• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, March 9, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোভিডৰ উৎপত্তিস্থল বিচাৰি য়ুহানৰ সাগৰীয় বজাৰত উপস্থিত বিশ্ব স্বাস্থ্য সংস্থাৰ বিশেষজ্ঞৰ দল

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 31, 2021 3:59 pm

1 min read

কোভিডৰ উৎপত্তিস্থল বিচাৰি য়ুহানৰ সাগৰীয় বজাৰত উপস্থিত বিশ্ব স্বাস্থ্য সংস্থাৰ বিশেষজ্ঞৰ দল
163
VIEWS
Share on FacebookShare on Twitter

কোভিডৰ উৎপত্তিস্থল বিচাৰি চীনত উপস্থিত হোৱা বিশ্বা স্বাস্থ্য সংস্থাৰ বিশেষজ্ঞৰ দলটোৱে আজি য়ুহানৰ বজাৰত উপস্থিত হয়।

বিশ্ব স্বাস্থ্য সংস্থাৰ দলটোৱে উপস্থিত হোৱা য়ুহানৰ বজাৰখনৰ পৰাই প্ৰথম কোভিড ভাইৰাছৰ সংক্ৰমণ আৰম্ভ হৈছিল।

বিগত বৰ্ষৰ জানুৱাৰি মাহৰ পৰাই বন্ধ হৈ থকা সাগৰীয় খাদ্যৰ বজাৰখনত বিশ্ব স্বাস্থ্য সংস্থাৰ দলটোৱে নিচিদ্ৰ নিৰাপত্তা বেষ্টনীৰ মাজেৰে প্ৰৱেশ কৰে।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে বিশ্ব স্বাস্থ্য সংস্থাৰ বিশেষজ্ঞৰ দলটোৱে শনিবাৰে য়ুহানৰ চিকিৎসালয়ত উপস্থিত হৈছিল।

উক্ত চিকিৎসালয়খনত প্ৰথম কোভিড ৰোগী সকলৰ চিকিৎসা প্ৰদান কৰা হৈছিল।

বিশ্ব স্বাস্থ্য সংস্থাৰ বিশেষজ্ঞৰ দলটোৱে চীনত উপস্থিত হোৱাৰ পাছতে দুসপ্তাহ নিৰ্ধাৰিত কোৱাৰেণ্টাইন সামৰি শনিবাৰৰ পৰা কোভিডৰ উৎপত্তিস্থল সম্পৰ্কত নিজৰ অভিযান আৰম্ভ কৰিছে।

ইয়াৰ পূৰ্বে বিশ্ব স্বাস্থ্য সংস্থাৰ দলটোক চীন চৰকাৰে বিভিন্ন ভিছা সংক্ৰান্তীয় বিষয় দেখুৱাই চীন ভ্ৰমণ কৰাত বাধা প্ৰদান কৰি আছিল।

Recent News

মহেন্দ্ৰ সিং ধনী কেনেদৰে ভাৰতৰ অধিনায়ক হৈছিল? জনালে শ্বাৰদ পাৱাৰে

মহেন্দ্ৰ সিং ধনী কেনেদৰে ভাৰতৰ অধিনায়ক হৈছিল? জনালে শ্বাৰদ পাৱাৰে

index.jpgb

১৫ বছৰীয়া কিশোৰীক ড্ৰাগছ সেৱন কৰোৱাই ৮ দিন ধৰি গণধৰ্ষণ কৰিলে দুই নাবালকসহ ৯ জন লোকে

a chanuu

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন

এতিয়াৰ পৰিস্থিতিতকৈ ১৯৭৫ৰ জৰুৰীকালীন শাসনেই ভাল আছিল : শিৱসেনা সাংসদ সঞ্জয় ৰাউট

এতিয়াৰ পৰিস্থিতিতকৈ ১৯৭৫ৰ জৰুৰীকালীন শাসনেই ভাল আছিল : শিৱসেনা সাংসদ সঞ্জয় ৰাউট

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd