• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কি কয় গৱেষকে? কিয় কোভিড-১৯ প্ৰতিৰোধী শক্তি বেছি ভাৰতীয়ৰ?

এন ই নাও নিউজ by এন ই নাও নিউজ
November 2, 2020 3:24 pm
India corona

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশুদ্ধ খোৱাপানীৰ অভাৱ, অস্বাস্থ্যকৰ খাদ্য গ্ৰহণ, প্ৰদূষিত বায়ু সেৱন আৰু ঘন বসতিৰ মাজত বাস কৰা কোটি কোটি ভাৰতীয়ই হাৰ্টৰ বেমাৰ, শ্বাস-প্ৰশ্বাসজনিত ৰোগ, কেন্সাৰ তথা ডায়েবেটিছত আক্ৰান্ত হোৱাৰ কথা গৱেষকসকলে প্ৰকাশ কৰিছে।

অকল বায়ু প্ৰদূষণেই প্ৰতিবছৰে দহ লাখতকৈয়ো অধিক লোকৰ মৃত্যু ঘটায় বুলি চৰকাৰী প্ৰতিবেদন প্ৰকাশ পাইছে।

Apply Now

বিশ্ব স্বাস্থ্য সংস্থাই কোভিড-১৯ৰ বিৰুদ্ধে স্বাস্থ্যৰ সুৰক্ষাৰ ক্ষেত্ৰত বিশুদ্ধ পানী, পৰিচ্ছন্নতা আৰু স্বাস্থ্যকৰ পৰিৱেশৰ প্ৰয়োজন বুলি দোহাৰি আহিছে।

বিশ্ব স্বাস্থ্য সংস্থা আৰু য়ুনিচেফৰ এক অধ্যয়নত কোৱা হৈছে যে বিশ্বৰ প্ৰায় ৪০শতাংশ জনসংখ্যাই উন্নয়নশীল ৰাষ্ট্ৰসমূহত বসবাস কৰে আৰু তেওঁলোকৰ প্ৰাথমিকভাৱে হাত থোৱাৰ সুবিধাৰো অভাৱ।

কাউন্সিল অফ ছায়েন্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্ছৰ মতে এনেধৰণৰ স্বাস্থ্যসেৱাৰ সুবিধা, স্বাস্থ্যকৰ তথা পৰিচ্ছন্নতাৰ অভাৱত ভোগা দেশসমূহত অধিক সংক্ৰামক ৰোগৰ ঘটনা ঘটা বুলি প্ৰায়েই ভৱা হয় যদিও কোভিড-১৯ৰ ক্ষেত্ৰত নিম্ন-মজলীয়া আয়ৰ এই দেশসমূহত ই ভুল ধাৰণা হিচাপে প্ৰমানিত হৈছে।

বিশ্বৰ জনসংখ্যাৰ ফালৰ পৰা বৃহত্তম দেশ হিচাপে ভাৰতত কৰ’নাত আক্ৰান্তৰ সংখ্যাও সিমান উদ্বেগজনক হৈ উঠা নাই আৰু বিশ্বৰ মৃত্যুৰ হাৰৰ মাত্ৰ ১০শতাংশহে ভাৰতত হৈছে।

শেহতীয়াভাৱে ভাৰতীয় বিজ্ঞানীৰ নতুন গৱেষণাই প্ৰকাশ কৰা মতে কম স্বাস্থ্যকৰ, বিশুদ্ধ খোৱা পানীৰ অভাৱ আৰু অপৰিচ্চন্ন অৱস্থাই প্ৰকৃততে মাৰাত্মক কোভিড-১৯ৰ পৰা বহু লোকৰ জীৱন বচাইছে।

বিজ্ঞানীসকলে স্পষ্ট কৰি দিছে যে মানুহে ক্ৰমাগতভাৱে যিটো পৰিৱেশৰ সৈতে মিলি বাস কৰে সেই পৰিৱেশটোৰ প্ৰভাৱ শৰীৰত পৰে।

চৌপাশৰ অপৰিচ্ছন্ন পৰিৱেশৰ পৰা সৃষ্টি হোৱা বিভিন্ন প্ৰকাৰৰ বীজাণু তথা উপাদানে শৰীৰক প্ৰতিকূল পৰিৱেশৰ সৈতে যুঁজাত সহায় কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm
মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

September 13, 2026 8:56 pm
ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

September 13, 2026 8:10 pm
সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

September 13, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm
মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

September 13, 2026 8:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd