DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পৈশাচিক অত্যাচাৰৰ একমাত্র সাক্ষী, কেনে আছে নির্ভয়াৰ বন্ধুজন?

এন ই নাও নিউজ by এন ই নাও নিউজ
March 21, 2020 12:55 pm
Nirbhaya case
128.3k
VIEWS
Share on FacebookShare on Twitter

সাত বছৰ পাছত ন্যায়বিচাৰ পালে নির্ভয়াই। শুকুৰবাৰে ফাঁচী দিয়া হৈছে নির্ভয়াৰ ধর্ষণকাৰী চাৰিওজনক।

২০১২ চনৰ ১৬ ডিচেম্বৰৰ ৰাতি দিল্লীত পৈশাচিক নির্যাতন চলোৱা হৈছিল নির্ভয়াৰ ওপৰত। সেই ঘটনাৰ একমাত্র সাক্ষী আছিল তাইৰ এজন বন্ধু।

সেই বন্ধুৰ লগতেই সেই ৰাতি চিনেমা চাবলৈ গৈছিল দুয়ো। সেই বন্ধুৰ চকুৰ সন্মুখতেই সংঘটিত হৈছিল সেই ছয় নৰৰূপী দানৱৰ পৈশাচিক কাৰ্য্যকলাপ।

এতিয়া নির্ভয়াই ন্যায় বিচাৰ পাইছে। কিন্তু কেনে আছে সেই বন্ধু?

‘মানসিক ক্ষতি পূৰণ কৰিবলৈ অনেক সময় লাগে,’ উত্তৰপ্রদেশৰ গোৰক্ষপুৰত তেওঁৰ ঘৰ আছিল বুলি জনাইছে নির্ভয়াৰ বন্ধুৰ দেউতাকে।

তেওঁ কৈছিল, সেই ঘটনাত তাৰ শৰীৰত হোৱা আঘাটেও ইমান কষ্ট দিয়া নাছিল, যিমান মানসিকভাৱে কষ্ট পাইছিল। সেই ঘাঁ শুকাবলৈ বহু বছৰ লাগি গৈছিল।

অৱশ্যে বৰ্তমান সুস্থ তেওঁ। এঠাইত কৰ্মৰত। বিয়াও কৰাইছে আৰু এটা সন্তানো আছে।

নির্ভয়াৰ পৰিয়ালৰ সৈতেও যোগাযোগত আছে নির্ভয়াৰ বন্ধুৰ দেউতাক।

ঘটনাৰ সময়ত নির্ভয়াৰ বয়স আছিল মাত্র ২৩ বছৰ। ফিজিওথেৰাপিৰ ছাত্রী আছিল তেওঁ। বন্ধুজনৰ লগত চিনেমা চাই উভতি আহোতে এখন বাছত উঠিছিল দুয়ো।

বাছখনতেই আছিল সেই ছয় নৰপিশাচ। আধাৰাষ্টাত চলন্ত বাছত নির্ভয়াৰ ধর্ষণ কৰা হয়।

১৩ দিন পাছত ২৯ ডিচেম্বৰ তাৰিখে ছিঙ্গাপুৰৰ মাউন্ট এলিজাবেথ হস্পিটেলত নির্ভয়াৰ দেহাৱসান ঘটে।

এই ঘটনাৰ ছয় ধৰ্ষণকাৰীৰ মাজৰ এজন ৰাম সিঙে তিহাৰ জেলত বন্দী থকা অৱস্থাতেই আত্মহত্যা কৰে।

আৰু এজন নাবালক ধৰ্ষণকাৰীক তিনি বছৰ সংশোধন গৃহত ৰখাৰ পিছত মুক্তি দিয়া হয়।

Recent News

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

Monkeypox: টমেট’ ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক; কিমান প্ৰস্তুত ভাৰত?

Monkeypox: টমেট’ ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক; কিমান প্ৰস্তুত ভাৰত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd