• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কিয় ‘কা’ৰ সমৰ্থনত ভোট দিছিল অগপ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই? ক’লে অতুল বৰাই

নিজৰ দোষ ঢাকিবলৈ পূৰ্বৰ অগপ চৰকাৰকে সমালোচনা অতুল বৰাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 8, 2020 9:25 pm
10.5k
VIEWS
Share on FacebookShare on Twitter

কিয় ‘কা’ৰ সমৰ্থনত ভোট দিছিল অগপ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই? সেই কথা আজি বিৱৰী ক’লে অগপ সভাপতি অতুল বৰাই।

আজি আমবাৰীস্থিত অগপৰ মুখ্য কাৰ্য্যালয়ত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ পাছতে এই সন্দৰ্ভত মুখ খুলি চালে বেৰে কোবাই বক্তব্য ৰাখে অতুল বৰাই।

তেওঁ কয় ‘কংগ্ৰেছৰ ঔপনিৱেশিক শাসন ওৰ পেলাবৰ কাৰণে দিল্লীত ভাৰতীয় জনতা পাৰ্টীৰ সৈতে মিত্ৰতা কৰিছিলো। NDA ৰ পৰা কেতিয়াও আঁতৰি নাহো।’

‘যদি আমি ভোটটো কেবৰ বিৰুদ্ধে দিওঁ তেন্তে নীতিগতভাৱে আমি NDAৰ পৰা আঁতৰি আহিব লাগিব। তেনে স্বাৰ্থতে অসম গণ পৰিষদৰ যিগৰাকী সাংসদ আছিল তেঁৱো কেবৰ সপক্ষে ভোট দিছিল।‘ এইদৰে কয় অতুল বৰাই।

ইপিনে, কাৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছো বুলি দায়সৰা মন্তব্য কৰি বৰাই লগতে কয় ‘আমাৰ হাতত এটাই উপায় হৈছে সেয়া হৈছে আদালত। আদালতৰ বাহিৰে কা খন বাতিল কৰাৰ অন্য বিকল্প নাই। আমি বাস্তৱ দৃষ্টিভংগী ৰাখিয়েই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছো।‘

‘যদি কা খন বলবৎ হয় তেন্তে সময়ত সিদ্ধান্ত ল’ম, কিন্তু এতিয়া ধাৰণাৰ ওপৰত একো নকওঁ। অসম গণ পৰিষদ শাসনলৈ আহিলে বিদেশীখিনি খেদিব বুলি জনসাধাৰণে মিছা আশা কৰিছিল। অসম গণ পৰিষদে অকলে বিদেশী খেদিব নোৱাৰে। বাংলাদেশৰ লগত বুজা-বুজি কৰিবলৈ ভাৰত চৰকাৰৰ সহায় লাগিব।‘ নিজৰ দোষ ঢাকিবলৈ গৈ তাহানিৰ অগপ চৰকাৰকে সমালোচনা কৰে অতুল বৰাই।

ইপিনে, অতুল বৰাৰ মুখৰ পৰাই মিত্ৰতা অবিহনে যে দলটো শূন্য সেই কথা স্পষ্টকৈ প্ৰকাশ পায়।

তেওঁ কয় ‘আমি মিত্ৰতাৰ ৰাজনীতিত বিশ্বাস কৰো আৰু মিত্ৰতাৰ নীতিৰেই ভৱিষ্যতেও আগবাঢ়ি যাম। পূৰ্বেও চিপিআই, চিপিএম আৰু বিজেপিৰ লগত মিত্ৰতা হৈছে এইবাৰেই প্ৰথম নহয়।‘

Recent News

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd