• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

২০৩৬ চনলৈকে ৰাছিয়াৰ ৰাষ্ট্ৰপতি হৈ থাকিব ভ্লাদিমিৰ পুটিন, চহী কৰিলে নতুন আইনত

এন ই নাও নিউজ by এন ই নাও নিউজ
April 7, 2021 6:09 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন পুনৰ বাতৰিৰ শিৰোনামালৈ আহিছে।

সোমবাৰে তেওঁ এখন চৰ্চিত বিধেয়কত চহী কৰিছে।

Apply Now

বিধেয়কখনৰ মতে, পুটিনে ২০৩৬ চনলৈকে দেশখনৰ ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত হৈ থাকিব পাৰিব।

যাৰ ফলত অনাগত ১৫ বছৰলৈ তেওঁ দেশখনৰ শীৰ্ষ পদত থকাটো নিশ্চিত হৈ পৰিল।

উল্লেখযোগ্য যে ২০২৪ চনত তেওঁৰ বৰ্তমানৰ শাসনকাল অন্ত পৰাৰ কথা আছিল।

কিন্তু নতুন বিধেয়কখনৰ মতে, তেওঁ ২০৩৬ চনলৈকে ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰিব।

প্ৰতিদ্বন্দ্বিতাত জয়ী হ’লে তেওঁ ক্ষমতাত থকাটো নিশ্চিত।

বৰ্তমান পুটিনৰ বয়স ৬৮, সেই অনুসৰি ৮৩ বছৰ বয়সলৈকে তেওঁ ৰাষ্ট্ৰপতি হিচাপে অধিষ্ঠিত হৈ থাকিব পাৰিব।

যোৱা বছৰ দেশখনত বিধেয়কখনক লৈ এক গণভোট লোৱা হয়।

প্ৰবল বিৰোধিতাৰ সত্বেও গণভোটত বৃহৎ ব্যৱধানৰ ভোটত জয়ী হোৱাৰ দাবী কৰিছিল পুটিন।

তাৰপাছতে বিধেয়কখন ৰাছিয়াৰ সংসদৰ জৰিয়তে ৰাষ্ট্ৰপতি পুটিনৰ টেবুললৈ যায়।

পুটিনে তাত স্বাক্ষৰ কৰি নিজৰ ক্ষমতাৰ ম্যাদ বঢ়াই লয়।

দেশখনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডিমিত্ৰি মেদভেদভকো এই বিধেয়কৰ জৰিয়তে নতুন ক্ষমতা প্ৰদান কৰা হৈছে।

মেদভেদভ ২০০৮ চনৰ ২০১২ চনলৈকে দেশখনৰ ৰাষ্ট্ৰপতি আছিল।

তেওঁকো আৰু দুবাৰৰ বাবে নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ অনুমতি প্ৰদান কৰা হৈছে।

দেশখনৰ বিৰোধী পক্ষ এই আইনৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে।

তেওঁলোকৰ দাবী, পুটিনে ক্ষমতাৰ অপপ্ৰয়োগ কৰি স্বৈৰাচ্চাৰী শাসন চলাইছে।

আনহাতে, পুটিনে বিৰোধীৰ অভিযোগ নস্যাৎ কৰিছে।

তেওঁ কৈছে যে ২০২৪ চন পৰ্যন্ত ক্ষমতাত অধিষ্ঠতি থকাটোৱেই তেওঁৰ বাবে যথেষ্ট।

সেয়ে, ২০২৪ চনৰ পাছত নিৰ্বাচনত অংশ লোৱা-নোলোৱাৰ সম্পৰ্কত এতিয়ালৈকে তেওঁ কোনো সিদ্ধান্ত লোৱা নাই।

যদি ২০৩৬ চনলৈকে তেওঁ ৰাষ্ট্ৰপতি হিচাপে থাকে, তেন্তে দেশখনৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি যোছেফ ষ্টালিনৰ অভিলেখ তেওঁ ভংগ কৰিব।

উল্লেখযোগ্য যে ভ্লাদিমিৰ পুটিনে ২০০০ চনৰ পৰা যোৱা দুই দশকধৰি দেশখনৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈ আছে।

মাজতে কেৱল ডিমিত্ৰি মেদভেদভক ২০০৮ৰ পৰা ২০১২ চনলৈকে ৰাষ্ট্ৰপতি পদ তেওঁ এৰি দিছিল।

সেই সময়ছোৱাত তেওঁ দেশখনৰ প্ৰধানমন্ত্ৰী পদত আছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

September 24, 2026 8:32 pm
‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

September 24, 2026 7:20 pm
অভিজ্ঞ চিকিৎসকৰ বয়স বাঢ়িছে, নতুনৰ সংখ্যা যথেষ্ট নহয়! অহা এক দশকত স্বাস্থ্য সংকটৰ আশংকা WHO-ৰ

অভিজ্ঞ চিকিৎসকৰ বয়স বাঢ়িছে, নতুনৰ সংখ্যা যথেষ্ট নহয়! অহা এক দশকত স্বাস্থ্য সংকটৰ আশংকা WHO-ৰ

September 24, 2026 6:24 pm
২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

September 24, 2026 5:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

September 24, 2026 8:32 pm
‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

September 24, 2026 7:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd