• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কিযে ৰমৰমীয়া ব্যৱসায়! মলত্যাগ কৰিয়েই ঘটিছে কোটি কোটি টকা

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
December 15, 2023 7:20 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

খাদ্য, নিদ্ৰা আৰু মৈথুনৰ  দৰেই শৌচ কৰাটোও এটা জৈৱিক কাম। দিনটোত সকলো মানুহে এবাৰ হ’লেও শৌচ কৰে।   

কিন্তু যদি আজি আমি আপোনাক কওঁ যে শৌচ কৰিও উপাৰ্জন কৰিব পাৰি। তেতিয়া হয়তো বিশ্বাসেই নকৰিব আপুনি। প্ৰতিদিনে বিদেশী মুদ্ৰাত ৫০০ ডলাৰ অৰ্থা ভাৰতীয় মুদ্ৰাত ৪১ হাজাৰ টকা উপাৰ্জন কৰিব পাৰি মলত্যাগৰ জৰিয়তে। আপুনি আচৰিত হৈছেনে? অৱশ্যেই হ’ব।

Apply Now

কিন্তু এয়া কোনো সাধুকথা নহয়। বিশুদ্ধ সত্য। দৰাচলতে শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছিল। সেই ভিডিঅ‘টোত মল দান কৰি ধনী হোৱাৰ যাদুকৰী মন্ত্ৰ দিয়া হৈছে।

ভিডিঅ’টোৰ মতে এজন ব্যক্তিয়ে নিজৰ এদিনীয়া মলৰ বাবে ৫০০ ডলাৰ পৰ্যন্ত উপাৰ্জন কৰিব পাৰে।

শেহতীয়াকৈ Taller.t নামৰ এজন ব্যক্তিয়ে চ’চিয়েল মিডিয়া প্লেটফৰ্ম ইনষ্টাগ্ৰামত এটা ভিডিঅ’ পোষ্ট কৰিছে। ভিডিঅ’টোত কোৱা হৈছে যে মল দান কৰি বছৰি ১ কোটি ৫০ লাখ টকা পৰ্যন্ত উপাৰ্জন কৰা সম্ভৱ। goodnatureprogram.com নামৰ এটা আমেৰিকান ৱেবছাইটে মলৰ বিনিময়ত প্ৰদান কৰে এই ধন।

goodnatureprogram.com ৱেবছাইটৰ মতে এদিনৰ মলৰ বাবে মানুহে ৫০০ ডলাৰ পায়। অৰ্থাৎ ভাৰতীয় মুদ্ৰাত ৪১ হাজাৰ টকা। এইদৰে মাহিলী প্ৰায় ১২ লাখ টকা আৰু বছৰি ১ কোটি ৫০ লাখ টকা উপাৰ্জন কৰিব পাৰি।

আচলতে মানুহৰ আন্ত্ৰিক অংশত মাইক্ৰ’বায়’ম নামৰ এক প্ৰকাৰৰ বেক্টেৰিয়া থাকে। বহু সময়ত ৰোগৰ বাবে মানুহৰ শৰীৰত থকা এই বেক্টেৰিয়াৰ ভাৰসাম্য হেৰাই যায়। এই ভাৰসাম্য ৰক্ষাৰ বাবে বাহিৰৰ পৰা বেক্টেৰিয়া ৰোগীৰ শৰীৰত প্ৰৱেশ কৰা হয়। এই বেক্টেৰীয়া মানুহৰ মলৰ পৰা সংগ্ৰহ কৰা হয়। আৰু সেইবাবেই goodnatureprogram.com ৱেবছাইটে কোটি কোটি টকাত মানুহৰ মল ক্ৰয় কৰিছে।

অৱশ্যে কেৱল যিকোনো ব্যক্তিয়েই মল দান কৰিব নোৱাৰে। মল দাতাসকলক স্বাস্থ্য পৰীক্ষা আৰু ভিডিঅ’ স্ক্ৰীনিঙৰ জৰিয়তে বাছনি কৰা হয়। দাতাৰ পৰা প্ৰথমে তেওঁলোকৰ মলৰ নমুনা সংগ্ৰহ কৰা হয়। তাৰ পিছত ডাক্তৰ আৰু গৱেষকে পৰীক্ষা কৰি মলৰ গুণগত মান নিৰ্ণয় কৰে। তাৰ পিছত মানুহজনৰ পৰা নিয়মিতভাৱে মল সংগ্ৰহ কৰা হয়।

এই মল বিক্ৰীৰ ধাৰা ইতিমধ্যে আমেৰিকা আৰু কানাডাত যথেষ্ট জনপ্ৰিয় হৈ পৰিছে। বহুতে এইদৰে উপাৰ্জন কৰিবলৈ আৰম্ভ কৰিছে।

ইনষ্টাগ্ৰামত ভিডিঅ’টো পোষ্ট কৰাৰ পিছত নেটিজেন সকলে কয়, “আমি দৈনিক হাজাৰ হাজাৰ টকা টয়লেটত ফ্লাছ কৰি আছোঁ।”

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

SIR বিতৰ্ক! ‘সংবিধান উলংঘা হৈ থাকিলে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ জৰুৰী’-মুৰলী মনোহৰ যোশী

SIR বিতৰ্ক! ‘সংবিধান উলংঘা হৈ থাকিলে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ জৰুৰী’-মুৰলী মনোহৰ যোশী

October 8, 2026 8:36 pm
অখিল গগৈৰ ধৰ্মঘটৰ সপ্তম দিনত দিছপুৰত ধাৰাবাহিক প্ৰতিবাদ, আৰক্ষীৰে খণ্ডযুদ্ধ

অখিল গগৈৰ ধৰ্মঘটৰ সপ্তম দিনত দিছপুৰত ধাৰাবাহিক প্ৰতিবাদ, আৰক্ষীৰে খণ্ডযুদ্ধ

October 8, 2026 8:19 pm
ফ্ৰান্সৰ পিছত আন এখন দেশত বিয়পি পৰিছে জেন জি আন্দোলন; ৰাজপথত হাজাৰ হাজাৰ যুৱক-যুৱতী

ফ্ৰান্সৰ পিছত আন এখন দেশত বিয়পি পৰিছে জেন জি আন্দোলন; ৰাজপথত হাজাৰ হাজাৰ যুৱক-যুৱতী

October 8, 2026 7:34 pm
কাব্য ভাষাৰ পৰিধি ভাঙি সাধনাৰ ফল; সাহিত্যৰ নোবেল বঁটা লাভ কৰিলে কানাডাৰ কবি এন কাৰ্ছনে

কাব্য ভাষাৰ পৰিধি ভাঙি সাধনাৰ ফল; সাহিত্যৰ নোবেল বঁটা লাভ কৰিলে কানাডাৰ কবি এন কাৰ্ছনে

October 8, 2026 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

SIR বিতৰ্ক! ‘সংবিধান উলংঘা হৈ থাকিলে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ জৰুৰী’-মুৰলী মনোহৰ যোশী

SIR বিতৰ্ক! ‘সংবিধান উলংঘা হৈ থাকিলে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ জৰুৰী’-মুৰলী মনোহৰ যোশী

October 8, 2026 8:36 pm
অখিল গগৈৰ ধৰ্মঘটৰ সপ্তম দিনত দিছপুৰত ধাৰাবাহিক প্ৰতিবাদ, আৰক্ষীৰে খণ্ডযুদ্ধ

অখিল গগৈৰ ধৰ্মঘটৰ সপ্তম দিনত দিছপুৰত ধাৰাবাহিক প্ৰতিবাদ, আৰক্ষীৰে খণ্ডযুদ্ধ

October 8, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd