DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, December 5, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

ভাৰতীয় সেনাসকল য’ত থাকে, মোৰ বাবে সেয়াই অযোধ্যা অৰ্থাৎ ৰামৰ জন্মভূমি : মোদী

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
November 12, 2023 6:12 pm
567
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় সেনাসকল য’ত থাকে, মোৰ বাবে সেয়াই অযোধ্যা অৰ্থাৎ ৰামৰ জন্মভূমি। এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। 

দেওবাৰে দীপাৱলীৰ দিনটোত ভাৰতীয় সেনাৰ জোৱানক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে নৰেন্দ্ৰ মোদীয়ে। প্ৰতি বছৰে দীপাৱলীৰ দিনটো তেওঁ ভাৰতীয় সেনাৰ জোৱানৰ সৈতে কটায়। 

এইবাৰো তেওঁ এই পৰম্পৰা ৰক্ষা কৰি হিমাচল প্ৰদেশৰ লেপচাস্থিত সেনা ঘাটিত দীপাৱলী উদযাপন কৰিছে। আজিৰ দিনটোত জোৱানসকলৰ সন্মুখত ভাষণ দি তেওঁ কয়, ‘প্ৰতি বছৰে মই আমাৰ সেনা জোৱানসকলৰ সৈতে দীপাৱলী উদযাপন কৰো। অযোধ্যা হৈছে ভগৱান ৰামৰ বাসস্থান। মোৰ বাবে ভাৰতীয় সেনাৰ জোৱান থকা ঠাইসমূহ মন্দিৰতকৈ কম নহয়।”

প্ৰধানমন্ত্ৰী হোৱাৰ পিছত মোদীয়ে ২০১৪ চনৰ দীপাৱলী উদযাপনৰ বাবে চিয়াচেন সেনা ঘাটিত উপস্থিত হয়। তেতিয়াৰ পৰাই তেওঁ প্ৰতি বছৰে সেনা সকলৰ লগত দীপাৱলী পালন কৰি আহিছে। 

এই অনুষ্ঠানত উপস্থিত থাকি কয় যে হিমালয়ৰ দৰে সীমান্তত জোৱানসকলে পহৰা দি থকাৰ বাবেই দেশ সুৰক্ষিত। স্বাধীনতাৰ পিছত ভাৰতীয় সেনাই অতি সাহসেৰে ইখনৰ পিছত সিখন যুদ্ধ কৰি কোটি কোটি ভাৰতীয়ৰ হৃদয় জয় কৰিছিল। আন্তঃৰাষ্ট্ৰীয় শান্তি অভিযানত অংশগ্ৰহণ কৰি আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰখনতো দেশৰ ভাবমূৰ্তি উজ্জ্বল কৰি তুলিছে ভাৰতৰ সেনাই। 

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় শক্তি হিচাপে ভাৰতৰ দ্ৰুতগতিত উত্থান ঘটিছে। কেৱল ভাৰতৰেই নহয়, মিত্ৰশক্তিৰ প্ৰতিৰক্ষাৰ প্ৰয়োজনীয়তাও পূৰণ কৰিছে ভাৰতীয় সেনাই। তেওঁ দাবী কৰে যে ২০১৬ চনৰ দীপাৱলীৰ পিছত ভাৰতৰ প্ৰতিৰক্ষা ৰপ্তানি ৮ গুণ বৃদ্ধি পাইছে। 

মোদীয়ে লগতে কয় যে বৰ্তমান দেশত ১ লাখ কোটি টকাৰ প্ৰতিৰক্ষা সঁজুলি নিৰ্মাণ কৰা হৈছে।

Recent News

ঘূৰ্ণীবতাহ মিগজাউম: চেন্নাইত ধাৰাসাৰ বৰষুণ, ৫ জন লোকৰ মৃত্যু; বন্ধ বিমানবন্দৰ

ঘূৰ্ণীবতাহ মিগজাউম: চেন্নাইত ধাৰাসাৰ বৰষুণ, ৫ জন লোকৰ মৃত্যু; বন্ধ বিমানবন্দৰ

বাইচুঙৰ পিছত ৰাজনীতিৰ খেলপথাৰত আন এগৰাকী প্ৰসিদ্ধ ফুটবলাৰ; মিজোৰামত বিজয়ী জেজে

বাইচুঙৰ পিছত ৰাজনীতিৰ খেলপথাৰত আন এগৰাকী প্ৰসিদ্ধ ফুটবলাৰ; মিজোৰামত বিজয়ী জেজে

প্ৰভুভক্ত জন্তুটোৱেই হত্যাকাৰী! পোহনীয়া কুকুৰৰ কামোৰত মৃত্যু এটি ৩ মহীয়া কেঁচুৱাৰ

প্ৰভুভক্ত জন্তুটোৱেই হত্যাকাৰী! পোহনীয়া কুকুৰৰ কামোৰত মৃত্যু এটি ৩ মহীয়া কেঁচুৱাৰ

হিংসাৰ জুই নুমুওৱা নাই! পুনৰ ৰক্তাক্ত মণিপুৰ; গোষ্ঠী সংঘৰ্ষত মৃত্যু ১৩ জনৰ

হিংসাৰ জুই নুমুওৱা নাই! পুনৰ ৰক্তাক্ত মণিপুৰ; গোষ্ঠী সংঘৰ্ষত মৃত্যু ১৩ জনৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd