DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, September 25, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home জীৱনশৈলী

বীয়েৰৰ লগত নাখাব এইকেইটা খাদ্য, অন্যথা পৰিণাম ভুগিব লাগিব আপুনি 

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 15, 2023 7:50 pm
12.5k
VIEWS
Share on FacebookShare on Twitter

এই প্ৰচণ্ড গৰমৰ দিনকেইটাত দেহা শাঁত পেলাবলৈ বহুতৰে বাবে বীয়েৰ একপ্ৰকাৰৰ প্ৰিয় পানীয়। পচন্দ অনুসৰি সকলোৱে বীয়ৰৰ লগত পৰিৱেশন কৰিবলৈ বিভিন্ন ধৰণৰ খাদ্য যোগাৰ কৰে। ইয়াৰ ভিতৰত থাকে – মাছ, মঙহ, বুট-মগু, চানা, অমলেট, ফলমূল, শুকান ফল ইত্যাদি। 

কিন্তু ইয়াৰে ভিতৰত কিছুমান বিশেষ খাদ্য আছে যিবোৰ বিভিন্ন কাৰণত বীয়েৰৰ সৈতে পৰইৱেশন কৰাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। এনেবোৰ খাদ্য বীয়েৰৰ লগত পৰিৱেশন কৰিলে আমাৰ স্বাস্থ্যৰ ওপৰত অতি নেতিবাচক প্ৰভাৱ পৰে।

বীয়েৰৰ লগত ভক্ষণ নকৰিবলগা কিছুমান খাদ্যৰ তালিকা তলত দিয়া হ’ল – 

১) টেঙা খাদ্য: কিছুমান মানুহে টেঙা খাদ্যৰ সৈতে বীয়েৰ পান কৰি ভাল পায় যদিও অত্যধিক টেঙা খাদ্যই বীয়েৰৰ সোৱাদ নষ্ট কৰাৰ লগতে হজমী শক্তি হ্ৰাস কৰিব পাৰে। 

২) অতি মিঠা খাদ্য: অতি মিঠা ডেজাৰ্ট বা মিঠাই বীয়েৰৰ লগত সেৱন কৰাতো স্বাস্থ্যৰ বাবে হানিকাৰক। কিয়নো বীয়েৰ হৈছে এবিধ তিতা পানীয়, বীয়েৰৰ লগত মিঠা খালে ই অপকাৰ কৰাৰ সম্ভাৱনা থাকে। 

৩/ ভিনেগাৰ বা চাইট্ৰাছ থকা খাদ্য: প্ৰচুৰ পৰিমাণে ভিনেগাৰ বা ছাইট্ৰাছ থকা খাদ্যৰ সৈতে বীয়েৰৰ যোগ কৰিলে ই এচিডিটিৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। 

৪) চৰ্বি বা তেলযুক্ত খাদ্য: বীয়েৰৰ লগত অত্যধিক চৰ্বি থকা খাদ্য খোৱাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। কিয়নো বীয়েৰত যথেষ্ট পৰিমাণে কলেষ্টৰেল থাকে। আৰু চৰ্বীযুক্ত খাদ্যতো থাকে কলেষ্টৰেল। গতিকে একেলগে ইমানবোৰ কলেষ্টৰেল শৰীৰৰ বাবে উপকাৰী নহয়। 

৫) গাখীৰৰ পৰা তৈয়াৰী খাদ্য : মাখন বা চীজযুক্ত খাদ্য বীয়েৰৰ লগত খাপ নাখায়। তিতা সোৱাদৰ বীয়েৰৰ লগত দুগ্ধজাত খাদ্য খালে ই পেটৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। 

গতিকে এই সমূহ খাদ্য বীয়েৰৰ লগত পৰিৱেশন কৰা বাদ দিয়ক। যদি আপুনি বাৰ বা ৰেস্তোঁৰাত বীয়েৰ খাবলৈ গৈছে তেন্তে তাত বীয়েৰৰ লগত খোৱা যথোপযুক্ত খাদ্যৰ বিষয়ে সোধপোচ কৰিহে চাকনা অৰ্ডাৰ দিয়ক।

Recent News

গাড়ীৰ হেডলাইটক লৈ কাজিয়াৰ সূত্ৰপাত; আৰক্ষীৰ প্ৰচণ্ড চৰত মৃত্যু ব্যক্তিৰ

গাড়ীৰ হেডলাইটক লৈ কাজিয়াৰ সূত্ৰপাত; আৰক্ষীৰ প্ৰচণ্ড চৰত মৃত্যু ব্যক্তিৰ

India vs Australia, 2nd ODI: শ্ৰেয়াস-শুভমনৰ শতক, অশ্বিনৰ ৩ উইকেট; এখন মেচ বাকী থকা অৱস্থাতে ভাৰতৰ শৃংখলা জয়

India vs Australia, 2nd ODI: শ্ৰেয়াস-শুভমনৰ শতক, অশ্বিনৰ ৩ উইকেট; এখন মেচ বাকী থকা অৱস্থাতে ভাৰতৰ শৃংখলা জয়

আজি প্ৰধানমন্ত্ৰীয়ে আকৌ ৯ খন বন্দে ভাৰত উপহাৰ দিলে দেশবাসীক

আজি প্ৰধানমন্ত্ৰীয়ে আকৌ ৯ খন বন্দে ভাৰত উপহাৰ দিলে দেশবাসীক

ৰাতিপুৱা শুই উঠিয়েই যৌন সম্পৰ্কে কৰাৰো আছে আচৰিত উপকাৰিতা, জানো আহক

ৰাতিপুৱা শুই উঠিয়েই যৌন সম্পৰ্কে কৰাৰো আছে আচৰিত উপকাৰিতা, জানো আহক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd