DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, March 24, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নিৰ্বাচনৰ আগতে উৎকোচ! কৰ্ণাটকত বিজেপি বিধায়কে উপহাৰ দিয়া শাৰী জ্বলাই প্ৰতিবাদ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 10, 2023 3:03 pm
117
VIEWS
Share on FacebookShare on Twitter

এজন বিজেপি বিধায়কে উপহাৰ দিয়া শাৰী জ্বলাই দিলে সাধাৰণ জনতাই। যোৱা পাঁচ বছৰত বিধায়কজনে নাগৰিকসকলৰ বাবে কোনো উন্নয়ন কৰা নাই। তাৰেই প্ৰতিবাদত সাধাৰণ মানুহে এনে কাণ্ড কৰে। বিজেপি শাসিত কৰ্ণাটকৰ ঘটনাটোত গেৰুৱা শিবিৰক স্বাভাৱিকতে অস্বস্তিত পেলাইছে। অৱশ্যে, বিধায়কজনে দাবী কৰে যে ঘটনাটো কংগ্ৰেছৰ ষড়যন্ত্ৰ মাথো।

চলিত বছৰতে কৰ্ণাটকত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। ইয়াৰ পূৰ্বে, চিকমাগালুৰৰ বিধায়ক চি টি ৰবিয়ে স্থানীয় লোকসকলক শাৰী উপহাৰ দিয়াৰ সিদ্ধান্ত লৈছিল। সেইদৰে, তেওঁৰ সহায়কসকলে শাৰী বিতৰণ কৰিছিল। তেওঁলোকে দাবী কৰিছিল যে উগাদি পৰ্ব উপলক্ষে বিধায়কজনে উপহাৰ প্ৰদান কৰিছে।  নতুন বছৰত দক্ষিণ ভাৰতৰ কেইবাখনো ৰাজ্যত এই উৎসৱটো উদযাপন কৰা হয়।

লগতে পঢ়ক: জাৰ্মানীৰ গীৰ্জাত বন্দুকধাৰীৰ আক্ৰমণত নিহত কমেও ৭ জন; আন কেইবাজনো আহত

কিন্তু এই শাৰী উপহাৰ পোৱাৰ পিছতে সেইবোৰ জ্বলাই দিয়া হয়। স্থানীয় লোকসকলে দাবী কৰে যে তেওঁলোকৰ বিধায়কে নিৰ্বাচনৰ আগতে উৎকোচ দি আছে। কিন্তু তেওঁ যোৱা পাঁচ বছৰ ধৰি অঞ্চলটোত তেওঁ কোনো কাম কৰা নাই। কোভিডৰ সময়ত পৰিষ্কাৰ খোৱা পানীৰ অভাৱৰ বাবে তেওঁলোকে সমস্যাৰ সন্মুখীন হৈছে। গতিকে তেওঁলোকে এই উৎকোচ শাৰী নলয়। শাৰী জ্বলোৱাৰ ভিডিঅ’ ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে।

A voter burnt sarees allegedly distributed by supporters of #BJP Mla CT Ravi complaining that they want overall development of constituency. Education for their children. And they won't be enticed by a saree ahead of elections. #Chikkamagaluru #Karnataka #KarnatakaElection2023 pic.twitter.com/D2MSTSBmq6

— Imran Khan (@KeypadGuerilla) March 9, 2023

ইপিনে, বিজেপি বিধায়ক ৰবিয়ে তেওঁৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ অস্বীকাৰ কৰে। তেওঁৰ মতে, “মিছা আৰু কংগ্ৰেছ প্ৰকৃততে একেটা মুদ্ৰাৰে দুটা পিঠি। কংগ্ৰেছৰ মিছাক সত্য বুলি প্ৰমাণ কৰাৰ ৰোগ আছে। তেওঁলোকে দেখুৱাবলৈ চেষ্টা কৰি আছে যে বিজেপিয়ে একো কৰা নাই। এনেদৰেই কংগ্ৰেছে চৰ্চালৈ আহিব বিচাৰে।”

Recent News

Rahul Gandhi

সাংসদ পদ হেৰুৱালে ৰাহুল গান্ধীয়ে: লোকসভাৰ সদস্য পদৰ বাবে অযোগ্য ঘোষণা

“শূৰ্পনাখা মন্তব্য!” পাঁচ বছৰৰ পিছত মোডীৰ বিৰুদ্ধে মানহানি গোচৰ কংগ্ৰেছ নেতা ৰেণুকা চৌধুৰীৰ

“শূৰ্পনাখা মন্তব্য!” পাঁচ বছৰৰ পিছত মোডীৰ বিৰুদ্ধে মানহানি গোচৰ কংগ্ৰেছ নেতা ৰেণুকা চৌধুৰীৰ

opposition parties goes Supreme Court

কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহৰ অপব্যৱহাৰ: চৰকাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ ১৪ টা বিৰোধী দল

Salman Khan

ব্ৰিটেইনৰ পৰা আহিছিল ছলমাল খানক হত্যাৰ ভাবুকিৰ মেইল! মেইলৰ সৈতে সংলগ্ন ব্ৰিটেইনৰ ফোন নম্বৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd