• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, March 6, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 23, 2021 7:03 pm

1 min read

522
VIEWS
Share on FacebookShare on Twitter

 নিজৰ ৰাজ্যতে আজি পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জী সন্মুখীন হ’বলগীয়া হ’ল  চূড়ান্ত অপমানৰ।

 দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখতে একাংশই অপমান কৰিলে মমতা বেনাৰ্জীক।

শনিবাৰে কলকাতাৰ ভিক্ট’ৰিয়া মেম’ৰিয়েলত অনুষ্ঠিত হৈছিল পৰাক্ৰম দিৱসৰ কাৰ্যসূচী।

নেতাজীৰ  ১২৫ সংখ্যক জন্ম জয়ন্তীৰ সৈতে সংগতি ৰাখি কেন্দ্ৰীয় চৰকাৰে অনুষ্ঠিত কৰিছিল এই কাৰ্যসূচী।

 অনুষ্ঠানত ভাষণ প্ৰদানৰ মূহুৰ্ততে একাংশ দৰ্শকে মমতা বেনাৰ্জীক উদ্দেশ্যি কেতবোৰ অশোভনীয় বাক্যবাণ এৰে। ফলত চূড়ান্ত ভাবে  অপমানিত হয় বংগ কন্যা মমতা।

 এই কাৰ্যত প্ৰধান মন্ত্ৰীৰ সন্মুখতে ক্ষোভ উজাৰিলে মমতা বেনাৰ্জীয়ে। নিজৰ ৰাজ্যতে এনেদৰে অপমানিত হোৱাৰ প্ৰতিবাদ স্বৰূপে ভাষণ প্ৰদান নকৰাকৈয়ে মঞ্চৰ পৰা নামি আহিল মুখ্য মন্ত্ৰী গৰাকী।

ভাষণ সামৰাৰ পূৰ্বে মমতাই  নেতাজীৰ স্মৃতিচাৰণ অনুষ্ঠানক একাংশই ৰাজনৈতিক সভালৈ পৰ্যবসিত কৰিব বিচৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰি যায়।

সন্দেহ কৰা অনুসৰি তৃণমূল কংগ্ৰেছৰ বিৰোধী  কোনো দলৰ সমৰ্থকেই মমতাক উদ্দেশ্যি কটু বাক্যবাণ নিক্ষেপ কৰিছিল।

বহুতে এই কাৰ্যত বিজেপিৰ সমৰ্থক জৰিত বুলি মুকলিকৈয়ে মন্তব্য কৰা দেখা গৈছে।

Recent News

bhaba

দুধনৈত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ বিৰুদ্ধেই হুংকাৰ দিলে বিজেপি কৰ্মীয়ে

কমিউনিষ্টসকলক য’তে দেখে, থিতাতে হত্যা কৰক : ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ৰ’ড্ৰিগ’ ডুটাৰ্টে

কমিউনিষ্টসকলক য’তে দেখে, থিতাতে হত্যা কৰক : ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ৰ’ড্ৰিগ’ ডুটাৰ্টে

IMG_20210306_150302

বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগ দিয়েই মহা বিস্ফোৰণ বিতোপন শইকীয়াৰ

a raij

ৰাইজৰ দলৰ ১৭ টা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ; কোনে ক’ত পালে প্ৰাৰ্থিত্ব?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd