• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, March 2, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কাৰাগাৰত বাৰে বাৰে ধৰ্ষিতা হৈছিলো: চৌডি নাৰীবাদী নেত্ৰীৰ স্বীকোৰোক্তিত ব্যাপক প্ৰতিক্ৰিয়া

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 11, 2021 8:37 pm

1 min read

a soudi

ফাইল ফটো

811
VIEWS
Share on FacebookShare on Twitter

অৱশেষত প্ৰায় আঢ়ৈ বছৰ কাৰাগাৰৰ বন্ধ কুঠৰীত নাৰকীয় জীৱন কটোৱা চৌডি আৰৱৰ নাৰীবাদী নেত্ৰী লুইজেন অল হাথলাউলক চৌডি আৰৱৰ চৰকাৰে মুক্তি দিছে।

চৌডি আৰৱৰ মহিলাক গাড়ী চলোৱাৰ অনুমতি প্ৰদানৰ লগতে পুৰুষৰ সমানেই আগুৱাই নিয়াৰ দাবীত আন্দলনৰ নেতৃত্ব দিয়াৰ বাবেই লুইজেনক ২০১৮ চনৰ মে’ মাহত গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছিল।

লুইজেনৰ মুক্তিৰ দাবীত বিশ্বৰ বিভিন্ন প্ৰান্তত ব্যাপক প্ৰতিবাদ হৈছিল যদিও চৌডি চৰকাৰে কোনো প্ৰতিবাদলৈ ভ্ৰূক্ষেপ কৰা নাছিল।

ইয়াৰ মাজতে চৌডি আৰৱৰ চৰকাৰে দেশ খনৰ মহিলাক গাড়ী চলোৱাৰ অনুমতি দিবলৈ বাধ্য হয় যদিও লুইজেন কাৰাগাৰতে বন্দী হৈ থাকিবলগীয়া হৈছিল।

আজি কাৰাগাৰৰ পৰা মুক্ত হোৱাৰ পিছতে লুইজেনে কাৰাগাৰৰ ভিতৰত হোৱা নাৰকীয় অভিজ্ঞতা বৰ্ণনা কৰি কয় যে তদন্তকাৰী বিষয়াসকলে বাৰে বাৰে তেওঁক ধৰ্ষণ কৰিছিল।

তদন্তকাৰী বিষয়াক চুম্বন কৰিবলৈ তেওঁক বাধ্য কৰোৱা হৈছিল। লুইজেনৰ এনে স্বীকাৰোক্তিয়ে এতিয়া বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

মাৰ্কিন ৰাষ্ট্ৰপতি জো বিদেনে লুইজেনৰ ওপৰত চলোৱা অত্যাচাৰক গৰিহণা দিয়াৰ লগতে মহিলাৰ অধিকাৰ সুৰক্ষাত চৌডিৰ চৰকাৰ ব্যৰ্থ হোৱা বুলি মন্তব্য কৰিছে।

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনেও লুইজেনক মুক্তি দিয়া কাৰ্যত সন্তুষ্টি প্ৰকাশ কৰিছে।

অৱশ্যে মুক্তি পালেও লুইজেনে অহা পাঁচ বছৰৰ বাবে দেশ এৰি বিদেশলৈ যাব নোৱাৰিব।

Recent News

index.jpg12

এসপ্তাহ ধৰি মৰিগাঁৱত দুই কলেজীয়া ছাত্ৰী নিৰুদ্দেশ : চাঞ্চল্যৰ সৃষ্টি সমগ্ৰ জিলাখনত

সাগৰত জাঁপ দিয়াৰ পাছত এইবাৰ ভাইৰেল হ’ল ৰাহুল গান্ধীৰ ‘পুশ্ব-আপ’ৰ ভিডিঅ’

সাগৰত জাঁপ দিয়াৰ পাছত এইবাৰ ভাইৰেল হ’ল ৰাহুল গান্ধীৰ ‘পুশ্ব-আপ’ৰ ভিডিঅ’

https _cdn.cnn.com_cnnnext_dam_assets_210226001020-palace-of-justice-malaysia-file

সমকামীৰ যৌনতা নিষিদ্ধকৰণৰ বিৰুদ্ধে শীৰ্ষ আদালতত এগৰাকী মুছলমান সমকামীৰ ঐতিসাহিক বিজয়

৭৮ সংখ্যক গ’ল্ডেন গ্ল’ব বঁটা ২০২১ : উজলিল ‘নমাডলেণ্ড’ আৰু ‘বৰাত’

৭৮ সংখ্যক গ’ল্ডেন গ্ল’ব বঁটা ২০২১ : উজলিল ‘নমাডলেণ্ড’ আৰু ‘বৰাত’

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd