• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোদী পাছ, নাড্ডা ফেইল! বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ ৰাজ্য হিমাচলত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ’ব কোন?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 8, 2022 7:45 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Who will be Congress CM in Himachal Pradesh? বৃহস্পতিবাৰে ঘোষণা কৰা দুই ৰাজ্য গুজৰাট আৰু হিমাচল প্ৰদেশৰ বিধানসভাৰ নিৰ্বাচনৰ ফলাফলত বিজেপিৰ দুই শীৰ্ষ নেতাৰ ৰাজ্য দুখনত বিপৰীত ফলাফল প্ৰদৰ্শিত হ’ল। এপিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজ্য গুজৰাটত বিজেপিয়ে অভিলেখ গঢ়ি জয়লাভ কৰিলে যদিও বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ ৰাজ্য হিমাচল প্ৰদেশত বিজেপিক উফৰাই শাসনলৈ আহিল কংগ্ৰেছ।

হিমাচল প্ৰদেশত ৪০ খন আসনত জয়ৰ সম্ভাৱনা উজ্জ্বল হোৱাৰ লগে লগে কংগ্ৰেছে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী বিচৰা কাম আৰম্ভ কৰিছে। ইফালে, প্ৰাক্তন মুখ্যমন্ত্ৰী বীৰভদ্ৰ সিঙৰ পত্নী প্ৰতিভা সিঙে মুকলিকৈ এই পদৰ দাবীদাৰ হিচাপে নিজকে প্ৰক্ষেপ কৰিছে। তেওঁ কৈছে,”ৰাজ্যখনৰ ৰাইজে প্ৰাক্তন মুখ্যমন্ত্ৰী বীৰভদ্ৰ সিঙৰ মুখলৈ চাইয়েই ভোট দিছে।‘’

লগতে পঢ়ক: গান্ধীৰ ৰাজ্যত বিপৰ্যস্ত কংগ্ৰেছ; কিয় গুজৰাটৰ নিৰ্বাচনী ইতিহাসৰ আটাইতকৈ বেয়া ফলাফল কংগ্ৰেছৰ?

Apply Now

তেওঁ পোনপটীয়াকৈ এইকথা নকলেও প্ৰতিভা সিঙে লগতে ইংগিত দিছিল যে তেওঁ মুখ্যমন্ত্ৰী পদৰ দাবীদাৰ। অৱশ্যে, একে সময়তে তেওঁ কৈছে যে বীৰভদ্ৰ সিঙৰ পৰিয়ালে কোনো দৰদাম নকৰে। তেওঁ বিধায়কসকলৰ মতামত আৰু হাইকমাণ্ডৰ সিদ্ধান্ত গ্ৰহণ কৰিব।

কেৱল প্ৰতিভাই নহয়, মুখ্যমন্ত্ৰী পদৰ বাবে বহুতো নাম আহিছে। কিন্তু তেওঁলোকে ৰাজহুৱাভাৱে একো কোৱা নাই। ৰাজনীতিবিদসকলৰ একাংশই অনুভৱ কৰে যে একাধিক দাবীদাৰৰ মাজৰ পৰা মুখ্যমন্ত্ৰী নিৰ্বাচন  কৰাটোৱে এতিয়া কংগ্ৰেছৰ বাবে মূৰৰ কামোৰণি হ’বলৈ আগবাঢ়িছে।

প্ৰতিভাৰ পিছত কংগ্ৰেছত চৰ্চিত হৈ থকা নামটো হৈছে তিনিবাৰৰ বিধায়ক সুখবিন্দৰ সিং সুখু। তেওঁ এই নিৰ্বাচনত নাদাউনৰ পৰা প্ৰতিদ্বন্দিতা কৰিছিল। সুখু ২০১৩ চনৰ পৰা ২০১৯ চনলৈ হিমাচল প্ৰদেশৰ কংগ্ৰেছ কমিটিৰ সভাপতি আছিল। এই নিৰ্বাচনত সুখুক প্ৰচাৰ সমিতিৰ মুখ্য দায়িত্ব দিয়া হৈছিল।

লগতে পঢ়ক: কোন জিকিল পাঁচখন ৰাজ্যৰ বিধান সভাৰ উপনিৰ্বাচনত ??

উল্লেখ্য, বীৰভদ্ৰৰ পৰিয়ালৰ সৈতে সুখুৰ সম্পৰ্ক খুব ভাল নহয়। কিন্তু তাৰ পাছতো তেওঁক কংগ্ৰেছ হাইকমাণ্ডে প্ৰচাৰ সমিতিৰ মুৰব্বীৰ দায়িত্ব প্ৰদান কৰে। দলৰ এক সূত্ৰ অনুসৰি, সিঙে সুখুক নিৰ্বাচনত টিকট দিয়াৰ ক্ষেত্ৰত তীব্ৰ আপত্তি জনাইছিল।

মুখ্যমন্ত্ৰীৰ বাবে মুকেশ অগ্নিহোত্ৰীৰ নামো আহিবলৈ আৰম্ভ কৰিছে। বীৰভদ্ৰৰ পৰিয়ালৰ সৈতে মুকেশৰ ভাল সম্পৰ্ক আছে। ৰাজনীতিবিদসকলৰ এটা অংশই অনুভৱ কৰে যে প্ৰতিভা মুখ্যমন্ত্ৰীৰ দৌৰত পিছ পৰি থাকিলেও তেওঁ মুকেশক এই পদৰ বাবে সমৰ্থন কৰিব পাৰে। মুকেশ উনা জিলাৰ হাৰোলী বিধানসভা সমষ্টিৰ চাৰিবাৰৰ বিধায়ক।

মুখ্যমন্ত্ৰী পদৰ দৌৰত চতুৰ্থ নামটো হৈছে ঠাকুৰ কাল সিং। তেওঁ হিমাচল কংগ্ৰেছৰ জ্যেষ্ঠতম নেতা। দাৰাং বিধানসভা সমষ্টিৰ পৰা তেওঁ ৮ বাৰৰ বিধায়ক। তেওঁ বীৰভদ্ৰ চৰকাৰৰ এজন মন্ত্ৰী আছিল। পৰিয়ালটোৰ সৈতে তেওঁৰ সম্পৰ্কও ভাল। অৱশ্যে, তেওঁ মুখ্যমন্ত্ৰী পদৰ দাবীদাৰ হ’লেও বয়স তেওঁৰ মুখ্য বাধা হ’ব পাৰে। কলৰ বয়স এতিয়া ৭৭ বছৰ।

লগতে পঢ়ক: সুৰাৰ নিচাত! অভিনেত্ৰীৰ ভৰি চেলেকিছে ৰাম গোপাল বাৰ্মাই; ইণ্টাৰনেটত ভাইৰেল ‘লজ্জাজনক’ভিডিঅ’

মুখ্যমন্ত্ৰী হোৱাৰ দৌৰত আশা কুমাৰীও বেছি পিছ পৰি থকা নাই। ছয়বাৰৰ ডালহৌচিৰ বিধায়ক আশা কুমাৰীক পঞ্জাৱ কংগ্ৰেছৰ দায়িত্ব দিয়া হৈছে। কেৱল সেয়াই নহয়, তেওঁ ছত্তীশগড়ৰ মন্ত্ৰী টি এছ সিঙৰ ভগ্নীও। ইয়াৰ উপৰিও হৰ্ষবৰ্ধন চৌহান আৰু ৰাজেশ ধৰ্মনীৰ নামো চৰ্চালৈ আহিছে। হৰ্ষবৰ্ধন ৰাহুল গান্ধীৰ ঘনিষ্ঠ বুলিও জনাজাত।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd