• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দুশ বছৰ ধৰি ট টকৈ চাই আছে এটা কটা মূৰে, কাৰ মূৰ এয়া, কিয় ৰখা হৈছে এনেকৈ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 29, 2020 10:34 am
a maxresdefault
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এবছৰ নহয়, দুবছৰ নহয়, প্ৰায়  দুশ বছৰ ধৰি এটা কাঁচৰ পাত্ৰত সংৰক্ষণ কৰি ৰখা হৈছে এজন কুখ্যাত চিৰিয়েল কিলাৰৰ কটা মূৰ।

আইনষ্টাইনৰ  মগজু তেওঁৰ মৃত্যুৰ পিছত গৱেষণাৰ বাবে সংৰক্ষণ কৰি ৰাখিছিল টমাছ হাৰ্ভেই।

Apply Now

কিন্তু এজন চিৰিয়েল কিলাৰৰ মগজু কি কাৰণে সংৰক্ষণ কৰা হ’ল বাৰু তাকে লৈ বহুতৰে মনত আজিও কৌতূহল ৰৈ গৈছে।

পৰ্টুগালৰ ৰাজধানী লিচবনৰ সংগ্ৰহালয়ত কাঁচৰ পাত্ৰত সংৰক্ষণ কৰি ৰখা কটা মূৰটো হৈছে কুখ্যাত অপৰাধী ডিয়েগো আলভেজৰ।

১৮১০ চনত জন্মগ্ৰহণ কৰা ডিয়েগো আলভেজে ১৯ বছৰ বয়সতে কামৰ সন্ধানত স্পেইনৰ গালিছিয়াৰ পৰা পৰ্তুগালৰ লিচবনলৈ আহিছিল।

কিন্তু শিক্ষা-দীক্ষা নথকা আলভেজক কোনেও কাম দিবলৈ বিচৰা নাছিল।

লিচবনত আলভেজে ধৰিছিল মদ আৰু জুৱাত। এটা সময়ত ধনৰ যোগাৰ কৰিবলৈ তেওঁ ইটোৰ পিছত সিটোকৈ হত্যাকাণ্ড সংঘটিত কৰিবলৈ ধৰিছিল।

আলভেজে তেওঁৰ জীৱন কালত ৭০ জনৰো অধিক লোকক একে কায়দাৰে হত্যা কৰিছিল। লিচবনৰ ২১৩ ফুট দীঘল দলং এখনৰ ওপৰলৈ তেওঁ হত্যাৰ বাবে বাচি লোৱা লোকসকলক লৈ গৈছিল আৰু দলঙৰ ওপৰৰ পৰা তেওঁলোকক পেলাই দিছিল।

মৃতদেহ উদ্ধাৰৰ পিছত সকলোৱে এয়া আত্মহত্যা বুলিয়েই ধৰি লৈছিল।১৮৩৬ চনৰ পৰা ১৮৩৯ চনলৈ আলভেজে চলাই গৈছিল তেওঁৰ হত্যালীলা।

এবাৰ এজন চিকিৎসকৰ ঘৰত ডকাইতি কৰিবলৈ গৈ আলভেজে চাৰিজন লোকক হত্যা কৰাৰ সময়তে আৰক্ষীৰ হাতত ধৰা পৰে।ইয়াৰ পিছতে ওলাই পৰে আলভেজৰ সমস্ত কুকীৰ্তিৰ কথা।

আলভেজৰ বিচাৰ চলিল আৰু ১৮৪১ চনৰ ১৯ ফেব্ৰুৱাৰীৰ দিনা তেওঁক ফাঁচীকাঠত ওলোমোৱা হ’ল।

ফাঁচীৰ পিছতে আলভেজৰ মূৰটো গৱেষণাৰ বাবেই সংৰক্ষণ কৰি ৰখা হ’ল।কিন্তু কি এই গৱেষণা? মানুহ কিদৰে ইমান নৃশংস হ’ব পাৰে তাৰেই কাৰণ বিচাৰি কৰা গৱেষণা এয়া।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

August 23, 2026 12:54 pm
মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

August 23, 2026 11:45 am
নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

August 23, 2026 10:09 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 23, 2026 9:16 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

August 23, 2026 12:54 pm
মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

August 23, 2026 11:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd