DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 9, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাজুলীত বান পৰিস্থিতি পৰিদৰ্শন কৰিলে কেন্দ্ৰীয় জল শক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতে

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
July 16, 2019 3:56 pm
Gajendra Sing Sekhawat

গজেন্দ্ৰ সিং শেখাৱত

1.2k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত ক্ৰমাৎ অৱনতি ঘটা বান পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ বাবে আজি নদী দ্বীপ মাজুলিত উপস্থিত হৈছে কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱত।

ৰাতিপুৱা মাজুলীত উপস্থিত হোৱা কেন্দ্ৰীয় জলশক্তি মন্ত্ৰীগৰাকীয়ে নদী দ্বীপটোত উপস্থিত হৈ আউনিআটী হাইস্কুলত স্থাপন কৰা বানাক্ৰান্তৰ সাহায্য শিৱিৰ পৰিদৰ্শন কৰে।

আউনিআটী হাইস্কুল শিৱিৰ পৰিদৰ্শন কৰাৰ পাছতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰাজ্যিক জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ সৈতে হেলিকপ্টাৰেৰে মাজুলীৰ বিভিন্ন বান আক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰে আৰু আবেলি মাজুলী আউনীআটী সত্ৰ উচ্চ মাধ্যমিক বিদ্যালয়ত থকা আশ্ৰয় শিৱিৰ পৰিদৰ্শন কৰি উভতি যায়।

মাজুলীৰ বান পৰিস্থিতি পৰিদৰ্শন কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰ চৰকাৰে অসমৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে।

উল্লেখযোগ্য যে, আজি সপ্তম দিনাও মাজুলীৰ বান পৰিস্থিতিৰ বিশেষ উন্নতি ঘটা নাই। বৰ্তমানলৈ নদী দ্বীপ জিলাখনৰ ৯১ খন ৰাজহ গাঁৱৰ ৭৮,৫৬৭ গৰাকী লোক বানপানীৰ কৱলত পৰিছে।

মাজুলীৰৰ মুঠ ১৭৩ খন শিক্ষানুষ্ঠান জলমগ্ন হোৱাৰ ফলত আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে। জলমগ্ন হোৱা বিদ্যালয়সমূহৰ ভিতৰত ৮ খন উচ্চ মাধ্যমিক বিদ্যালয়, ১৪২ খন প্ৰাথমিক বিদ্যালয় আৰু ২৩ খন মাধ্যমিক বিদ্যালয়।

জিলা প্ৰশাসনে মাজুলীৰ আশ্ৰয় শিৱিৰত থকা বানাক্ৰান্ত সকলক প্ৰয়োজনীয় সকলো প্ৰকাৰৰ সহায় আগবঢ়োৱাৰ ক্ষেত্ৰত অহৰহ কাম কৰি আছে বুলি খবৰ লাভ কৰা গৈছে।

Recent News

বিদ্যুৎ আইনৰ প্ৰস্তাৱিত সংশোধনীৰ বিৰুদ্ধে বিদ্যুৎ কৰ্মচাৰী আৰু অভিযন্তা সম্বন্বয়ৰক্ষী সমিতিৰ ৰাজ্যজুৰি কৰ্মবিৰতি পালন

বিদ্যুৎ আইনৰ প্ৰস্তাৱিত সংশোধনীৰ বিৰুদ্ধে বিদ্যুৎ কৰ্মচাৰী আৰু অভিযন্তা সম্বন্বয়ৰক্ষী সমিতিৰ ৰাজ্যজুৰি কৰ্মবিৰতি পালন

Sanjay Raut

সঞ্জয় ৰাউটক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ: ঘৰুৱা খাদ্য গ্ৰহণৰ অনুমতি

Wild Elephant

কলিয়াবৰত শোকাকুল পৰিবেশ: দুদিন ধৰি বোকাত পৰি থকা বনৰীয়া হাতীৰ কৰুণ মৃত্যু

”আইৰ মুখৰ মাতষাৰৰ ওপৰত চৰকাৰৰ তিনিতৰপীয়া আক্ৰমণ মানি লোৱা নহব” : ডঃ সমুজ্জ্বল ভট্টাচাৰ্য

”আইৰ মুখৰ মাতষাৰৰ ওপৰত চৰকাৰৰ তিনিতৰপীয়া আক্ৰমণ মানি লোৱা নহব” : ডঃ সমুজ্জ্বল ভট্টাচাৰ্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd