• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কোন দীপ সিদ্ধু? যাৰ ওপৰত দিল্লীৰ হিংসাত্মক ঘটনাক প্ৰৰোচিত কৰাৰ অভিযোগ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 27, 2021 12:10 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গণতন্ত্ৰ দিৱসৰ দিনটোতে ভাৰতীয় ইতিহাসত পূৰ্বে কেতিয়াও নোহোৱা নোপোজা এটা ঘটনা সংঘটিত হ’ল। দেশৰ ৰাজধানী দিল্লীত হোৱা হিংসাত্মক ঘটনাত এতিয়া লজ্জিত হৈ পৰিছে দেশবাসী।

কৃষি আইন বাতিলৰ দাবীত কৃষক সংগঠনে গণৰাজ্য দিৱসৰ দিনটোত উলিওৱা ট্ৰেক্টৰ ৰেলীত কেইবাটাও হিংসাত্মক ঘটনা সংঘটিত হয়।

Apply Now

প্ৰতিবাদী কৃষক সকলে আৰক্ষীৰ বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৰাৰ লগতে ঐতিহাসিক লালকিল্লাত প্ৰৱেশ কৰে আৰু তাত তেওঁলোকৰ পতাকা উত্তোলন কৰে।

এই ঘটনাই দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পিছত কৃষক সংগঠনৰ নেতাসমূহে এই ঘটনাৰ বাবে দীপ সিদ্ধু নামৰ এজন পাঞ্জাৱী অভিনেতাক জগৰীয়া কৰে।

দিল্লীৰ লালকিল্লাত নিচান চাহিবৰ পতাকা উৰুওৱাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কৰ পিছ মুহূৰ্তৰ পৰাই পলাতক অৱস্থাত আছে দীপ সিদ্ধু।

ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই দীপ সিদ্ধুক চমন জাৰি কৰিছে।

অৱশ্যে ফেইচবুকযোগে দীপ সিদ্ধুৱে এটা প’ষ্ট কৰি কয়, ‘আমি প্ৰদৰ্শনৰ সময়ত সম্পূৰ্ণ লোকতান্ত্ৰিক অধিকাৰৰ অধীনত নিচান চাহিবৰ পতাকা লালকিল্লাত উত্তোলন কৰিছো কিন্তু ভাৰতীয় পতাকা আঁতৰোৱা নাছিলো’।

এই ঘটনাক কেন্দ্ৰ কৰি কৃষক সংগঠনৰ নেতাসকলেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। সমাজকৰ্মী যোগেন্দ্ৰ যাদৱে কয় যে দীপ সিদ্ধু, গেংষ্টাৰৰ পৰা নেতা হোৱা লখা সিধানাই ২৫ জানুৱাৰিৰ নিশা সিংঘু সীমান্তত কৃষকসকলক উচটোৱাৰ চেষ্টা চলাইছিল।

এই সমগ্ৰ ঘটনাৰ তদন্তৰ দাবী উত্থাপন কৰিছে যোগেন্দ্ৰ যাদৱে।

কোন এই দীপ সিদ্ধু

দীপ সিদ্ধুৰ জন্ম হৈছিল ১৯৮৪ চনত পঞ্জাৱৰ মুক্তছৰ জিলাত। উচ্চ শিক্ষিত সিদ্ধুৱে আইনৰ শিক্ষাও গ্ৰহণ কৰিছিল।

কিংফিছাৰ মডেল হণ্ট এৱাৰ্ড জয়ী হোৱাৰ পূৰ্বে কিছুদিনৰ বাবে বাৰ এছ’চিয়েশ্যনৰ সদস্যও আছিল সিদ্ধু।

২০১৫ চনত অভিনয় জগতত খোজ দিয়া সিদ্ধুৰ প্ৰথমখন পঞ্জাৱী ছবি হৈছে ৰমতা জোগী।

উল্লেখ্য যে ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত যেতিয়া অভিনেতা চানী ডেউলে গুৰদাছপুৰ সমষ্টিৰ পৰা নিৰ্বাচন খেলিছিল তেতিয়া তেওঁ দীপ সিদ্ধুক নিৰ্বাচন প্ৰচাৰ সমিতিত স্থান দিছিল।

অৱশ্যে লালকিল্লাত সংঘটিত ঘটনাত দীপ সিদ্ধুৰ নাম জৰিত হোৱাত অভিনেতা তথা সাংসদ চানী ডেউলে এটা টুইট কৰি কয়, ‘দীপ সিদ্ধুৰ সৈতে মোৰ বা মোৰ পৰিয়ালৰ কোনো সম্পৰ্ক নাই’।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভোকাতুৰ প্ৰতিবাদকাৰীলৈ ১৫০ খন পিজ্জা, নাগালেণ্ডৰ যুৱকৰ মানৱীয়তাই চুই গ’ল দেশবাসীৰ মন

ভোকাতুৰ প্ৰতিবাদকাৰীলৈ ১৫০ খন পিজ্জা, নাগালেণ্ডৰ যুৱকৰ মানৱীয়তাই চুই গ’ল দেশবাসীৰ মন

July 24, 2026 2:08 pm
অত্যাধিক সুৰা আৰু ড্ৰাগছ সেৱনৰ ভয়ংকৰ পৰিণতি, লণ্ডনত প্ৰাণ গ’ল চৌদি আৰবৰ ৰাজকুমাৰৰ

অত্যাধিক সুৰা আৰু ড্ৰাগছ সেৱনৰ ভয়ংকৰ পৰিণতি, লণ্ডনত প্ৰাণ গ’ল চৌদি আৰবৰ ৰাজকুমাৰৰ

July 24, 2026 1:00 pm
ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলক যন্তৰ মন্তৰত চলি থকা প্ৰতিবাদৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিল্লী বিশ্ববিদ্যালয়ৰ

ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলক যন্তৰ মন্তৰত চলি থকা প্ৰতিবাদৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিল্লী বিশ্ববিদ্যালয়ৰ

July 24, 2026 12:23 pm
নতুন শিক্ষা সচিবৰ দায়িত্ব গ্ৰহণ: প্ৰকৃত পৰিৱৰ্তন আহিবনে শিক্ষা ব্যৱস্থাত?

নতুন শিক্ষা সচিবৰ দায়িত্ব গ্ৰহণ: প্ৰকৃত পৰিৱৰ্তন আহিবনে শিক্ষা ব্যৱস্থাত?

July 24, 2026 11:16 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভোকাতুৰ প্ৰতিবাদকাৰীলৈ ১৫০ খন পিজ্জা, নাগালেণ্ডৰ যুৱকৰ মানৱীয়তাই চুই গ’ল দেশবাসীৰ মন

ভোকাতুৰ প্ৰতিবাদকাৰীলৈ ১৫০ খন পিজ্জা, নাগালেণ্ডৰ যুৱকৰ মানৱীয়তাই চুই গ’ল দেশবাসীৰ মন

July 24, 2026 2:08 pm
অত্যাধিক সুৰা আৰু ড্ৰাগছ সেৱনৰ ভয়ংকৰ পৰিণতি, লণ্ডনত প্ৰাণ গ’ল চৌদি আৰবৰ ৰাজকুমাৰৰ

অত্যাধিক সুৰা আৰু ড্ৰাগছ সেৱনৰ ভয়ংকৰ পৰিণতি, লণ্ডনত প্ৰাণ গ’ল চৌদি আৰবৰ ৰাজকুমাৰৰ

July 24, 2026 1:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd