DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, September 25, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home ক্ৰীড়া

অপ্ৰয়োজনীয় শৃংখলা! বিচিচিআইৰ সিদ্ধান্তত আশ্চৰ্য প্ৰকাশ পাক কিংবদন্তি আক্ৰামৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 18, 2023 5:44 pm
Akram on india vs australia
17.3k
VIEWS
Share on FacebookShare on Twitter

কাষ চাপিছে এদিনীয়া ক্ৰিকেট বিশ্বকাপ। অহা ৫ অক্টোবৰত বাজিব বিশ্বকাপৰ ৰণশিঙা। অৱশ্যে আয়োজক দেশ ভাৰতে ৮ অক্টোবৰত আৰম্ভ কৰিব বিশ্বকাপৰ অভিযান।

বিশ্বকাপলৈ মাজত আৰু মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত ভাৰতে প্ৰস্তুত হিচাপে তিনিখনীয়া এক এদিনীয়া শৃংখলাত ভাগ ল’ব অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে।

অহা ২২ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া এই শৃংখলা ২৭ ছেপ্টেম্বৰত অন্ত পৰিব। তিনিখনীয়া এই শৃংখলাটোক লৈ পাকিস্তানৰ কিংবদন্তি ক্ৰিকেট তাৰকা ৱাছিম আক্ৰামে আশ্বৰ্য প্ৰকাশ কৰিছে।

আক্ৰামে এই শৃংখলাটোক অপ্ৰয়োজনীয় আখ্যা দিছে। বিশ্বকাপৰ পূৰ্বে হ’বলগীয়া এই শৃংখলাটোৱে ভাৰতীয় খেলুৱৈসকলক ক্লান্ত কৰিব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে আক্ৰামে।

প্ৰাক্তন তাৰকাগৰাকীৰ মতে, ভাৰতত বহু খেলপথাৰ আছে আৰু প্ৰতিখন মেচৰ মাজত ভ্ৰমণৰ বাবে প্ৰায় এদিন সময় লাগে। তেওঁৰ মতে, এই শৃংখলাৰ সূচী হয়তো বহু আগতেই কৰা হৈছে, কিন্তু শৃংখলাটো অপ্ৰয়োজনীয়।

বিশ্বকাপৰ পূৰ্বে খেলুৱৈসকলে শক্তি সংৰক্ষণ কৰিব লাগিব বুলি মন্তব্য কৰি আক্ৰামে এই তিনিখনীয়া এদিনীয়া শৃংখলাটো কিয় খেলা হৈছে সেই ভাবিবলগীয়া বুলি আশ্চৰ্য প্ৰকাশ কৰে।

নিজ দেশতে অনুষ্ঠিত হ’বলগীয়া মেগা টুৰ্ণামেণ্টখনত জয়ৰ সম্ভাৱনা থকা দল এটা ভাগৰি পৰিব নিবিচাৰে বুলি আক্ৰামে লগতে কয়। তদুপৰি তেওঁ শৃংখলাটোত কোহলীক বিশ্ৰাম দিয়াৰো পৰামৰ্শ আগবঢ়াইছে।

Recent News

আজি প্ৰধানমন্ত্ৰীয়ে আকৌ ৯ খন বন্দে ভাৰত উপহাৰ দিলে দেশবাসীক

আজি প্ৰধানমন্ত্ৰীয়ে আকৌ ৯ খন বন্দে ভাৰত উপহাৰ দিলে দেশবাসীক

ৰাতিপুৱা শুই উঠিয়েই যৌন সম্পৰ্কে কৰাৰো আছে আচৰিত উপকাৰিতা, জানো আহক

ৰাতিপুৱা শুই উঠিয়েই যৌন সম্পৰ্কে কৰাৰো আছে আচৰিত উপকাৰিতা, জানো আহক

অসম গণ পৰিষদ শক্তিশালী হোৱা মানে অসম শক্তিশালী হোৱা – অতুল বৰা

অসম গণ পৰিষদ শক্তিশালী হোৱা মানে অসম শক্তিশালী হোৱা – অতুল বৰা

‘বিজেপিক পৰাস্ত কৰাৰ সূত্ৰ কৰ্ণাটকৰ পৰা শিকিছো’, আত্মবিশ্বাসী ৰাহুলৰ মন্তব্য

‘বিজেপিক পৰাস্ত কৰাৰ সূত্ৰ কৰ্ণাটকৰ পৰা শিকিছো’, আত্মবিশ্বাসী ৰাহুলৰ মন্তব্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd