• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ইন্দিৰা গান্ধীৰ সৈতে কি সম্পৰ্ক আছিল শ্বাহৰুখ খানৰ? জানি আপুনিও হ’ব আচৰিত

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
March 19, 2024 4:14 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বলীউডৰ জগতত কিংখান তথা বাদশ্বাহ খ্যাত শ্বাহৰুখ খানৰ স্থান আজিলৈকে কোনেও কাঢ়ি নিব পৰা নাই। ইটোৰ পিছত সিটোকৈ ফ্লিম ফেয়াৰ এৱাৰ্ড আৰু চুপাৰহিট চিনেমাৰে দশকজুৰি দৰ্শকক মুহি আহিছে বাদশ্বাহে।

কিন্তু আপুনি জানেনে যে কেৱল শ্বাহৰুখেই নহয়, তেওঁৰ পিতৃ-মাতৃৰো আছিল বহু গুণ, বহু খ্যাতি । আনকি শ্বাহৰুখৰ মাতৃ লতিফ ফাতিমা খানৰ ইন্দিৰা গান্ধীৰ সৈতেও বিশেষ সম্পৰ্ক আছিল।

Apply Now

শ্বাহৰুখে খুব কম বয়সতে পিতৃ-মাতৃক হেৰুৱাইছিল। প্ৰতিষ্ঠা লাভ কৰিবৰ বাবে তেওঁ কৰা সংগ্ৰামখন ওচৰৰ পৰা প্ৰত্যক্ষ কৰাসকলে স্বীকাৰ কৰে যে শ্বাহৰুখৰ যাত্ৰা সহজ নাছিল । 

শ্বাহৰুখৰ পিতৃ মীৰ তাজ মহম্মদ খান আছিল পেছাৱৰৰ পাঠান। তেওঁৰ উচ্চতা আছিল ৬ ফুট ২ ইঞ্চি। কেৱল সেয়াই নহয়। শ্বাহৰুখৰ পিতৃ আছিল এজন সক্ৰিয় স্বাধীনতা সংগ্ৰামী। উচ্চ শিক্ষিত তাজ মহম্মদ ভাৰত ত্যাগ আন্দোলনৰ সৈতে জড়িত আছিল। পিছত শিমন্তন গান্ধী ওৰফে খান আব্দুল গফ্ফাৰ খানৰ লগত যোগদান কৰিছিল তেওঁ।

শ্বাহৰুখৰ দেউতাকে একাধিক ভাষা জানিছিল। তেওঁ উচ্চ শিক্ষিত আছিল। দিল্লী চহৰত তেওঁৰ আছিল কেইবাটাও ব্যৱসায়। দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ ১৫ বছৰীয়া শ্বাহৰুখক এৰি মৃত্যুবৰণ কৰে মীৰ তাজ মহম্মদ খানে।

আনহাতে, শ্বাহৰুখ খানৰ মাতৃ লতিফ ফাতিমা খান আছিল হায়দৰাবাদৰ। অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ শিক্ষাৰে শিক্ষিত আছিল শ্বাহৰুখৰ মাতৃ। তেওঁ আছিল প্ৰথম শ্ৰেণীৰ দণ্ডাধীশ। সেই সময়ত সমাজত প্ৰতিষ্ঠা লাভ কৰা কেইগৰাকীমান মুছলমান মহিলাৰ ভিতৰত এগৰাকী আছিল শ্বাহৰুখ খানৰ মাতৃ।

জনা যায় যে শ্বাহৰুখৰ মাক অতি আগৰণুৱা ব্যক্তি আছিল, সকলো কামতে তেওঁ নিজেই আগবাঢ়ি আহিছিল। আনকি তেওঁ সমাজসেৱাৰ কামৰ লগতো জড়িত আছিল। সেই উৎসৰ পৰাই তেওঁৰ চিনাকি হৈছিল তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ সৈতেও। অৱশ্যে ১৯৯১ চনত বিভিন্ন ৰোগৰ বাবে তেওঁৰ মৃত্যু হয়। তেতিয়া শ্বাহৰুখৰ বয়স আছিল মাত্ৰ ২৫ বছৰ। মাকৰ মৃত্যুত তেওঁ বিধ্বস্ত হৈ পৰিছিল।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd