• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কিয় এতিয়াও কার্যকৰী হোৱা নাই মহিলা সংৰক্ষণ আইন? কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন দিল্লী হাইকোৰ্টৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 13, 2025 9:00 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নৰেন্দ্ৰ মোদী চৰকাৰে ২০২৩ চনত মহিলা সংৰক্ষণ বিধেয়ক (নাৰী ​​শক্তি বন্দন অধিনিয়ম) গৃহীত কৰি লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ এক তৃতীয়াংশ আসন মহিলাৰ বাবে সংৰক্ষণ কৰে। কিন্তু এতিয়াও কাৰ্যকৰী হোৱা নাই। এই আইনখন কিয় স্থবিৰ হৈ আছে সেই সন্দৰ্ভত কেন্দ্ৰৰ পৰা স্পষ্টীকৰণ বিচাৰিছে দিল্লী উচ্চ ন্যায়ালয়ে।

মহিলা সুৰক্ষা আইনখনৰ ৰূপায়ণ স্থবিৰ হৈ পৰাক লৈ দিল্লী উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰা হৈছে। আইনী বাতৰি ৱেবছাইট ‘বাৰ এণ্ড বেঞ্চ’ৰ মতে, বাদীজনৰ বক্তব্য অনুসৰি সংবিধানৰ ৩৩৪এ অনুচ্ছেদৰ বাবেই এই জটিলতা সৃষ্টি হৈছে। সেই গোচৰত তেওঁ সেই লেখাটোৰ গ্ৰহণযোগ্যতাক প্ৰত্যাহ্বান জনাই গোচৰ তৰে। এই লেখা অনুসৰি বিধানসভা বা লোকসভাৰ আসনৰ সীমা নিৰ্ধাৰণৰ কাম সম্পূৰ্ণ হোৱাৰ পাছত মহিলা সংৰক্ষণ কাৰ্যকৰী হোৱাৰ কথা।

Apply Now

বুধবাৰে দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ দেৱেন্দ্ৰ কুমাৰ উপাধ্যায়ৰ বিচাৰপীঠৰ সন্মুখত শুনানিৰ বাবে এই গোচৰটো আহিছিল। আদালতে বাদীগৰাকীৰ বক্তব্যৰ পোহৰত কেন্দ্ৰীয় চৰকাৰৰ পৰা সঁহাৰি বিচাৰিছে। আসন পুনৰ আবণ্টন সম্পূৰ্ণ নোহোৱালৈকে মহিলাৰ সংৰক্ষণ কিয় স্থগিত ৰখা হৈছে সেই কথা বুজাবলৈ কেন্দ্ৰক কোৱা হৈছে। তদুপৰি এই সন্দৰ্ভত এটৰ্নী জেনেৰেল আৰু বেংকত্ৰামণিৰ পৰাও সঁহাৰি বিচৰা হৈছে।

লোকসভা আৰু বিধানসভাৰ আসনৰ পুনৰ আবণ্টন নিজ নিজ অঞ্চলৰ জনসংখ্যাৰ ওপৰত নিৰ্ভৰ কৰে। তেনে ক্ষেত্ৰত নতুন লোকপিয়লৰ তথ্য প্ৰকাশ পোৱাৰ পাছতহে আসনসমূহ পুনৰ নিৰ্ধাৰণ কৰিব পৰা যাব। অৱশ্যে কেতিয়া লোকপিয়ল অনুষ্ঠিত হ’ব সেয়া এতিয়াও স্পষ্ট হোৱা নাই। এনে পৰিস্থিতিত মহিলা সুৰক্ষা আইনখনে ৰাষ্ট্ৰপতিৰ অনুমোদন লাভ কৰিলেও লোকপিয়ল এতিয়াও বাকী আছে। ফলত সংসদ বা ৰাজ্যিক বিধানসভাত এতিয়াও এক তৃতীয়াংশ মহিলা সংৰক্ষণ আইন কাৰ্যকৰী হোৱা নাই।

কেন্দ্ৰই ২০২৩ চনত সংসদত উত্থাপন কৰিছিল ‘নাৰী শক্তি বন্দন বিধেয়ক’। কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে ইয়াক ১২৮ সংখ্যক সাংবিধানিক সংশোধনী বিধেয়ক হিচাপে লোকসভাত উত্থাপন কৰে। এই বিধেয়কখনৰ সমৰ্থনত ৪৫৪জন সাংসদে ভোট দিয়ে। মাত্ৰ দুজন লোকেহে বিধেয়কখনৰ সংশোধনীৰ বিৰুদ্ধে ভোটদান কৰে। ৰাজ্যসভাতো বৃহৎ সংখ্যাগৰিষ্ঠতাৰে বিধেয়কখন গৃহীত হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদ সাংবিধানিক অধিকাৰ, কেৱল আন্দোলনৰ অজুহাতত লাঠীচালনা গ্ৰহণযোগ্য নহয়: উচ্চতম ন্যায়ালয়

শান্তিপূৰ্ণ প্ৰতিবাদ সাংবিধানিক অধিকাৰ, কেৱল আন্দোলনৰ অজুহাতত লাঠীচালনা গ্ৰহণযোগ্য নহয়: উচ্চতম ন্যায়ালয়

July 27, 2026 2:51 pm
ইথানল বিতৰ্ক: ভুৱা পোষ্টৰ বিৰুদ্ধে বম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিল নীতিন গাডকাৰী

ইথানল বিতৰ্ক: ভুৱা পোষ্টৰ বিৰুদ্ধে বম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিল নীতিন গাডকাৰী

July 27, 2026 2:28 pm
কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

July 27, 2026 12:53 pm
আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদ সাংবিধানিক অধিকাৰ, কেৱল আন্দোলনৰ অজুহাতত লাঠীচালনা গ্ৰহণযোগ্য নহয়: উচ্চতম ন্যায়ালয়

শান্তিপূৰ্ণ প্ৰতিবাদ সাংবিধানিক অধিকাৰ, কেৱল আন্দোলনৰ অজুহাতত লাঠীচালনা গ্ৰহণযোগ্য নহয়: উচ্চতম ন্যায়ালয়

July 27, 2026 2:51 pm
ইথানল বিতৰ্ক: ভুৱা পোষ্টৰ বিৰুদ্ধে বম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিল নীতিন গাডকাৰী

ইথানল বিতৰ্ক: ভুৱা পোষ্টৰ বিৰুদ্ধে বম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিল নীতিন গাডকাৰী

July 27, 2026 2:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd