• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কোভিডৰ উৎপত্তিস্থল বিচাৰি য়ুহানৰ চিকিৎসালয়ত উপস্থিত বিশ্ব স্বাস্থ্য সংস্থাৰ বিশেষজ্ঞৰ দল

এন ই নাও নিউজ by এন ই নাও নিউজ
January 30, 2021 11:01 am
বিশ্ব স্বাস্থ্য সংস্থাৰ দলটো

বিশ্ব স্বাস্থ্য সংস্থাৰ দলটো

212
VIEWS
Share on FacebookShare on Twitter

কোভিডৰ উৎপত্তিস্থলৰ বিষয়ে অনুসন্ধানৰ বাবে চীনত উপস্থিত হোৱা বিশ্ব স্বাস্থ্য সংস্থাৰ এটা দলে শুকুৰবাৰে য়ুহানৰ এখন চিকিৎসালয় পৰিদৰ্শন কৰে।

য়ুহানত প্ৰথম কোভিডৰ সংক্ৰমণ আৰম্ভ হোৱাৰ পাছত উক্ত চিকিৎসালয়খনত প্ৰথম কোভিড ৰোগী সকলক চিকিৎসা প্ৰদান কৰা হৈছিল।

চীনত উপস্থিত হোৱাৰ পাছত বিশ্ব স্বাস্থ্য সংস্থাৰ গৱেষকৰ দলটো দুসপ্তাহ কোৱাৰেণ্টাইনত থাকিবলগীয়া হয় আৰু শুকুৰবাৰে দলটোৱে কোৱাৰেণ্টাইন কাল শেষ কৰি য়ুহানৰ চিকিৎসালয় খনত উপস্থিত হয়।

‘‘বিশ্ব স্বাস্থ্য সংস্থাৰ দলটোৱে য়ুহানৰ কোনো সাধাৰণ লোকক সাক্ষাৎ নকৰে, দলটোৱে এই অধ্যয়নৰ বাবে নিৰ্দিষ্ট কৰি থোৱা ব্যক্তি সকলকহে সাক্ষাৎ কৰিব,’’ বিশ্ব স্বাস্থ্য সংস্থাৰ মুখপাত্ৰ মাৰ্গাৰেট হেৰিছে শুকুৰবাৰে জেনেভাত এইদৰে কয়।

উল্লেখযোগ্য যে, পূৰ্বে চীন চৰকাৰে বিশ্ব স্বাস্থ্য সংস্থাৰ দলটোক য়ুহানত উপস্থিত হোৱাত বাধা প্ৰদান কৰিছিল। কোভিড সংক্ৰমণ আৰু ভিছা সংক্ৰান্তীয় বিষয় দেখুৱাই চীনে দলটোৰ ভ্ৰমণত অনুমতি দিয়া নাছিল।

চীনৰ এই কাৰ্য্যৰ পাছতে বিশ্ব স্বাস্থ্য সংস্থা আৰু ৰাষ্ট্ৰসংঘই তীব্ৰ আপত্তি কৰাত চীনে পৰৱৰ্তী সময়ত দলটোক য়ুহানলৈ যোৱাৰ অনুমতি দিয়ে।

দুসপ্তাহ পূৰ্বে বিশ্ব স্বাস্থ্য সংস্থাৰ বিশেষজ্ঞৰ দলটো য়ুহানত উপস্থিত হয়।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd