• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোদীক পৰিবাৰৰ কথা নুসুধিলে কিয় অক্ষয় কুমাৰে?

প্ৰশ্ন অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
April 25, 2019 7:31 pm
Why didn't Akshay Kumar ask Modi about his wife? Asks Former Assam CM Gogoi

তৰুণ গগৈৰ ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধান মন্ত্ৰিত্বৰ পাঁচ বছৰীয়া কাৰ্য্যকালত এখনো সংবাদমেল সম্বুধিবলৈ “সাহস নকৰা” নৰেন্দ্ৰ মোদীয়ে বলিউদ অভিনেতা অক্ষয় কুমাৰক দিয়া “অৰাজনৈতিক সাক্ষাৎকাৰ”ক তীব্ৰ সমালোচনা কৰিছে অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে।

দেশৰ সাধাৰণ নিৰ্বাচনৰ মাজতে লোৱা সাক্ষাৎকাৰটো “ফিক্সাৰ” বুলি মন্তব্য কৰি গগৈৰ প্ৰশ্ন ব্যক্তিগত জীৱনক লৈ কথা পতা সাক্ষাৎকাৰত মোদীৰ পৰিবাৰৰ কথা নুসুধিলে কিয় অক্ষয় কুমাৰে?

Apply Now

“অক্ষয় কুমাৰে মোদীৰ ব্যক্তিগত জীৱনক লৈ কথা পাতিছে।….অক্ষয় কুমাৰে নৰেন্দ্ৰ মোদীৰ পৰিবাৰৰ কথা নুসুধিলে কিয়? ৰে’লৱে ষ্টে’চনত তেওঁ চাহ বিক্ৰী কৰাৰ কথা নুসুধিলে কিয়?” সাক্ষাৎকাৰটোক “নাটক” বুলি উল্লেখ কৰি বৃ্হস্পতিবাৰে গুৱাহাটীত সংবাদমেলত গগৈৰ প্ৰশ্ন।

আনহাতে মনমোহন সিঙৰ দৰে পূৰ্বৰ প্ৰধান মন্ত্ৰীক “নিমাতী” বুলি অভিহিত কৰা মোদীয়ে যোৱা ৫ বছৰে এখনো সংবাদমেল সম্বোধন নকৰাক লৈয়ো সমালোচনা কৰিছে গগৈয়ে।

“আজি পাঁচ বছৰত তেওঁৰ সাংবাদিকৰ মুখামুখি হ’বলৈ সাহস নহ’ল। নেহৰুৰ পৰা আৰম্ভ কৰি মনমোহন সিঙলৈ সকলো প্ৰধান মন্ত্ৰীক নিমাতী বুলি কয়। মোদীয়ে বৰ বৰ কথা কয়, কিন্তু এইজনেই প্ৰথম প্ৰধান মন্ত্ৰী যিয়ে পাঁচ বছৰত সংবাদ মাধ্যমৰ সন্মুখত কথা ক’বলৈ সাহস নকৰিলে,” প্ৰাক্তন মুখ্য মন্ত্ৰীজনৰ মন্তব্য। কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ চলি থকা সময়ত নৰেন্দ্ৰ মোদী্য়ে তদানীন্তন প্ৰধান মন্ত্ৰী মনমোহন সিঙক “মৌন মোহন” আখ্যা দিছিল।

গগৈয়ে কয়, পাঁচ বছৰত মোদীয়ে “কি কি কৰিলে” সেয়াহে ৰাইজে জানিব বিচাৰে।

“বিমুদ্ৰাকৰণ, জি এচ টিৰ ফলত কি কি লাভ হ’ল, দেশৰ নিবনুৱা সমস্যা, কৃষকৰ সমস্যা আদি বিষয়লৈহে সাক্ষাৎকাৰ হ’ব লাগিছিল,” গগৈয়ে কয়।

প্ৰধান মন্ত্ৰীৰ সৈতে সাক্ষাৎকাৰটোত “কাপোৰ ধোৱা, মিঠাই পঠিওৱা” আদি বিষয়ে ঠাই পোৱাটোকো প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে সমালোচনা কৰে।

“মোদীয়ে যিবিলাক কথা কৈছে সেয়া কোনে নকৰে? কোন প্ৰধান মন্ত্ৰীয়ে কাপোৰ ধোৱা নাই? কোনে কালৈ মিঠাই পঠিয়াই– এইবিলাক বাৰু সাক্ষাৎকাৰৰ বিষয় নে?” গগৈৰ মত।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd