• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

নিলামত উঠিল ১.৯ কোটি টকাৰ দৰ: ‘খৰচী’ সন্তান পূজাৰ ধনৰ সুৰক্ষাক লৈ চিন্তিত পিতৃ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 16, 2023 8:08 am
WPL Pooja Vastrakar
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় ক্ৰিকেটৰ ব্যয়বহুল টি-২০ লীগ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ আৰ্হিত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’বলগীয়া ৱ’মেন প্ৰিমিয়াৰ লীগৰ খেলুৱৈৰ নিলাম যোৱা ১৩ ফেব্ৰুৱাৰীত মুম্বাইত অনুষ্ঠিত হয়। সাধাৰণতে ভাৰতৰ পুৰুষ ক্ৰিকেটাৰসকলৰ তুলনাত মহিলা ক্ৰিকেটাৰ সকলৰ উপাৰ্জনৰ পৰিমাণ কম যদিও ৱ’মেন প্ৰিমিয়াৰ লীগে ভাৰতীয় মহিলা ক্ৰিকেটাৰ সকললৈ অৰ্থ লাভৰ এক আশানুৰূপ সম্ভাৱনা কঢ়িয়াই আনিছে।

ৱ’মেন প্ৰিমিয়াৰ লীগৰ হৈ যোৱা খেলুৱৈৰ নিলামত দেশৰ লগতে বিদেশৰো কেইবাগৰাকীও ক্ৰিকেটাৰে কোটি টকাতকৈ অধিক দৰ লাভ কৰিছে। কোটি টকাৰ ঘৰত নিলামত দৰ লাভ কৰা এনে এগৰাকী খেলুৱৈ হৈছে ভাৰতীয় ক্ৰিকেট দলৰ অন্যতম প্ৰধান সদস্য তথা বেগী বলাৰ পূজা ভাষ্ট্ৰেকাৰ। পূজাক লীগৰ ফ্ৰেঞ্চাইজি মুম্বাই ইণ্ডিয়ানছে ১.৯ কোটি কোটি টকাৰ আকৰ্ষণীয় মূল্যত ক্ৰয় কৰিছে।

Apply Now

পিছে পূজাই এই বিপুল পৰিমাণৰ ধন লাভ কৰিলেও তেওঁৰ এই ধনৰ সুৰক্ষাক লৈ চিন্তিত হৈ পৰিছে পূজাৰ পিতৃ। পূজাৰ পিতৃ বন্ধন ৰামৰ এই চিন্তাৰ আঁৰত আছে এক বিশেষ কাৰণ। দৰাচলতে বন্ধন ৰামে জানিবলৈ দিয়া মতে পূজা ভাষ্ট্ৰেকাৰ হাতত থকা ধন যথেষ্ট খৰচ কৰে। সেয়ে এতিয়া নিলামত লাভ কৰা ধন পূজাৰ হাতত দিয়াৰ পৰিৱৰ্তে কিদৰে সুৰক্ষিত কৰি ৰাখিব পাৰি তাৰ পৰিকল্পনা কৰিছে তেওঁ।

পূজাৰ পিতৃ বন্ধন ৰাম বিএছএনএলৰ প্ৰাক্তন কৰ্মচাৰী। তেওঁ পূজাৰ খৰচী স্বভাৱৰ বাবে নিলামত লাভ কৰা ধন সঠিক স্থানত বিনিয়োগ কৰি সুৰক্ষিত কৰি ৰখাৰ পৰিকল্পনা কৰিছে। সেয়েহে তেওঁ পূজাই লাভ কৰিবলগীয়া ধন বেংকত ফিক্সড ডিপ’জিট কৰি ৰখাৰ চিন্তা-চৰ্চা কৰিছে। বন্ধন ৰামে এই সন্দৰ্ভত কয়, “পূজাই বহুত টকা অপচয় কৰে। সেয়েই পূজাই সকলো টকাৰে ফিক্সড ডিপ’জিট একাউণ্ট খোলাটো মই বিচাৰোঁ।”

বৰ্তমান ভাৰতীয় দলৰ এক নিৰ্ভৰযোগ্য সদস্য হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে পূজাই আৰু নিজ সন্তানৰ এই সাফল্যত গৌৰৱ অনুভৱ কৰা পিতৃ বন্ধন ৰামে পূজাৰ ক্ৰিকেট প্ৰশিক্ষণৰ প্ৰাথমিক দিনবোৰ সুঁৱৰি আবেগিক হৈ পৰে। তেওঁ কয় যে শিশু কালৰে পৰা বিশ্বৰ চুকে-কোণে ক্ৰিকেট খেলাৰ সপোন দেখিছিল পূজাই।

বন্ধন ৰামে কয়, “চাৰি বছৰ বয়সৰ পৰাই পূজা ক্ৰিকেটৰ প্ৰতি আকৰ্ষিত হৈ আহিছে। মই কেতিয়াও ভবা নাছিলো যে পূজাই সঁচাকৈয়ে এদিন ভাৰতৰ হৈ খেলিব। কিন্তু পূজাই সদায়ে এই কথাত প্ৰত্যয় ৰাখিছিল।” তেওঁ লগতে কয় যে যেতিয়াই পূজাই ক্ৰিকেটৰ বাবে তেওঁৰ পৰা টকা বিচাৰিছিল, তেতিয়াই তেওঁক ক্ৰিকেটত কিয় সময় নষ্ট কৰি আছে বুলি পূজাক জোকাইছিল।

উল্লেখ্য যে, উদ্বোধনী বৰ্ষৰ মহিলা প্ৰিমিয়াৰ লীগৰ খেলুৱৈ নিলামত সৰ্বাধিক দৰ লাভ কৰিছে ভাৰতৰ তাৰকা বেটাৰ স্মৃতি মান্ধনাই। বাওঁহতীয়া মাৰমুখী বেটাৰগৰাকীক ৩.৪ কোটি টকাত ক্ৰয় কৰে ৰয়েল চেলেঞ্জাৰ্চ বাংগালুৰু দলে। মুঠ পাঁচটা ফ্ৰেন্সাইজি ক্ৰমে ইউ পি ৱাৰিৱৰ্জ, দিল্লী কেপিটেলছ, গুজৰাট জায়েণ্টছ, মুম্বাই ইণ্ডিয়ানছ আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৱে। খেলুৱৈ ক্ৰয়ৰ বাবে ফ্ৰেঞ্চাইজিসমূহক সৰ্বোচ্চ ১২ কোটি টকাকৈ বিনিয়োগৰ সীমা বান্ধি দিয়া হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাবৰি ধ্বংস ‘সুপৰিকল্পিত!’ প্ৰতিবেদন দাখিল কৰা প্ৰাক্তন ন্যায়াধীশ লিবাৰহানৰ দেহাৱসান, এক চৰ্চিত অধ্যায়ৰ যৌৱনিকা

বাবৰি ধ্বংস ‘সুপৰিকল্পিত!’ প্ৰতিবেদন দাখিল কৰা প্ৰাক্তন ন্যায়াধীশ লিবাৰহানৰ দেহাৱসান, এক চৰ্চিত অধ্যায়ৰ যৌৱনিকা

August 4, 2026 4:40 pm
মাজ আকাশত ৩০০ ফুট তললৈ নামিল এয়াৰ ইণ্ডিয়াৰ বিমান, তীব্ৰ টাৰ্বুলেন্সত আহত ১২ গৰাকী যাত্ৰী

মাজ আকাশত ৩০০ ফুট তললৈ নামিল এয়াৰ ইণ্ডিয়াৰ বিমান, তীব্ৰ টাৰ্বুলেন্সত আহত ১২ গৰাকী যাত্ৰী

August 4, 2026 4:00 pm
জীয়াই আছে আং ছান ছু কি? অনুৰাগীৰ উদ্বেগ দূৰ কৰি ৫ বছৰৰ পাছত আত্মপ্ৰকাশ নোবেল বিজয়ী নেত্ৰীৰ

জীয়াই আছে আং ছান ছু কি? অনুৰাগীৰ উদ্বেগ দূৰ কৰি ৫ বছৰৰ পাছত আত্মপ্ৰকাশ নোবেল বিজয়ী নেত্ৰীৰ

August 4, 2026 1:44 pm
গ্ৰেপ্তাৰ ৰাজ্যৰ বিৰোধী দলৰ নেতা; অভিনেত্ৰী তৃষাক এনেকুৱা কি কথা কৈছিল উদয়নিধি ষ্টেলিনে?

গ্ৰেপ্তাৰ ৰাজ্যৰ বিৰোধী দলৰ নেতা; অভিনেত্ৰী তৃষাক এনেকুৱা কি কথা কৈছিল উদয়নিধি ষ্টেলিনে?

August 4, 2026 12:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাবৰি ধ্বংস ‘সুপৰিকল্পিত!’ প্ৰতিবেদন দাখিল কৰা প্ৰাক্তন ন্যায়াধীশ লিবাৰহানৰ দেহাৱসান, এক চৰ্চিত অধ্যায়ৰ যৌৱনিকা

বাবৰি ধ্বংস ‘সুপৰিকল্পিত!’ প্ৰতিবেদন দাখিল কৰা প্ৰাক্তন ন্যায়াধীশ লিবাৰহানৰ দেহাৱসান, এক চৰ্চিত অধ্যায়ৰ যৌৱনিকা

August 4, 2026 4:40 pm
মাজ আকাশত ৩০০ ফুট তললৈ নামিল এয়াৰ ইণ্ডিয়াৰ বিমান, তীব্ৰ টাৰ্বুলেন্সত আহত ১২ গৰাকী যাত্ৰী

মাজ আকাশত ৩০০ ফুট তললৈ নামিল এয়াৰ ইণ্ডিয়াৰ বিমান, তীব্ৰ টাৰ্বুলেন্সত আহত ১২ গৰাকী যাত্ৰী

August 4, 2026 4:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd