• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অধিনায়ক হিচাপে আজিংক ৰাহানেৰ ৰেকৰ্ড কি?

এন ই নাও নিউজ by এন ই নাও নিউজ
December 26, 2020 9:10 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এডিলেইড অ’ভালত প্ৰথমখন টেষ্টত লজ্জাজনকভাৱে পৰাস্ত হোৱাৰ পিছত, আজিৰ পৰা মেলবৰ্ণত অনুষ্ঠিত হৈছে ভাৰত-অষ্ট্ৰেলিয়াৰ মাজৰ দ্বিতীয় টেষ্ট (বক্সিং ডে)।

পেটাৰ্ণেল লিভ লৈ ঘৰলৈ ওভতা ভাৰতৰ নিয়মীয়া অধিনায়ক বিৰাট কোহলীৰ অনুপস্থিতিত বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফিৰ বাকী মেচকেইখনত নেতৃত্ব দিব উপ-অধিনায়ক আজিংক ৰাহানেই।

Apply Now

দীৰ্ঘদিন ধৰি ভাৰতীয় টেষ্ট দলৰ উপ-অধিনায়কৰ দায়িত্বত আছে ৰাহানে। মিডল অৰ্ডাৰ বেটছমেনজনে ইতিমধ্যে দুখন টেষ্টত ভাৰতক নেতৃত্ব দিছে।

টেষ্টত ৰাহানেৰ অধিনায়ক হিচাপে অভিষেক ঘটে ২০১৭ চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে।

বিৰাট কোহলীয়ে শৃংখলাটোৰ সময়ত আঘাত প্ৰাপ্ত হোৱা বাবে তেওঁ সুযোগ লাভ কৰিছিল। ইয়াৰ পিছতে মেনেজমেণ্টে ৰাহানেক শৃংখলাৰ অন্তিম টেষ্টখনৰ নেতৃত্ব প্ৰদান কৰে।

ধৰমশালাত অনুষ্ঠিত সেই মেচখনত ৰবীন্দ্ৰ জাদেজাৰ আকৰ্ষণীয় প্ৰদৰ্শনৰ ভিত্তিত ভাৰতে অষ্ট্ৰেলিয়াক পৰাস্ত কৰি বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফি দখল কৰে।

উল্লেখণীয় যে অধিনায়কৰ দায়িত্ব লাভ কৰিয়েই ৰাহানেই কেইবাটাও সাহসী পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছিল। ইয়াৰ ভিতৰত অন্যতম আছিল কোহলীৰ স্থানত কুলদীপ যাদৱক দলত অন্তৰ্ভুক্ত কৰা।

কুলদীপে টেষ্টখনত চাৰিটা উইকেট দখল কৰে আৰু ৰাহানেৰ সিদ্ধান্তক সঠিক বুলি প্ৰমাণ কৰি দিয়ে।

ইয়াৰ পিছত ২০১৮ চনত ৰাহানেই আফগানিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত ঐতিহাসিক টেষ্ট মেচখনত ভাৰতীয় ক্ৰিকেট দলক নেতৃত্ব প্ৰদান কৰিছিল।

বেংগালুৰুত অনুষ্ঠিত মেচখনত ভাৰতে এক ইনিংছ আৰু ২৬২ ৰানত বিজয়ী হৈছিল।

ইয়াৰ উপৰি তেওঁ তিনিখন এদিনীয়া মেচ আৰু দখন টি-২০ মেচতো ভাৰতক নেতৃত্ব প্ৰদান কৰিছে।

তিনিওখন এদিনীয়াতে ভাৰত বিজয়ী হৈছে আৰু টি-২০ মেচ দুখনৰ এখনত জয় আৰু এখনত পৰাস্ত হয়।

উল্লেখ্য যে আজি প্ৰথমবাৰৰ বাবে ৰাহানেই বিদেশত ভাৰতীয় দলক টেষ্টত নেতৃত্ব প্ৰদান কৰিছে।

এই পৰ্যন্ত ৰাহানেই ভাৰতৰ হৈ ৬৬খন টেষ্ট মেচত ১১টা শতক আৰু ২২টা অৰ্ধশতকেৰে ৪,২৪৫ ৰান সংগ্ৰহ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

September 21, 2026 9:43 pm
ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

September 21, 2026 9:29 pm
‘এল কে আদৱানীৰ নামেই যদি নাথাকে, তেন্তে কাৰ নাম থাকিব?’—এছ আই আৰক লৈ আখিল গগৈৰ প্ৰশ্ন

‘এল কে আদৱানীৰ নামেই যদি নাথাকে, তেন্তে কাৰ নাম থাকিব?’—এছ আই আৰক লৈ আখিল গগৈৰ প্ৰশ্ন

September 21, 2026 9:16 pm
চামগুৰিত কংগ্ৰেছৰ কনভয় আৰু সাংবাদিকৰ ওপৰত গুণ্ডাবাহিনীৰ আক্ৰমণক লৈ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

চামগুৰিত কংগ্ৰেছৰ কনভয় আৰু সাংবাদিকৰ ওপৰত গুণ্ডাবাহিনীৰ আক্ৰমণক লৈ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

September 21, 2026 8:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

September 21, 2026 9:43 pm
ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

September 21, 2026 9:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd