• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

Most Runs In World Cup 2023: সৰ্বাধিক ৰান কৰি গোল্ডেন বেট কোহলীৰ; শীৰ্ষ ১০ত ভাৰতৰ চাৰিজন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 20, 2023 7:49 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২৩ চনৰ বিশ্বকাপত সৰ্বাধিক ৰান সংগ্ৰহকাৰী হ’ল বিৰাট কোহলী। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ফাইনেলত ৫৪ ৰানৰ সংগ্ৰামী ইনিংছ খেলাৰ পিছত ১১খন মেচত কোহলীৰ ব্যক্তিগত সংগ্ৰহ ৭৬৫ ৰান। তেওঁ ৩টা শতক আৰু ৬টা অৰ্ধশতক অৰ্জন কৰে। তেওঁ ৬৮ টা চাৰি আৰু ৯ ছয় মাৰে।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৪৭ ৰানৰ আগ্ৰাসী ইনিংছ খেলাৰ পিছত ২০২৩ চনৰ বিশ্বকাপৰ ১১খন মেচত ৰোহিত শৰ্মাৰ ব্যক্তিগত সংগ্ৰহ ৫৯৭ ৰান। তেওঁ এটা শতক আৰু ৩টা অৰ্ধশতক অৰ্জন কৰে। এই বিশ্বকাপত সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটছমেনৰ তালিকাত দ্বিতীয় স্থানত আছে ভাৰতীয় অধিনায়কগৰাকী। তেওঁ ৬৬টা চাৰি আৰু ৩১টা ছয় মাৰে।

ৰোহিত শৰ্মা।

১০খন মেচত ৫৯৪ ৰান সংগ্ৰহ কৰি কুইণ্টন ডি ককে ২০২৩ চনৰ বিশ্বকাপত তৃতীয় সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছে। এই বিশ্বকাপত প্ৰটিয়াৰ তাৰকাগৰাকীয়ে ৪টা শতক অৰ্জন কৰে। তেওঁ ৫৭টা চাৰি আৰু ২১টা ছয় মাৰে।

Apply Now
কুইণ্টন ডি কক।

এই বিশ্বকাপত সৰ্বাধিক ৰান সংগ্ৰহকাৰীৰ তালিকাত চতুৰ্থ স্থানত আছে ৰাচিন ৰবীন্দ্ৰ। কিউই তাৰকাগৰাকীয়ে ১০খন মেচত ৫৭৮ ৰান সংগ্ৰহ কৰে। তেওঁ ৩টা শতক আৰু ২টা অৰ্ধশতক অৰ্জন কৰে। তেওঁ ৫৫টা চাৰি আৰু ১৭টা ছয় মাৰে।

ৰাচিন ৰবীন্দ্ৰ।

নিউজিলেণ্ডৰ ডেৰিল মিচেল এই বিশ্বকাপত পঞ্চম সৰ্বাধিক ৰান সংগ্ৰহকাৰী। ১০খন মেচৰ ৯ টা ইনিংছত বেটিং কৰি ৫৫২ ৰান সংগ্ৰহ কৰে। কিউই তাৰকাগৰাকীয়ে ২টা শতক আৰু ২টা অৰ্ধশতক অৰ্জন কৰে। তেওঁ ৪৮টা চাৰি আৰু ২২টা ছয় মাৰে।

ডেৰিল মিচেল।

২০২৩ চনৰ বিশ্বকাপত সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটছমেনৰ তালিকাত অষ্ট্ৰেলিয়াৰ ডেভিদ ৱাৰ্নাৰ ষষ্ঠ স্থানত আছে। তেওঁ ১১খন মেচত ৫৩৫ ৰান সংগ্ৰহ কৰে। ২টা শতক আৰু ২টা অৰ্ধশতক অৰ্জন কৰে। এই বিশ্বকাপত ৱাৰ্নাৰে ৫০টা চাৰি আৰু ২৪টা ছয় মাৰে।

ডেভিড ৱাৰ্ণাৰ।

২০২৩ বিশ্বকাপত সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটছমেনৰ তালিকাত সপ্তম স্থানত আছে শ্ৰেয়াছ আয়াৰ। তেওঁ ১১খন মেচত ৫৩০ ৰান সংগ্ৰহ কৰে। শ্ৰেয়াছে ২ টা শতক আৰু ৩টা অৰ্ধশতক অৰ্জন কৰে। তেওঁ ৩৭টা চাৰি আৰু ২৪টা ছয় মাৰে।

শ্ৰেয়াছ আয়াৰ।

এই বিশ্বকাপত সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটছমেনৰ তালিকাত ৮ নম্বৰ স্থানত আছে ভাৰতৰ লোকেশ ৰাহুল। তেওঁ ১১খন মেচৰ ১০ ইনিংছত ৪৫২ ৰান সংগ্ৰহ কৰে। ১টা শতক আৰু ২টা অৰ্ধশতক অৰ্জন কৰে। তেওঁ ৩৮টা চাৰি আৰু ৯টা ছয় মাৰে।

লোকেশ ৰাহুল।

দক্ষিণ আফ্ৰিকাৰ ৰাছি ভান ডেৰ ডাচেনে এই বিশ্বকাপত সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটছমেনৰ তালিকাত নৱম স্থান লাভ কৰিছে। ১০খন মেচত ৪৪৮ ৰান সংগ্ৰহ কৰে। ২টা শতক আৰু ২টা অৰ্ধশতক অৰ্জন কৰে। তেওঁ ৩৯টা চাৰি আৰু ৮টা ছয় মাৰিলে।

ৰাছি ভান ডেৰ ডাচেনে

অষ্ট্ৰেলিয়াৰ মিচেল মাৰ্ছে ১০খন খেলত ৪৪১ ৰান সংগ্ৰহ কৰে। এই বিশ্বকাপত সৰ্বাধিক ৰান কৰা বেটছমেনৰ তালিকাত তেওঁ দশম স্থানত আছে। মাৰ্ছে ২টা শতক আৰু ১টা অৰ্ধশতক অৰ্জন কৰে। তেওঁ ৪৩টা চাৰি আৰু ২১টা ছয় মাৰে।

মিচেল মাৰ্ছ।
এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেছিক সৰ্বকালৰ শ্ৰেষ্ঠ বুলি মানি লোৱাৰ সময় আহি পৰিছে! আলজেৰিয়াৰ বিৰুদ্ধে হেট্ৰিকৰ পাছতে ব্ৰাজিলৰ কিংবদন্তি ৰোনাল্ডোৰ ডাঙৰ মন্তব্য

মেছিক সৰ্বকালৰ শ্ৰেষ্ঠ বুলি মানি লোৱাৰ সময় আহি পৰিছে! আলজেৰিয়াৰ বিৰুদ্ধে হেট্ৰিকৰ পাছতে ব্ৰাজিলৰ কিংবদন্তি ৰোনাল্ডোৰ ডাঙৰ মন্তব্য

June 18, 2026 2:51 pm
জাল নথিপত্ৰৰে ৰাজস্থানলৈ অসমৰ হাতীৰ অবৈধ সৰবৰাহ, চৰকাৰী শিথিলতাক লৈ সৰৱ প্ৰকৃতিপ্ৰেমী

জাল নথিপত্ৰৰে ৰাজস্থানলৈ অসমৰ হাতীৰ অবৈধ সৰবৰাহ, চৰকাৰী শিথিলতাক লৈ সৰৱ প্ৰকৃতিপ্ৰেমী

June 18, 2026 1:45 pm
পাকিস্তানত ভয়ংকৰ কাণ্ড, গুৰুদ্বাৰৰ ভিতৰতে বৃদ্ধ শিখ দম্পতীক গুলীয়াই হত্যা

পাকিস্তানত ভয়ংকৰ কাণ্ড, গুৰুদ্বাৰৰ ভিতৰতে বৃদ্ধ শিখ দম্পতীক গুলীয়াই হত্যা

June 18, 2026 1:45 pm
ভাৰতীয় শিক্ষা ব্যৱস্থা এক ধন দাবী কৰা যন্ত্ৰ: কোটাৰ সভাত ৰাহুল গান্ধীৰ মন্তব্য

ভাৰতীয় শিক্ষা ব্যৱস্থা এক ধন দাবী কৰা যন্ত্ৰ: কোটাৰ সভাত ৰাহুল গান্ধীৰ মন্তব্য

June 18, 2026 1:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেছিক সৰ্বকালৰ শ্ৰেষ্ঠ বুলি মানি লোৱাৰ সময় আহি পৰিছে! আলজেৰিয়াৰ বিৰুদ্ধে হেট্ৰিকৰ পাছতে ব্ৰাজিলৰ কিংবদন্তি ৰোনাল্ডোৰ ডাঙৰ মন্তব্য

মেছিক সৰ্বকালৰ শ্ৰেষ্ঠ বুলি মানি লোৱাৰ সময় আহি পৰিছে! আলজেৰিয়াৰ বিৰুদ্ধে হেট্ৰিকৰ পাছতে ব্ৰাজিলৰ কিংবদন্তি ৰোনাল্ডোৰ ডাঙৰ মন্তব্য

June 18, 2026 2:51 pm
জাল নথিপত্ৰৰে ৰাজস্থানলৈ অসমৰ হাতীৰ অবৈধ সৰবৰাহ, চৰকাৰী শিথিলতাক লৈ সৰৱ প্ৰকৃতিপ্ৰেমী

জাল নথিপত্ৰৰে ৰাজস্থানলৈ অসমৰ হাতীৰ অবৈধ সৰবৰাহ, চৰকাৰী শিথিলতাক লৈ সৰৱ প্ৰকৃতিপ্ৰেমী

June 18, 2026 1:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd