• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মাত্ৰ ৭ টা দিনতে কি কি ৫ কৌশলেৰে প্ৰিয় নাৰীৰ হৃদয় জয় কৰিব পাৰিব?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 23, 2023 9:19 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এগৰাকী নাৰীৰ হৃদয়ত স্থান পোৱাটো সহজ কাম নহয়। সেইবাবেই বহুতে বহু চেষ্টা কৰিও নাৰীৰ হৃদয়ৰ হৃদয় নাপায়। ফলত বহু পুৰুষৰ প্ৰেম অপূৰ্ণ হৈয়ে ৰৈ যায়।

ছ’চিয়েল নেটৱৰ্কিং চাইট কাম কৰা বিশেষজ্ঞসকলৰ মতে মানুহৰ হৃদয় পাবলৈ অলপ চতুৰ হ’ব লাগিব। নহ’লে নাৰীৰ হৃদয়ত স্থান পোৱাটো দূৰাকাংক্ষা হৈয়ে ৰ’ব। এতিয়া প্ৰশ্ন হ’ল পুৰুষে নাৰীৰ হৃদয়ত পোৱাৰ বাটটো কি?

এনে অৱস্থাত কেইটামান সহজ কৌশলেৰে নাৰীৰ হৃদয় জয় কৰা সম্ভৱ। সমস্যাটো হ’ল অৱশ্যে বহু ‘ছিংগল’ পুৰুষে নিজৰ পছন্দৰ নাৰীৰ হৃদয় জয় কৰাৰ চৰ্টকাট কিটিপৰ বিষয়ে নাজানে। গতিকে বহু চেষ্টাৰ পিছতো প্ৰেম বহু দূৰতে যায়।

Apply Now

এতিয়া আহোঁ ৫ টা সহজ কিটিপলৈ —

১. বিশুদ্ধ পৰিকল্পনা কৰক

যিকোনো কামতে সফল হ’বলৈ পৰিকল্পনা কৰাটো প্ৰয়োজনীয়। আৰু প্ৰেমৰ দৰে জটিল ৰসায়ন গঢ়ি তোলাৰ ক্ষেত্ৰত ই ১০০ শতাংশই সত্য। গতিকে যদি আপুনি এগৰাকী নাৰীক ভাল পায় তেন্তে তেওঁৰ বিষয়ে সকলো তথ্য সংগ্ৰহ কৰাৰ কামত নামিব লাগিব। তেওঁ ক’ত থাকে, কাৰ লগত আড্ডা মাৰে, কি খাই ভাল পায়, ইতিমধ্যে ৰিলেচনত আছে নে নাই ইত্যাদিবোৰ আপুনি আঙুলিৰ মূৰত লেখিব পৰাকৈ তথ্যবোৰ সংগ্ৰহ কৰক। এই তথ্য হাতত লৈ পৰিকল্পনা প্ৰস্তুত কৰাটো অতি প্ৰয়োজনীয়। এই ক্ষেত্ৰত তেওঁৰ লগত কেনেকৈ কথা পাতিব, কি কথা পাতিব ইত্যাদি বিষয়বোৰ এটা এটাকৈ সজাই লওক।

২. তেওঁ পচন্দ কৰা সাজ পোছাক পৰিধান কৰক

ইয়াৰ পাছত তেওঁ পছন্দ কৰাৰ দকে সাজ পোছাক পৰিধান কৰিবলৈ চেষ্টা কৰক। আপুনি ভাল পোৱা নাৰীগৰাকীৰ লগত অদ্ভুত পোছাক পিন্ধি আড্ডা মাৰিবলৈ ওলাই নাযাব। বৰঞ্চ মানুহৰ পছন্দ অনুসৰি সাজ-পোছাক পিন্ধিবলৈ চেষ্টা কৰক। আৰু ইয়াতেই আপোনাৰ ‘ৰেইকি’ কামত আহিব। আপুনি নিশ্চয় গম পাইছে যে আপোনাৰ পছন্দৰ মহিলাগৰাকীয়ে পশ্চিমীয়া বা ভাৰতীয় সাজ-পোছাক পছন্দ কৰে। সেই মতে নিজকে প্ৰস্তুত কৰি তোলক।

৩. লাজ ত্যাগ কৰি স্মাৰ্ট হৈ কথা পাতক

বহুতে যুৱতীৰ লগত কথা পাতিবলৈ লাজ কৰে। আৰু এইটোৱেই তেওঁলোকৰ প্ৰেমত বাধা হৈ পৰে। গতিকে এই ভুলটো পুনৰ নকৰিব। তাৰ পৰিৱৰ্তে দীঘলকৈ উশাহ এটা লৈ মনটো শান্ত কৰক। তাৰ পিছত তেওঁৰ লগত আত্মবিশ্বাসেৰে কথা পাতিব। নিজৰ পৰিচয় দিয়ক। এয়া আপোনাৰ প্ৰথম কাম। গতিকে যিমান পাৰি সোনকালে এই কামটো কৰি দিয়ক।

৪. কফি ডেটত যাব লাগিব

প্ৰথম ডেটিঙৰ পিছত আৰু সময় নষ্ট হ’ব নোৱাৰে। অতি সোনকালে দ্বিতীয়বাৰ লগ কৰিবলৈ চেষ্টা কৰিব লাগে। আৰু যদি কোনো ধৰণে তেওঁক লগ পোৱা সম্ভৱ হয়, তেন্তে একাপ কফিৰ কথা ক’বলৈ নাপাহৰিব! আশাকৰোঁ আপোনাৰ লগত বহি প্ৰিয় নাৰীগৰাকীয়ে বহি কফি খাবলৈ মান্তি হ’ব।

তাৰ পিছত ওচৰৰ কফি দোকান এখনলৈ যাওক। ফাষ্ট ফুড অৰ্ডাৰ কৰক। আৰু খাদ্য গ্ৰহণৰ আগতে নিজৰ আৰু পৰিয়ালৰ বিষয়ে এটা চমু পৰিচয় দিয়ক। কিন্তু কেৱল কথা পাতিলেই নহ’ব। বৰঞ্চ আপোনাৰ প্ৰিয়জনৰ বিষয়ে জানিবলৈ চেষ্টা কৰক। এই কথা-বতৰাৰ জৰিয়তেহে কথাবোৰ আগবাঢ়ি যাব।

৫. অপেক্ষা কৰি নাথাকিব

দুই-তিনিদিন এনেকৈ কথা পতাৰ পিছত কোনো পলম হ’ব নালাগে। গোলাপ আৰু ডাৰ্ক চকলেট কিনি তেওঁক লগ কৰিবলৈ যাওক। তাৰ পিছত হৃদয়খন ঢাকি নৰখাকৈ সকলো কথা খোলাখুলিকৈ কওক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd