• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গে’ট বন্ধ! অন্য পথেৰে বিধান সভাত পশ্চিম বংগৰ ৰাজ্যপাল

ৰাজ্যপাল ধাংখাৰে অনুমোদন নজনোৱাৰ বাবে সদনত উত্থাপন কৰিব লগা কেইখনমান বিধেয়ক চৰকাৰে দাখিল কৰিব পৰা নাছিল।

Nenow এন ই নাও নিউজ
গুৱাহাটী , December 5, 2019 10:19 pm

1 min read

Jagdeep_Dhankar_West Bengal governor faces closed gate in assembly, takes other way to enter

ৰাজ্যপাল জগদীপ ধাংখাৰ। ছপ্বি সৌজন্য- উইকিমিদিয়া কমনছ।

1.3k
VIEWS
Share on FacebookShare on Twitter

পশ্চিম বংগৰ ৰাজ্যপাল জগদীপ ধাংখাৰে বৃহস্পতিবাৰে নিৰ্ধাৰিত পথৰ সলনি আন বাটেৰে বিধান সভাত প্ৰৱেশ কৰিব লগা হৈছে।

ৰাজ্যপালৰ বাবে নিৰ্ধাৰিত ৩নং গে’টখনত প্ৰৱেশৰ বাবে ধাংখাৰে বহু সময় ধৰি অপেক্ষা কৰে।

কিন্তু গে’ট খোল নোখোৱাত তেওঁ সাংবাদিক আৰু বিষয়াৰ বাবে থকা ৪নং গে’টেৰে বাট ল’ব লগা হয়।

ঘটনাটোৱে, ৰাজ্যপাল ধাংখাৰৰমতে, দেশৰ গণতান্ত্ৰিক ইতিহাসক “লাজ”লৈ থেলিলে।

“৩নং গে’ট কিয় বন্ধ আছিল? মই আগতীয়াকৈ জনোৱাৰ পিছতো গে’টখন বন্ধ আছিল। স্থগিত বিধান সভাই এইটো নুবুজায় যে ই বন্ধ হৈ গৈছে,” তেওঁ কয়।

বিধান সভাৰ সা-সুবিধা আৰু পুথিভঁৰাল চোৱাৰ বাবে ইচ্ছা প্ৰকাশ কৰি ধাংখাৰে বুধবাৰে অধ্যক্ষ বিমান বেনাৰ্জীলৈ পত্ৰ প্ৰেৰণ কৰিছিল।

ৰাজ্যপাল ধাংখাৰে অনুমোদন নজনোৱাৰ বাবে সদনত উত্থাপন কৰিব লগা কেইখনমান বিধেয়ক চৰকাৰে দাখিল কৰিব পৰা নাছিল।

সেই ঘটনাৰ পিছতে বিধান সভাৰ অধ্যক্ষ বেনাৰ্জীয়ে হঠাতে দুদিনৰ বাবে সদন স্থগিত ঘোষণা কৰে।

Recent News

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd