইকেওতা ফৰ্মেটতে পণ্টিঙে তিনি নম্বৰ স্থানত ২২,৮৬৯ ৰাণ সংগ্ৰহ কৰি গৈছে।

বৰ্তমানলৈকে কোহলীয়ে এদিনীয়াত এইক্ষেত্ৰত সংগ্ৰহ কৰিছে ১০,০৪৬ ৰাণ।

আনহাতে, আজি পুনেত অনুষ্ঠিত হৈ থকা মেচখনত ইংলেণ্ডে টছত জিকি বলিং কৰিবলৈ সিদ্ধান্ত লয়।

কেএল ৰাহুলৰ বিস্ফোৰক ১০৮ (১১৪) ৰাণৰ শতকীয় ইনিংছৰ সহায়ত ভাৰতে ৬টা উইকেট হেৰুৱায় সংগ্ৰহ কৰে ৩৩৬ ৰাণ।

ৰাহুলৰ উপৰিও দীৰ্ঘ দিনৰ অন্তত আন্তঃৰাষ্ট্ৰীয় এদিনীয়া মেচলৈ প্ৰত্যাৱৰ্তন ঘটা উইকেট কীপাৰ ঋষভ পণ্টে মাৰমুখী ৭৭ (৪০) আৰু অধিনায়ক কোহলীয়ে ৬৬ (৭৯) ৰাণৰ বৰঙণি আগবঢ়ায়।

ইংলেণ্ডৰ হৈ টম কুৰাণ আৰু ৰিচী টিপলেয়ে ২টাকৈ উইকেট লাভ কৰে।

বাতৰি লিখাৰ পৰলৈকে ইংলেণ্ডে ৩৩৭ ৰাণৰ বিশাল লক্ষ্য আগত লৈ মেচখনৰ দ্বিতীয় ইনিংছ মুকলি কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চানমাৰিৰ সহকাৰী আৰক্ষী আয়ুক্ত (এচিপি) প্ৰণামী ভৰদ্বাজ বৰা

প্ৰতিবাদৰ পূৰ্বে নাবালিকাক ভাবুকি দিয়াৰ অভিযোগত বিতৰ্কত অসম আৰক্ষীৰ বিষয়া

July 23, 2026 10:47 pm
ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

July 23, 2026 6:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চানমাৰিৰ সহকাৰী আৰক্ষী আয়ুক্ত (এচিপি) প্ৰণামী ভৰদ্বাজ বৰা

প্ৰতিবাদৰ পূৰ্বে নাবালিকাক ভাবুকি দিয়াৰ অভিযোগত বিতৰ্কত অসম আৰক্ষীৰ বিষয়া

July 23, 2026 10:47 pm
ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd