• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক’ত আছে ‘ৰামায়া ৱাস্তাভায়া’ চিনেমাৰ নায়ক? অভিনয় এৰি কি কামত ব্যস্ত তেওঁ?

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
December 3, 2024 4:28 pm
108
VIEWS
Share on FacebookShare on Twitter

দুখনেই মাত্ৰ চিনেমাত অভিনয়। তাৰপিছত শেষ হৈ গ’ল কেৰিয়াৰ। অৱশ্যে বৰ্তমানৰ তেওঁ কোটিপতি। মুঠ সম্পত্তিৰ পৰিমাণ ৪৭০০ কোটি টকা।

শ্ৰুতি হাছানৰ সৈতে অভিনয় কৰি জনপ্ৰিয়তা আৰু দৰ্শকৰ মৰম বুটলিবলৈ সক্ষম হৈছিল ‘ৰামায়া ৱাস্তাভায়া’ৰ নায়ক গিৰিশ কুমাৰ তৌৰাণীয়ে। পিছে বৰ্তমান তেওঁৰ অভিনয় জগতৰ সৈতে নাই কোনো সম্পৰ্ক।

ৰামায়া ৱাস্তাভায়াৰ জনপ্ৰিয়তাৰ পিছত লাভশুদ্ধা নামৰ এখন চিনেমাত গিৰিশে অভিনয় কৰে যদিও এই ছবিখনে বজাৰ দখল কৰাত চূড়ান্তভাবে ব্যৰ্থ হয়। তাৰপিছতেই চিনেমা জগতৰ পৰা মেলানি মাগে গিৰিশ কুমাৰে।

উল্লেখ্য যে দ্বিতীয়খন ছবিৰ মুক্তিৰ সময়ত কৃষ্ণৰ সৈতে বিবাহপাশত আবদ্ধ হয় গিৰিশ। কিন্তু এই বিবাহৰ বিষয়টো তেওঁ লুকুৱাই ৰাখিছিল। প্ৰায় এবছৰ ধৰি বিয়াৰ খবৰ লুকুৱাই ৰাখিছিল অভিনেতাজনে। আচলতে তেওঁ ভাবিছিল যে বিয়াৰ খবৰ ওলালে হয়তো তেওঁৰ কেৰিয়াৰৰ ক্ষতি হ’ব পাৰে।

অভিনয় ত্যাগ কৰাৰ পিছত তেওঁ পূৰ্ণকালীন ব্যৱসায়ত মনোনিৱেশ কৰে। বৰ্তমান তেওঁ টি ছিৰিজৰ সৈতে জড়িত। টি ছিৰিজত দেউতাক আৰু ককাকৰ সৈতে ব্যৱসায়টো পৰিচালনা কৰি আছে। তেওঁলোকৰ ব্যৱসায়ৰ মূল্য ৪৭০০ কোটি টকা। উল্লেখ্য যে টি চিৰিজ ছবি নিৰ্মাণ, বিতৰণ আৰু সংগীত কোম্পানীসমূহৰ সৈতে জড়িত।

গিৰিশে কেমেৰাৰ সন্মুখৰ পৰা নহয়, কেমেৰাৰ পিছফালৰ পৰাই ফিল্ম লাইনৰ গুৰুত্বপূৰ্ণ দায়িত্ব চম্ভালি আছে।

Recent News

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd