• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ভূমিস্খলনৰ সময়তে বুজিব পাৰিছিল ভয়াৱহতাৰ কথা: দুৰ্বিসহ সময় সুঁৱৰিলে উত্তৰকাশীৰ সুৰংগত আৱদ্ধ শ্ৰমিকে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 29, 2023 7:31 pm
Uttarkashi tunnel
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৭ দিনৰ ভয়াৱহ সময়ৰ অন্তত বুধবাৰে উত্তৰকাশীৰ ভাঙি পৰা ছিল্ক্যৰা সুৰংগৰ পৰা উদ্ধাৰ হ’ল ৪১ জন শ্ৰমিক। নিজৰ এক অনিশ্চিত ভৱিষ্যতৰ ভয়াৱহতা লৈ এই ৪১ জন শ্ৰমিকে সুৰংগত কটালে শ্বাসৰুদ্ধকৰ সময়।

কালি সূদীৰ্ঘ ১৭ দিনৰ পিছত মুকলি আকাশৰ তললৈ অহা শ্ৰমিকসকলৰে এগৰাকীয়ে সুঁৱৰিছে এই দুৰ্বিসহ সময়। শ্ৰমিকজনৰ নাম বিশ্বজিত কুমাৰ বাৰ্মা। আজি সংবাদ মাধ্যমৰ আগত নিজৰ কষ্টৰ বৰ্ণনা কৰে শ্ৰমিকজনে।

Apply Now

বিশ্বজিত কুমাৰ বাৰ্মাই কয় যে তেওঁলোক কৰ্মৰত অৱস্থাতে যেতিয়া ভূমিস্খলন হৈছিল, তেতিয়াই তেওঁলোকে জানিব পাৰিছিল যে তেওঁলোক সুৰংগত আৱদ্ধ হৈ পৰিছে।

সুৰংগত আৱদ্ধ হোৱাৰ পাছত প্ৰথম ১০-১৫ ঘণ্টা যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱা বুলি জানিবলৈ দিয়ে শ্ৰমিকজনে। “কিন্তু পিছত ভিতৰত চাউল, দালি আৰু শুকান ফলৰ যোগান ধৰিবলৈ পাইপ লগোৱা হ’ল।”— বাৰ্মাই লগতে কয়।

তাৰ পিছতে এটা মাইক লগাই দিয়াত তেওঁলোকে পৰিয়ালৰ সদস্যৰ সৈতে কথা পাতিব পাৰিলে বুলি তেওঁ লগতে মন্তব্য কৰে। এতিয়াসুৰংগৰ পৰা উদ্ধাৰৰ পিছত সুখী বুলি উল্লেখ কৰি বাৰ্মাই লগতে এতিয়া দেৱালী পালন কৰিব বুলিও জানিবলৈ দিয়ে।

উল্লেখ্য যে, যোৱা ১২ নৱেম্বৰত ভূমিস্খলনৰ ফলত কেন্দ্ৰৰ অভিলাষী চৰ ধাম প্ৰকল্পৰ অংশ ছিলকিয়াৰা সুৰংগৰ এটা অংশ ভাঙি পৰাৰ পিছত সুৰংগৰ ভিতৰতে আবদ্ধ হৈ পৰিছিল ৪১ জন শ্ৰমিক।

শ্ৰমিকসকলক উদ্ধাৰৰ বাবে বিগত ১৭ দিনে ধাৰাবাহিকভাৱে চলাই থকা হৈছিল উদ্ধাৰ অভিযান। ব্যৱহাৰ কৰা হৈছিল বহু দেশী-বিদেষী প্ৰযুক্তি। কিন্তু এই সকলো আধুনিক প্ৰযুক্তিয়েই ব্যৰ্থ হৈছিল শ্ৰমিকসকলৰ উদ্ধাৰত।

অৱশেষত কালি ৰেট হ’ল মাইনিং পদ্ধতিৰে খনন শ্ৰমিকে সুৰংগৰ পৰা উদ্ধাৰ কৰে আৱদ্ধ শ্ৰমিকসকলক। উদ্ধাৰ হোৱা শ্ৰমিকসকলৰ স্বাস্থ্য তেনে কোনো সংকটজনক নহয় বুলি কৰ্তৃপক্ষই সদৰী কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত ‘হাই এলাৰ্ট’! চিজেপিৰ প্ৰতিবাদৰ পূৰ্বে বাতিল কেইবাখনো ৰে’ল, ৫৭টা মেট্ৰ’ ষ্টেচন বন্ধ

দিল্লীত ‘হাই এলাৰ্ট’! চিজেপিৰ প্ৰতিবাদৰ পূৰ্বে বাতিল কেইবাখনো ৰে’ল, ৫৭টা মেট্ৰ’ ষ্টেচন বন্ধ

October 9, 2026 1:50 pm
চাৰিটা পৰিচয়, ভুৱা মাটিৰ কাৰবাৰ! আৰক্ষীৰ জালত ‘কাশ্মীৰৰ চাৰ্লছ শোভৰাজ’, কেনেকৈ ধৰা পৰিল?

চাৰিটা পৰিচয়, ভুৱা মাটিৰ কাৰবাৰ! আৰক্ষীৰ জালত ‘কাশ্মীৰৰ চাৰ্লছ শোভৰাজ’, কেনেকৈ ধৰা পৰিল?

October 9, 2026 1:32 pm
নানা পাটেকাৰৰ মৃত্যু সন্দেহজনক? কিয় মৰণোত্তৰ পৰীক্ষা কৰা হ’ল? গোৱা আৰক্ষীৰ গোচৰ ৰুজু

নানা পাটেকাৰৰ মৃত্যু সন্দেহজনক? কিয় মৰণোত্তৰ পৰীক্ষা কৰা হ’ল? গোৱা আৰক্ষীৰ গোচৰ ৰুজু

October 9, 2026 12:36 pm
দিল্লীৰ প্ৰতিবাদৰ পূৰ্বেই দেশজুৰি আৰক্ষীৰ অভিযান! ৰে’ল-বাছৰ পৰাই আটক প্ৰতিবাদকাৰীক

দিল্লীৰ প্ৰতিবাদৰ পূৰ্বেই দেশজুৰি আৰক্ষীৰ অভিযান! ৰে’ল-বাছৰ পৰাই আটক প্ৰতিবাদকাৰীক

October 9, 2026 11:44 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত ‘হাই এলাৰ্ট’! চিজেপিৰ প্ৰতিবাদৰ পূৰ্বে বাতিল কেইবাখনো ৰে’ল, ৫৭টা মেট্ৰ’ ষ্টেচন বন্ধ

দিল্লীত ‘হাই এলাৰ্ট’! চিজেপিৰ প্ৰতিবাদৰ পূৰ্বে বাতিল কেইবাখনো ৰে’ল, ৫৭টা মেট্ৰ’ ষ্টেচন বন্ধ

October 9, 2026 1:50 pm
চাৰিটা পৰিচয়, ভুৱা মাটিৰ কাৰবাৰ! আৰক্ষীৰ জালত ‘কাশ্মীৰৰ চাৰ্লছ শোভৰাজ’, কেনেকৈ ধৰা পৰিল?

চাৰিটা পৰিচয়, ভুৱা মাটিৰ কাৰবাৰ! আৰক্ষীৰ জালত ‘কাশ্মীৰৰ চাৰ্লছ শোভৰাজ’, কেনেকৈ ধৰা পৰিল?

October 9, 2026 1:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd