• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অসমীয়াক ইজৰাইলৰ পৰা আচলতে কি শিকিবলৈ ক’লে হিমন্ত বিশ্বই! বিজ্ঞান-প্ৰযুক্তি নে বৰ্বৰতা?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 11, 2024 4:55 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ বিতৰ্কত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কালি অৰ্থাৎ মঙলবাৰে ছহিদ দিৱসৰ ভাষণত হিমন্তই কয় যে, বহিৰাগতৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈয়ো জীয়াই থকাৰ ক্ষেত্ৰত ইজৰাইলীৰ পৰা অসমে শিক্ষা ল’ব লাগিব। বাংলাদেশ, ম্যানমাৰ, আৰু পশ্চিম বংগৰ সৈতে অসমৰ ঐতিহাসিক সংযোগৰ কথা উল্লেখ কৰি তেওঁ অসমৰ অসুৰক্ষিত সীমান্তৰ বিষয়ে আলোকপাত কৰে। শৰ্মাই ৰাষ্ট্ৰক শক্তিশালী আৰু জনসাধাৰণৰ সুৰক্ষা প্ৰদানৰ বাবে জ্ঞান, বিজ্ঞান, প্ৰযুক্তি, আৰু সাহসৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

১৯৮৫ চনত স্বাক্ষৰিত অসম চুক্তি থকা সত্ত্বেও অসমীয়াৰ বিৰুদ্ধে থকা ভাবুকিৰ কথা উল্লেখ কৰে।তেওঁ আঙুলিয়াই দিয়ে যে, ১২খনতকৈও অধিক জিলাত অসমীয়া মানুহ সংখ্যালঘু হৈ পৰিছে, আৰু বেদখল অব্যাহত আছে। ৰাজ্যৰ ভিতৰৰ একাংশই তেনে শক্তিক সমৰ্থন কৰি অসমীয়াক দুৰ্বল কৰি তুলিছে বুলি শৰ্মাই দাবী কৰে।

Apply Now

কিন্তু এইখিনিতে এটা প্ৰশ্নৰ উদয় হয়- মুখ্যমন্ত্ৰীয়ে ইজৰাইলৰ দৰে অসমক হ’বলৈ কোৱাটোৱে কি সূচায়? ইজৰাইলৰ দৰে প্ৰখৰ বুদ্ধিদীপ্ত নাগৰিক সৃষ্টি কৰাটো বুজাইছে নে বৰ্বৰ আৰু আগ্ৰাসী হোৱাটো বুজাইছে?

কাৰণ, ইজৰাইল নিজৰ শক্তিশালী বৌদ্ধিক সংস্কৃতিৰ বাবে পৰিচিত, যিয়ে শিক্ষা, গৱেষণা আৰু উদ্ভাৱনৰ ওপৰত গুৰুত্ব দি আহিছে। দেশখনত বিজ্ঞান, প্ৰযুক্তি, জটিল চিন্তাধাৰাৰ ওপৰত গুৰুত্ব দিয়া বিশ্ববিদ্যালয়সমূহৰ উচ্চমানৰ শিক্ষা ব্যৱস্থা আছে।

আনফালে, ইজৰাইল মধ্যপ্ৰাচ্যত অৱস্থিত এখন দেশ, উত্তৰে লেবানন, উত্তৰ-পূবত ছিৰিয়া, পূবে জৰ্ডান, দক্ষিণ-পশ্চিমে ইজিপ্ত আৰু পশ্চিমে ভূমধ্য সাগৰ। এই দেশসমূহৰ উপৰিও ইজৰাইল পেলেষ্টাইনৰ ভূখণ্ড মূলতঃ পশ্চিম অংশ আৰু গাজা ষ্ট্ৰিপৰ সৈতে দীৰ্ঘদিনীয়া সংঘাতত জড়িত হৈ আছে। বিশেষকৈ গাজা ষ্ট্ৰিপ ইজৰাইলৰ দক্ষিণ সীমান্তৰ ঘন জনবসতিপূৰ্ণ অঞ্চল, যিটো পেলেষ্টাইনী উগ্ৰপন্থী গোট হামাছৰ দ্বাৰা পৰিচালিত। ভূমি, ৰাজনৈতিক সাৰ্বভৌমত্ব, ধৰ্মীয় তাৎপৰ্য্যৰ বিবাদকে ধৰি ইজৰাইল-পেলেষ্টাইন সংঘাত আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপট আৰু মানৱ অধিকাৰ উলংঘনৰ দৃষ্টিভংগীৰ পৰা এক ডাঙৰ বিষয়।

এতিয়া যদি মুখ্যমন্ত্ৰীয়ে ইজৰাইলীৰ দৰে অসমীয়াক উদ্ভাৱনী হ’বলৈ কয় সেয়া সুখৰ কথা কিন্তু যিখন ইজৰাইলে ২৬,০০০ লোকক গাজাত মৃত্যুমুখলৈ ঠেলি দিলে তেনে বৰ্বৰ অসমীয়া হোৱাটো আমাৰ কাম্য জানো? নিশ্চিতভাৱে নহয়, সেয়েহে হিমন্তৰ বক্তব্যক বহুজনে তীব্ৰ সমালোচনা কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

October 2, 2026 9:30 pm
সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

October 2, 2026 8:30 pm
শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

October 2, 2026 7:30 pm
তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

October 2, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

October 2, 2026 9:30 pm
সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

October 2, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd