• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাচাৰঙ্গাৰ অলৰাউণ্ড প্ৰদৰ্শনেৰে চুপাৰ ১২ ত প্ৰৱেশ শ্ৰীলঙ্কাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 21, 2021 8:19 am
ICC T20 World Cup 2021
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বুধবাৰে অনুষ্ঠিত আইচিচি টি-২০ বিশ্বকাপৰ প্ৰথম ৰাউণ্ডৰ খেলত ৱানিন্দু হাচাৰাঙ্গাৰ অলৰাউণ্ড প্ৰদৰ্শনৰ সহায়ত শ্ৰীলংকাই আয়াৰলেণ্ডৰ বিৰুদ্ধে ৭০ ৰানৰ জয়েৰে চুপাৰ ১২ ত স্থান নিশ্চিত কৰিছে।

প্ৰথমে বেটিং কৰি শ্ৰীলংকাই ৮ ৰানতে ৩ টা উইকেট হেৰুৱাই বিপদত পৰে। চতুৰ্থ উইকেটত হাচাৰঙ্গাই অপেনাৰ পাথুম নিচানকাৰ (৬১) সৈতে ১২৩ ৰাণৰ যুটি বান্ধি শ্ৰীলংকাক এক সবল স্থিতিত উপনীত কৰায়।

হাচাৰঙ্গাই ৪৭ বলত ১০ টা চাৰি আৰু এটা ছয়েৰে সৰ্বাধিক ৭১ ৰান সংগ্ৰহ কৰে।

Apply Now

শেষলৈ অধিনায়ক দছুন চনকাই ১১ বলত খৰতকীয়াকৈ দুটা চাৰি আৰু এটা ছয়েৰে ২১ ৰান কৰাৰ ফলত শ্ৰীলঙ্কাই নিৰ্ধাৰিত ২০ অভাৰত সাত উইকেটৰ বিনিময়ত ১৭১ ৰান সংগ্ৰহ কৰে।

আয়েৰলেণ্ডৰ পেচাৰ যছুৱা লিট’লে ২৩ ৰানৰ বিনিময়ত ৪ টা উইকেট দখল কৰে।

বিজয়ৰ বাবে ১৭২ ৰাণৰ লক্ষ্যৰে ইনিংছ আৰম্ভ কৰা আয়াৰলেণ্ডৰ আৰম্ভণিও দৃঢ় নাছিল। দলটোৱে ৩২ ৰানত শীৰ্ষক্ৰমৰ তিনিজন বেটচমেনক হেৰুৱায়।

বলবিৰ্নি আৰু কাৰ্টিছ কাম্ফাৰে (২৪) ৫৩ ৰাণৰ চতুৰ্থ উইকেটৰ যুটিৰে দলক কিছু সকাহ দিছিল যদিও থিকছানাই কাম্ফাৰক আউট কৰি এই যুটি ভংগ কৰে।

অধিনায়ক এণ্ড্ৰিউ বালবিৰ্নিয়ে (৪১) আয়াৰলেণ্ডৰ হৈ অকলশৰীয়া যুঁজ অব্যাহত ৰাখে যদিও আন বেটছমেনসকলৰ ব্যৰ্থতাৰ বাবে দলে ১০১ ৰানতে সকলো উইকেট হেৰুৱায়।

মিতব্যয়ী বলিঙেৰে থিকছানাই ১৭ ৰান দি ৩ টা উইকেট লাভ কৰে। বেটিঙৰ পিছত বলিঙটো সুন্দৰ প্ৰদৰ্শন দাঙি ধৰা হাচাৰঙ্গাই ৪ অভাৰত মাত্ৰ ১২ ৰান খৰচ কৰি ১ টা উইকেট দখল কৰে।

অলৰাউণ্ড প্ৰদৰ্শনেৰে দলৰ জয়ত মুখ্য ভূমিকা লোৱা হাচাৰঙ্গা মেচৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হয়।

এই জয়েৰে শ্ৰীলংকাই বিশ্বকাপৰ মূল পৰ্বত নিজৰ স্থান সুৰক্ষিত কৰিলে। আনহাতে, আয়াৰলেণ্ডে পৰৱৰ্তী পৰ্যায়ত প্ৰৱেশ কৰিবলৈ এতিয়া তেওঁলোকৰ অন্তিম গ্ৰুপ মেচত নামিবিয়াক পৰাস্ত কৰি লাগিব।

নামিবিয়াই কালি আন এখন খেলত নেডাৰলেণ্ডক ছয় উইকেটত পৰাস্ত কৰি চুপাৰ ১২ লৈ উন্নীত হোৱাৰ আশা সজীৱ কৰি ৰাখিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

September 25, 2026 7:15 pm
মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

September 25, 2026 6:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd