• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 1, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মহিলা-শিশুৰ নিৰাপত্তা নহয়, ‘নিৰ্ভয়া পুঁজি’ৰ ধন খৰচ কৰা হৈছে ৰাজপথ নিৰ্মাণত!

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 11, 2021 6:38 pm

2 min read

a nirbhya
215
VIEWS
Share on FacebookShare on Twitter

দিল্লীৰ নিৰ্ভয়া কাণ্ডৰ দুঃসহ স্মৃতি আজিও দেশবাসীৰ মনৰ পৰা মচ খাই যোৱা নাই।

২০১২ চনৰ ১৬ ডিচেম্বৰৰ দিনা দিল্লীৰ ৰাজপথত চলন্ত গাড়ীৰ ভিতৰতে বলাৎকাৰ কৰি গাড়ীৰ পৰা দলিয়াই পেলাই দিয়া হৈছিল নিৰ্ভয়াক।

কেইবাদিনো মৃত্যুৰে যুঁজাৰ অন্তত বিদেশৰ চিকিৎসালয়ত মৃত্যুক সাৱটি লৈছিল নিৰ্ভয়াই।

দেশজুৰি জোকাৰণিৰ সৃষ্টি কৰা নিৰ্ভয়া কাণ্ডৰ পিছতে চৰকাৰে দেশৰ মহিলা আৰু শিশুসকলৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ ১০০০ কোটি টকাৰে আৰম্ভ কৰিছিল নিৰ্ভয়া পুঁজি।

কিন্তু সকলোৱে জানি আচৰিত হ’ব যে নিৰ্ভয়া পুঁজিত থকা ধনৰ মাত্ৰ ৭৩ শতাংশ ব্যৱহাৰ হৈছে আৰু সেই ধন নাৰী অথবা শিশুৰ সুৰক্ষাৰ নামত ব্যৱহাৰ কৰা হোৱা নাই।

সেই ধন ব্যৱহাৰ হৈছে ৰাস্তা-ঘাট নিৰ্মাণ, ৰে’ল পথ নিৰ্মাণ আদি কামতহে।

শেহতীয়াকৈ প্ৰকাশিত এক প্ৰতিবেদনত পোহৰলৈ আহিছে চৰকাৰে সংঘটিত কৰা এই নিদাৰুণ ঘটনাৰ কথা।

শেহতীয়াকৈ অক্সাম ইণ্ডিয়া নামৰ বেচৰকাৰী প্ৰতিষ্ঠানটোৱে প্ৰকাশ কৰা প্ৰতিবেদনত কোৱা হৈছে যে ২০১৩ চনত তদনীন্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমৰ উদ্যোগত গঠন কৰা নিৰ্ভয়া পুঁজিৰ ধনেৰে বৰ্তমানৰ চৰকাৰে বাট-পথহে নিৰ্মাণ কৰিছে।

প্ৰতিবেদনত প্ৰকাশ পোৱা মতে  এই পুঁজিৰ ২৭ শতাংশ ধন আজিও ব্যৱহাৰ নোহোৱাকৈয়ে আছে।

অক্সাম ইণ্ডিয়াৰ কাৰ্যবাহী অমৃতা পিত্ৰেই প্ৰকাশ কৰা মতে কেন্দ্ৰীয় গৃহ দপ্তৰেও আনকি ভালদৰে নাজানে এই পুঁজিৰ ধন ক’ত কিদৰে ব্যৱহাৰ কৰা হৈছে।

নিৰ্ভয়া পুঁজিৰ ধনৰ অপব্যৱহাৰত আশ্বৰ্য প্ৰকাশ কৰিছে নিৰ্ভয়াৰ মাতৃ আশা দেৱীয়েও।

Recent News

index.jpg12

এসপ্তাহ ধৰি মৰিগাঁৱত দুই কলেজীয়া ছাত্ৰী নিৰুদ্দেশ : চাঞ্চল্যৰ সৃষ্টি সমগ্ৰ জিলাখনত

সাগৰত জাঁপ দিয়াৰ পাছত এইবাৰ ভাইৰেল হ’ল ৰাহুল গান্ধীৰ ‘পুশ্ব-আপ’ৰ ভিডিঅ’

সাগৰত জাঁপ দিয়াৰ পাছত এইবাৰ ভাইৰেল হ’ল ৰাহুল গান্ধীৰ ‘পুশ্ব-আপ’ৰ ভিডিঅ’

https _cdn.cnn.com_cnnnext_dam_assets_210226001020-palace-of-justice-malaysia-file

সমকামীৰ যৌনতা নিষিদ্ধকৰণৰ বিৰুদ্ধে শীৰ্ষ আদালতত এগৰাকী মুছলমান সমকামীৰ ঐতিসাহিক বিজয়

৭৮ সংখ্যক গ’ল্ডেন গ্ল’ব বঁটা ২০২১ : উজলিল ‘নমাডলেণ্ড’ আৰু ‘বৰাত’

৭৮ সংখ্যক গ’ল্ডেন গ্ল’ব বঁটা ২০২১ : উজলিল ‘নমাডলেণ্ড’ আৰু ‘বৰাত’

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd