• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

স্পেচিয়েল বিৰিয়ানিৰ ঠাইত আহিল চাম্বাৰ ৰাইচ; কমপ্লেইন দি ওলোটাই ভৰিলে ৫০,০০০ টকা

এন ই নাও নিউজ by এন ই নাও নিউজ
February 13, 2020 2:31 pm
biryani-rep-image

প্ৰতিনিধিত্বমূলক চিত্ৰ

27.1k
VIEWS
Share on FacebookShare on Twitter

হাইদৰাবাদৰ এগৰাকী ছফ্টৱেৰ কৰ্মচাৰীয়ে অনলাইনযোগে খাদ্যৰ অৰ্ডাৰ দি ৫০ হাজাৰ টকা লোকচান হোৱা ঘটনাই সম্প্ৰতি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

যোৱা দেওবাৰে কৰ্মচাৰীজনে জমেট’ নামৰ এপৰ জৰিয়তে স্পেচিয়েল চিকেন বিৰিয়ানি অৰ্ডাৰ দিছিল। কৰ্মচাৰীজনে বিৰিয়ানিৰ পৰিৱৰ্তে লাভ কৰে চাম্বাৰ ৰাইচ।

অৰ্ডাৰ খেলিমেলি হোৱা বাবে লোকজনে ইণ্টাৰনেটত কাষ্টমাৰ কেয়াৰৰ নম্বৰ বিচাৰিবলৈ ধৰে। গুগলত এটা নম্বৰ বিচাৰি পোৱাত তেওঁৰ সৈতে হোৱা খেলি মেলিৰ বিষয়ে জনায়। কিন্তু প্ৰকৃততে জমেট’ৰ কোনো ধৰণৰ কাষ্টমাৰ কেয়াৰ নম্বৰ নাই।

গ্ৰাহকজনৰ সকলো কথা শুনি ভুৱা কাষ্টমাৰ কেয়াৰ চাৰ্ভিছটোৱে ক্ষমা খোজাৰ লগতে তেওঁৰ পইচা ঘূৰাই দিয়া হ’ব বুলিও জনায়।

ইয়াৰ পিছতে ‘কাষ্টমাৰ কেয়াৰ এক্সিকিউটিভে’ লোকজনক এটা ‘কিউ আৰ’ লিংক চেয়াৰ কৰে আৰু পে টি এম একাউণ্টৰ জৰিয়তে স্কেন কৰি গ্ৰাহকজনে টকাটো ঘূৰাই পাব বুলি জনায়।

গ্ৰাহকজনে লগে লগে কিউ আৰ কোডটো স্কেন কৰাত ধন ঘূৰাই পোৱাৰ বিপৰীতে তেওঁৰ একাউণ্টৰ পৰা ৫০ হাজাৰ টকা দুষ্ট চক্ৰটোৱে কাটিহে লৈ যায়। এই কথা জনায় হাইদৰাবাদ চাইবাৰ ক্ৰাইম এচিষ্টেণ্ট কমিশ্যনাৰ অব পুলিচ কেভিএম প্ৰসাদে জনায়।

আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৪২০ আৰু ৬৬ ডি আই টি এক্টৰ অধীনত এটা গোচৰ ৰুজু কৰিছে আৰু বৰ্তমান চক্ৰটোৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে বুলি জনাইছে।

ইফালে এই ঘটনাটো সংঘটিত হোৱাৰ পিছতে জমেট’ৰ ফালৰ পৰা তাৎক্ষণিকভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গ্ৰাহকসকলক জমেট’ কাষ্টমাৰ কেয়াৰ নম্বৰ নিবিচাৰিবলৈ আহ্বান জনাইছে।

Recent News

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd