DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এইবাৰ মাস্ক পিন্ধাটো বাধ্যতামূলক কৰিলে দেশৰ আন এখন ৰাজ্যই, নিপিন্ধিলেই ৫০০ টকাৰ জৰিমনা

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
April 22, 2022 8:25 pm
এইবাৰ মাস্ক পিন্ধাটো বাধ্যতামূলক কৰিলে দেশৰ আন এখন ৰাজ্যই, নিপিন্ধিলেই ৫০০ টকাৰ জৰিমনা
202
VIEWS
Share on FacebookShare on Twitter

দেশত পুনৰ ঘূৰি আহিব পাৰে কোভিডৰ সেই ভয়াৱহ দিন বোৰ।

আপাততঃ তেনে আশংকাই এতিয়া ঘনীভূত হৈছে।

কোভিডৰ চতুৰ্থ ঢৌৱে দেশত একপ্ৰকাৰ সংহাৰ আৰম্ভ কৰাৰ সময়তে দিল্লী, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশে মাস্ক পিন্ধাটো বাধ্যতামূলক কৰিছে।

উক্ত ৰাজ্য কেইখনৰ পিছত আজি তামিলনাডু চৰকাৰেও মাস্ক পিন্ধাটো বাধ্যতামূলক কৰাৰ কথা ঘোষণা কৰিছে। শুকুৰবাৰে তামিলনাডু চৰকাৰে জাৰি কৰা এক নিৰ্দেশনাত কয় যে এইক্ষেত্ৰত নিয়ম উলংঘনকাৰীসকলে জৰিমনা হিচাপে ৫০০ টকা আদায় দিব লাগিব।

তামিলনাডুতো যোৱা কেইদিনমানত নতুন ৰোগীৰ সংখ্যা বৃদ্ধি হৈছে।

আই.আই.টি. মাদ্ৰাজৰ বাৰজন শিক্ষাৰ্থী কোভিডত আক্ৰান্ত হোৱাৰ পিছত শিক্ষা প্ৰতিষ্ঠান খনৰ চৌহদ কোভিড জোন হিচাবে ঘোষণা কৰা হৈছে।

দেশত কোভিডৰ চতুৰ্থ ঢৌ একপ্ৰকাৰ আৰম্ভ হোৱাৰ সময়তে দিল্লীতো কোভিডে পুনৰ সংহাৰী ৰূপ ধাৰণ কৰিছে।

ৰাজধানী চহৰ খনত প্ৰতিদিনে কোভিডত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাই গৈছে। এনে পৰিস্থিতিত দিল্লীত পুনৰ মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিছে দিল্লীৰ চৰকাৰে।

দিল্লী চৰকাৰৰ অধীনস্থ দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই বুধবাৰে ৰাজধানী চহৰ খনত মাস্ক পিন্ধাটো বাধ্যতামূলক বুলি ঘোষণা কৰে।

ইয়াৰ পূৰ্বে বিভাগটোৱে মাস্ক পিন্ধাৰ বিধি প্ৰত্যাহাৰৰ নিৰ্দেশ দিছিল। কিন্তু কোভিড পৰিস্থিতিৰ ক্ৰমাৎ অৱনতি হোৱালৈ চাই বিভাগটোৱে আদি পূৰ্বৰ নিৰ্দেশ বাতিল কৰিছে।

 দিল্লীৰ উপ-ৰাজ্যপালৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকৰ পিছতে ৰাজধানী চহৰ খনত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰাৰ নিৰ্দেশ জাৰি কৰা হয়।

যিসকল লোকে ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰে তেওঁলোকক ৫০০ টকাৰ জৰিমনা বিহা হ’ব বুলিও দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই প্ৰকাশ কৰিছে ।

Recent News

Assam govt buy PPE kits from China

চীনৰ পৰা সঁচাকৈয়ে পি পি ই কিট ক্ৰয় কৰিছিল নে অসম চৰকাৰে! ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে নাকচ কৰিলে কিট ক্ৰয়ৰ দাবী

Asia Cup 2022: ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক; প্ৰৱেশ কৰিলে ছুপাৰ-৪ত

Asia Cup 2022: ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক; প্ৰৱেশ কৰিলে ছুপাৰ-৪ত

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd