• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাষ্ট্ৰপতি ভৱনত বিবাহপাশত আবদ্ধ হ’ব এহাল দম্পতী! কিয় ৰাষ্ট্ৰপতিয়ে দিলে অনুমতি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 4, 2025 7:03 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ চৰকাৰী বাসগৃহ নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনে প্ৰথমবাৰৰ বাবে বিবাহ আয়োজন কৰিব। খবৰ অনুসৰি ২০২৫ চনৰ ১২ ফেব্ৰুৱাৰীত চি আৰ পি এফৰ বিষয়া পুনম গুপ্তাই তেওঁৰ বন্ধু অবিনাশ কুমাৰ নামৰ চিআৰপিএফৰ সহকাৰী কামাণ্ডেণ্টক বিয়া কৰাব।

বৰ্তমান ৰাষ্ট্ৰপতি ভৱনত পিএছঅ’ হিচাপে কৰ্মৰত চিআৰপিএফ বিষয়া পুনম গুপ্তাই ৭৪ সংখ্যক গণৰাজ্য দিৱসৰ পেৰেডত সৰ্বমহিলা দলটোক নেতৃত্ব দিয়ে। ইটিভি ভাৰতৰ তথ্য অনুসৰি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰুৱে তেওঁৰ নিষ্ঠা, পেছাদাৰিত্ব, আৰু অনুশাসিত সেৱাৰ স্বীকৃতি স্বৰূপে ৰাষ্ট্ৰপতি ভৱনত বিবাহৰ অনুমতি প্ৰদান কৰে। এই ঐতিহাসিক অনুষ্ঠানৰ জৰিয়তে পুনম গুপ্তা ৰাষ্ট্ৰপতি ভৱনত বিবাহপাশত আবদ্ধ হোৱা প্ৰথমগৰাকী ব্যক্তি হিচাপে পৰিগণিত হ’ব।

Apply Now

খবৰ অনুসৰি চিআৰপিএফৰ সহকাৰী কামাণ্ডেণ্ট পুনম গুপ্তাৰ ঘৰ মধ্যপ্ৰদেশৰ। গণিতত ডিগ্ৰী লাভ কৰাৰ পিছত ইংৰাজী সাহিত্যত স্নাতকোত্তৰ আৰু বি.এড. ২০১৮ চনৰ ইউপিএছচি চিএপিএফ পৰীক্ষাত অল ইণ্ডিয়া ৰেংক ৮১ লৈ উত্তীৰ্ণ হোৱা পুনমে বৰ্তমান চিআৰপিএফত সহকাৰী কামাণ্ডেণ্ট হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে আৰু বিহাৰৰ নক্সাল প্ৰভাৱিত অঞ্চলৰ লগতে অন্যান্য অঞ্চলত কাম কৰি আহিছে। তেওঁৰ দৃঢ়তা আৰু কঠোৰ পৰিশ্ৰমৰ যাত্ৰাই সমগ্ৰ দেশৰ বহু যুৱতীক অনুপ্ৰাণিত কৰে।

পুনমৰ ভাবী স্বামী অবিনাশ কুমাৰ চিআৰপিএফৰ সহকাৰী কামাণ্ডেণ্ট,তেঁও বৰ্তমান জম্মু-কাশ্মীৰত নিযুক্তিপ্ৰাপ্ত। ২০২৫ চনৰ ১২ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতি ভৱনৰ মাদাৰ টেৰেছা ক্রাউন কমপ্লেক্সত তেওঁলোকৰ বিয়া অনুষ্ঠিত হ’ব, য’ত পৰিয়ালৰ ঘনিষ্ঠ সদস্যসকলে অংশগ্ৰহণ কৰিব।

উল্লেখ্য যে, ভাৰতৰ ৰাষ্ট্ৰপতিৰ চৰকাৰী গৃহ ৰাষ্ট্ৰপতি ভৱন দেশৰ অন্যতম গুৰুত্বপূৰ্ণ স্থাপত্যৰ চিন। ছাৰ এডউইন লুটিয়েন্সে ডিজাইন কৰা এই বিশাল বাগিচাখন ৩০০ একৰ মাটিত বিস্তৃত। মূল ভৱনটো ২ লাখ বৰ্গফুটত বিস্তৃত, চাৰি মহলাত ৩৪০টা কোঠা আছে। ইটালীৰ কুইৰিনাল পেলেচৰ পাছতে ই বিশ্বৰ দ্বিতীয় বৃহত্তম ৰাষ্ট্ৰপতিৰ বাসগৃহ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd