• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

হোৱাটছএপ পেৰ জৰিয়তেও কৰিব পাৰিব ধনৰ লেন-দেন : কেনেকৈ কৰিব জনালে মাৰ্ক জুকাৰৰ্বাৰ্গে

এন ই নাও নিউজ by এন ই নাও নিউজ
November 7, 2020 6:58 pm
WHATSAPP
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হোৱাটছএপ ইউজাৰসকলৰ বাবে সুখবৰ। এতিয়াৰে পৰা হোৱাটছএপ ইউজাৰসকলে হোৱাটছএপ পেৰ জৰিয়তে ধনৰ লেন-দেন কৰিব পাৰিব।

ইতিমধ্যে নেশ্যনেল পেমেন্ট কৰ্প’ৰেশ্যন অৱ ইণ্ডিয়া(NPCI)এ ধনৰ লেন-দেন কৰিবলৈ হোৱাটছএপ পে’ক সেউজ সংকেত প্ৰদান কৰিছে। ফেইছবুকৰ চি ই অ’ মাৰ্ক জুকাৰবাৰ্গে ইউজাৰসকলক এই বিষয়ে অৱগত কৰিছে।

Apply Now

ইয়াৰ পৰা এইটো নিশ্চিত হৈছে যে ভাৰততো হোৱাটছএপ পে জৰিয়তে ইউজাৰসকলে এতিয়াৰ পৰা ধনৰ লেন-দেন কৰিব পাৰিব।

ইয়াৰ বাবে ইউজাৰসকলে কোনো ধৰণৰ অতিৰিক্ত ধন ভৰিব নেলাগে বুলি জনাইছে জুকাৰবাৰ্গে।

তেওঁ লগতে জনায় যে ইউজাৰসকলৰ সুবিধাৰ্থে ১৪০ টাৰো অধিক বেংকৰ সৈতে হোৱাটছএপ-এ চুক্তিৱদ্ধ হৈছে। বেংকৰ ডেবিট কাৰ্ডৰ দ্বাৰা, যিবোৰ কাৰ্ডে UPI(Unified Payments Interface) চাৰ্পোট কৰে সেই কাৰ্ডৰ যোগেদি হোৱাটছএপ এপৰ জৰিয়তে ধনৰ লেন-দেন কৰিব পাৰিব ইউজাৰসকলে।

হোৱাটছএপৰ জৰিয়তে কেনেকৈ লেন-দেন কৰিব ধন?

১. প্ৰথমে প্লে ষ্ট’ৰ বা এপ’ল ষ্ট’ৰৰ পৰা হোৱাটছএপটো আপডেট কৰিব।

২. ইয়াৰ পিছত এপটো অপেন কৰক। তাৰ পাছত সোঁফালে থকা তিনিটা ডটত ক্লীক কৰক।

৩. ক্লীক কৰাৰ পিছত পেমেন্ট অপশ্যনত ক্লীক কৰিব। তাতে পেমেন্ট মেথত বাচনি কৰিব। ইয়াৰ পিছত নিজৰ একাউন্টত থকা বেংকটোক নিৰ্বাচন কৰিব।

৪. বেংক নিৰ্বাচন কৰাৰ পিছত ফোন নম্বৰটো ভেৰিফাই কৰা হ’ব। হোৱাটছএপ ব্যৱহাৰ কৰা নম্বৰটো বেংকৰ একাউন্টৰ সৈতে সংযোগ থাকিব লাগিব।

৫. ভেৰিফিকেশ্যন হোৱাৰ পিছত পেমেন্ট চেটিংঙ সম্পূৰ্ণ হ’ব। ইয়াৰ পিছত অন্যান্য পেমেন্ট এপৰ দৰেই UPI পিন এটা তৈয়াৰ কৰিব লাগিব। ইয়াৰ লগে লগে পেমেন্ট পেজত আপোনাৰ বেংকটোৰ নাম দেখা পাব।

৬.‌ আপোনাৰ হোৱাটছএপ নম্বৰটোলৈ কোনোবাই ধন প্ৰেৰণ কৰিলে লগে লগে আপোনাৰ বেংক একাউন্টত জমা হ’ব সেই ধন।

৭. আপুনি কাৰোবালৈ ধন প্ৰেৰণ কৰিব লগা হ’লে প্ৰথমে চাটটো খুলিব লাগিব। তাৰপিছত এটাচমেন্ট আইকণত ক্লীক কৰিব।

৮. ইয়াৰ পিছত পেমেন্ট টেপ কৰি যিমান ধন প্ৰেৰণ কৰিব তাৰ এমাউন্টটো লিখিব লাগিব। প্ৰয়োজন হ’লে ইয়াতে টোকা এটাও লিখিব দিব পাৰিব।

৯. UPI  পিনটো দিয়াৰ লগে লগে আপুনি ধন প্ৰেৰণ কৰা লোকজনৰ একউন্টত ধন জমা হ’ব। তেওঁৰ একাউন্টত ধন জমা হোৱাৰ লগে লগে আপুনি এটা কনফাৰ্মেশ্যন মেচেজ লাভ কৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“এখন ছবি আঁকিলেও চৰকাৰে ভয় খায় নেকি?” আটক হৈ মুক্তি পোৱাৰ পিছতে প্ৰশ্ন মাৰ্শ্বেল বৰুৱাৰ

“এখন ছবি আঁকিলেও চৰকাৰে ভয় খায় নেকি?” আটক হৈ মুক্তি পোৱাৰ পিছতে প্ৰশ্ন মাৰ্শ্বেল বৰুৱাৰ

October 11, 2026 5:00 pm
কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

October 11, 2026 3:37 pm
“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

October 11, 2026 2:19 pm
বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

October 11, 2026 1:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“এখন ছবি আঁকিলেও চৰকাৰে ভয় খায় নেকি?” আটক হৈ মুক্তি পোৱাৰ পিছতে প্ৰশ্ন মাৰ্শ্বেল বৰুৱাৰ

“এখন ছবি আঁকিলেও চৰকাৰে ভয় খায় নেকি?” আটক হৈ মুক্তি পোৱাৰ পিছতে প্ৰশ্ন মাৰ্শ্বেল বৰুৱাৰ

October 11, 2026 5:00 pm
কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

October 11, 2026 3:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd