• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভাৰতৰ বজাৰত ভিভ’ৰ নতুন স্মাৰ্টফোন ভিভ’ ৱাই-৫১ মুকলি

NE NOW NEWS
গুৱাহাটী , December 10, 2020 5:40 pm

1 min read

ভাৰতৰ বজাৰত ভিভ’ৰ নতুন স্মাৰ্টফোন ভিভ’ ৱাই-৫১ মুকলি
3.7k
VIEWS
Share on FacebookShare on Twitter

বিশ্বৰ অন্যতম মোবাইল ফোন নিৰ্মাণকাৰী সংস্থা ভিভ’ই ভাৰতৰ বজাৰত নতুন স্মাৰ্টফোন এটা মুকলি কৰে।

ভাৰতীয় মোবাইল গ্ৰাহক সকলক উদ্দেশ্য কৰি মুকলি কৰা ভিভ’ৰ নতুন স্মাৰ্টফোনটোৰ নাম হৈছে ভিভ’ ৱাই ৫১।

নতুন স্মাৰ্টফোনটোত গ্ৰাহক সকলে ৬.৫৮ ইন্সিৰ ডিছপ্লেৰ লগতে ৮ জিবি ৰেম আৰু ১২৮ জিবি ইন্টাৰনেল ষ্ট’ৰেজ লাভ কৰিব।

নতুন ভিভ’ ৱাই ৫১ স্মাৰ্ট ফোনত ত্ৰিপল ৰীয়েৰ কেমাৰ ছেট আপৰ লগতে অধিক ক্ষমতা যুক্ত শক্তিশালী বেটাৰী সংযুক্ত কৰা হৈছে।

ভাৰতীয় বজাৰত এই নতুন ভিভ’ ৱাই ৫১ স্মাৰ্টফোনটোৰ বজাৰ মূল্য হৈছে ১৭,৯৯০ টকা।

মোবাইল ফোন ভালপোৱা সকলৰ বাবে আগন্তুক সময়ত ভিভ’ ৱাই ৫১ এক অন্যতম পছন্দ হ’ব পাৰে বুলি প্ৰতিষ্ঠানটোৱে ধাৰণা কৰিছে।

আগন্তুক নৱ বৰ্ষ আৰু খ্ৰীষ্টমাছৰ সময়ত গ্ৰাহকে ভিভ’ ৱাই ৫১ স্মাৰ্ট ফোন ক্ৰয় কৰিব বুলি ভিভ’ৰ এগৰাকী বিষয়াই উল্লেখ কৰে।

Recent News

Arnab-Goswami-1-750x375

যিমানেই নামিছে সিমানেই তিতিছে অৰ্ণৱ: কিয় ৪০ লাখ টকা দিছিল পাৰ্থ দাসসগুপ্তক?

lockdown-1594475731-750x375-1

২৭ জানুৱাৰি, আৰু তাৰপাছত কেতিয়া চকাবন্ধৰ কথা ঘোষণা কৰিলে মটৰ শ্ৰমিক সন্থাই?

IMG_20210124_113011~2

কাজিৰঙাৰ গঁড়কলৈ ৰচনা কৰা শিশু উপন্যাস অৰণ্য ৰোদন উন্মোচন

WhatsApp Image 2021-01-25 at 8.53.24 AM

নাৰী সুৰক্ষা নিশ্চিত কৰিবলৈ DGPক নিৰ্দেশ দিলে ১দিনৰ মুখ্যমন্ত্ৰী সৃষ্টিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd