• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উত্তৰ-পূবৰ লোকক হিন্দী শিকাব চৰকাৰে, অমিত শ্বাহৰ ঘোষণা

এন ই নাও নিউজ by এন ই নাও নিউজ
September 14, 2019 10:36 pm
We will provide Hindi training classes for people of NE, Says Amit Shah

অমিত শ্বাহৰ ফাইল ছবি।

6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ গৃহ মন্ত্ৰী অমিত শ্বাহে কৈছে যে উত্তৰ-পূবৰ লোকসকলক হিন্দী শিকোৱাৰ বাবে তেওঁ ব্যৱস্থা গ্ৰহণ কৰিব।

নতুন দিল্লীত শনিবাৰে “হিন্দী দিৱস”ৰ এক অনুষ্ঠানত তেওঁ এই ঘোষণা কৰিছে।

Apply Now

“মই শেহতীয়াকৈ গুৱাহাটীলৈ গৈছিলো। মই গম পালো যে উত্তৰ-পূবৰ প্ৰায় সকলো ৰাজ্যই হিন্দী ভাষা কয়…মোক কোৱা হৈছিল যে তাত হিন্দী ভাষাটো যোগাযোগৰ মাধ্যমৰূপে ব্যৱহৃত হয়। সেয়ে, উত্তৰ-পূবৰ লোকসকলক হিন্দীৰ সঠিক প্ৰশিক্ষণ আৰু পাঠ দিয়াৰ বাবে আমি পদক্ষেপ গ্ৰহণ কৰিম,” বিজ্ঞান ভৱনত আয়োজিত অনুষ্ঠানটোত দিয়া ভাষণত শ্বাহে কয়।

হিন্দীক ভাৰতৰ “ৰাষ্ট্ৰভাষা”ৰূপে ঘোষণা কৰাৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰিছে।

“ভাৰতত বহুত ভাষা আছে। সকলো ভাৰতীয় ভাষাৰে নিজা তাৎপৰ্য্য আছে। কিন্তু এটা ভাষা লাগে যিটোৱে সমগ্ৰ দেশবাসীক একগোট কৰিব পাৰে,” শ্বাহে কয়।

হিন্দীক ৰাষ্ট্ৰভাষা কৰিব লাগে বুলি শ্বাহে কৰা মন্তব্যক বহুলোকে চোকা সমালোচনা কৰিছে।

ডি এম কেৰ মুৰব্বী এম কে ষ্টালিনে কৈছে যে হিন্দী ৰাষ্ট্ৰভাষা হ’ব নোৱাৰে আৰু গৃহ মন্ত্ৰীগৰাকীৰ বক্তব্যই “ভাৰতৰ ঐক্যত প্ৰভাৱ পেলাব পাৰে”।

ষ্টালিনে কয়, “হিন্দী জাপি দিয়াৰ বিৰুদ্ধে আমি ধাৰাবাহিকভাৱে প্ৰতিবাদ জনাই আহিছো। অমিত শ্বাহে আজি কৰা মন্তব্যই আমাক জোকাৰি গৈছে। তেওঁ বিবৃতিটো উঠাই লোৱাটো আমি বিচাৰিছো।”

আন বহু দলেও দাক্ষিণাত্যৰ নেতাজনৰ দৃষ্টিভংগিৰ প্ৰতিধ্বনি তুলিছে।

সংবিধান সভাই ১৯৪৯ চনৰ ১৪ ছেপ্তেম্বৰত বিভাগীয় ভাষাৰূপে দিয়া স্বীকৃতিৰ স্মৃতিৰূপে প্ৰতি বছৰে এই দিনটো “হিন্দী ৰাজভাষা দিৱস”ৰূপে পালন কৰা হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

October 5, 2026 1:11 pm
উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

October 5, 2026 11:48 am
পৰকীয়াত আপত্তি কৰাৰ বাবেই স্বামীক পত্নীয়ে হত্যা কৰাৰ অভিযোগ! ৬ মাহৰ পিছত গ্ৰেপ্তাৰ দীপালি

পৰকীয়াত আপত্তি কৰাৰ বাবেই স্বামীক পত্নীয়ে হত্যা কৰাৰ অভিযোগ! ৬ মাহৰ পিছত গ্ৰেপ্তাৰ দীপালি

October 5, 2026 10:40 am
ডাঙৰ কৃতিত্ব অৰ্জন কৰিলে সূৰ্যবংশীয়ে; বিশ্বৰ অদ্বিতীয় ব্যক্তিসকলৰ সৈতে স্থান পালে বৈভৱে

ডাঙৰ কৃতিত্ব অৰ্জন কৰিলে সূৰ্যবংশীয়ে; বিশ্বৰ অদ্বিতীয় ব্যক্তিসকলৰ সৈতে স্থান পালে বৈভৱে

October 5, 2026 9:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

October 5, 2026 1:11 pm
উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

October 5, 2026 11:48 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd