• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home মনোৰঞ্জন চলচ্চিত্ৰ

নেটফ্লিক্সৰ নতুন ধাৰাবাহিক ‘এডোলেসেন্স’-এ কিয় আলোড়ন তুলিছে? 

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 3, 2025 7:00 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাত্ৰ চাৰিটা খণ্ড, কোনো বেছি অভিনেতাও নাই, তথাপি সম্পপ্ৰতি নেটফ্লিক্সৰ নতুন ধাৰাবাহিক ‘এডোলেসেন্স’ সমগ্ৰ বিশ্ব জুৰি চৰ্চিত হৈ পৰিছে। মাৰ্চ মাহত মুক্তি লাভ কৰা এই ধাৰাবাহিক খনে এতিয়ালৈকে ১০ কোটিতকৈও বেছি দৰ্শকে চাইছে। সমান্তৰাল কৈ সমাজত এক নতুন চিন্তাৰ উজাগৰ কৰিছে এই ধাৰাবাহিকখনে। কিন্তু কিয় ইমান জনপ্ৰিয় হৈ পৰিছে ‘এডোলেসেন্স’? 

ধাৰাবাহিকটোৰ মূল কাহিনীটো এনে ধৰণৰ-

Apply Now

১৩ বছৰৰ কিশোৰ জেমি(অভিনয়ত অ’ৱেন কুপাৰ) কেন্দ্ৰ কৰি গঢ় লৈছে কাহিনীটো। জেমিয়ে তাৰ শ্ৰেণীৰ এজনী ছোৱালীক হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হয়। তাৰ পিছত তদন্ত আৰু আদালতৰ প্ৰক্ৰিয়াই ধাৰাবাহিকটোৰ মূল বিষয়। 

কাহিনীটোত এটা ফালে আদালতত প্ৰমাণৰ দ্বন্দ্ব, আনফালে পৰিয়ালৰ সন্তানৰ প্ৰতি অটুট বিশ্বাস—এই দুয়োটা মিলি দৰ্শকক এক অভিনৱ অভিজ্ঞতা প্ৰদান কৰিছে। 

ফিলিপ বাৰান্টিনিয়ে পৰিচালনা কৰা ধাৰাবাহিকখনৰ প্ৰতিটো খণ্ডৰ শ্বুটিং এটা টেকত কৰা হৈছিল। যি দৰ্শকক এক সুকীয়া অভিজ্ঞতা প্ৰদান কৰিছে। দীঘলীয়া অনুশীলন অবিহনে এই ধৰণৰ দৃশ্যগ্ৰহণ অপৰিকল্পনীয়। মন কৰিবলগীয়া যে ইয়াৰ পূৰ্বে অস্কাৰজয়ী ছবি ‘বাৰ্ডমেন’ৰ দৃশ্যগ্ৰহণো নিৰ্মাতাসকলে একে ধৰণেৰে কৰিছিল।

ধাৰাবাহিকখনত কিশোৰ-কিশোৰীৰ মনস্তত্ত্ব, সামাজিক মাধ্যমৰ প্ৰভাৱ, পৰিয়াল আৰু বন্ধুৰ মাজৰ সম্পৰ্ক—এইবোৰক অতি সূক্ষ্মভাৱে তুলিধৰিছে ধাৰাবাহিকখনে। ইতিমধ্যে ব্ৰিটেইনত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত যৌনবিদ্বেষ ৰোধ কৰিবলৈ এই ধাৰাবাহিক দেখুৱাৰ প্ৰস্তাৱ কৰা হৈছে। 

সকলোৰে অভিনয়েই উৎকৃষ্ট, বিশেষকৈ অ’ৱেন কুপাৰ (জেমি) আৰু ষ্টিফেন গ্ৰাহাম (জেমিৰ দেউতাক এডি)ৰ অভিনয়ে দৰ্শকক বিশেষভাৱে আৱেগিক কৰি তোলে। 

কিয় চাব লাগে এই ধাৰাবাহিক? 

ধাৰাবাহিকখিনে কিশোৰ-কিশোৰীৰ মনৰ কথাবোৰ বুজিবলৈ। পৰিয়াল আৰু সমাজৰ দ্বন্দ্বৰ এক বাস্তৱক বুজি উঠিব, যুৱক-যুৱতী আৰু ন্যায়ৰ বিষয়ে গুৰুত্বপূৰ্ণ আলোচনাৰ অৱকাশ অভিনয় আৰু দৃশ্যগ্ৰহণৰ অভিনৱ শৈলীয়ে ধাৰাবাহিকখন উপভোগ্য কৰি তুলিছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উত্তৰ প্ৰদেশক ভাঙি পৃথক ৰাজ্য, বিধানসভা নিৰ্বাচনৰ পূৰ্বে সৰৱ এনডিএৰ মিত্ৰদল; বাৰাণসীক ৰাজধানী কৰাৰ আহ্বান

উত্তৰ প্ৰদেশক ভাঙি পৃথক ৰাজ্য, বিধানসভা নিৰ্বাচনৰ পূৰ্বে সৰৱ এনডিএৰ মিত্ৰদল; বাৰাণসীক ৰাজধানী কৰাৰ আহ্বান

September 22, 2026 10:09 am
১৯৭১ৰ সলনি ১৯৭৯ হ’ব বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ! খিলঞ্জীয়াৰ নতুন সংজ্ঞাই সলনি কৰিব নেকি অসমৰ জনগাঁথনি?

১৯৭১ৰ সলনি ১৯৭৯ হ’ব বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ! খিলঞ্জীয়াৰ নতুন সংজ্ঞাই সলনি কৰিব নেকি অসমৰ জনগাঁথনি?

September 22, 2026 9:23 am
নিষেধাজ্ঞাৰ প্ৰত্যুত্তৰ বৰ্জন! ট্ৰাম্পৰ বিৰুদ্ধে আমেৰিকাৰ টেলিভিছন চেনেলসমূহৰ অভূতপূৰ্ব স্থিতি

নিষেধাজ্ঞাৰ প্ৰত্যুত্তৰ বৰ্জন! ট্ৰাম্পৰ বিৰুদ্ধে আমেৰিকাৰ টেলিভিছন চেনেলসমূহৰ অভূতপূৰ্ব স্থিতি

September 22, 2026 9:06 am
ইউক্ৰেইন সংঘাতৰ মাজতো বেলট যুদ্ধত অক্ষত মস্কোৰ দুৰ্গ! ৰাছিয়াৰ নিৰ্বাচনত পুটিন ধুমুহাত ধূলিস্যাৎ বিৰোধী

ইউক্ৰেইন সংঘাতৰ মাজতো বেলট যুদ্ধত অক্ষত মস্কোৰ দুৰ্গ! ৰাছিয়াৰ নিৰ্বাচনত পুটিন ধুমুহাত ধূলিস্যাৎ বিৰোধী

September 22, 2026 8:07 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তৰ প্ৰদেশক ভাঙি পৃথক ৰাজ্য, বিধানসভা নিৰ্বাচনৰ পূৰ্বে সৰৱ এনডিএৰ মিত্ৰদল; বাৰাণসীক ৰাজধানী কৰাৰ আহ্বান

উত্তৰ প্ৰদেশক ভাঙি পৃথক ৰাজ্য, বিধানসভা নিৰ্বাচনৰ পূৰ্বে সৰৱ এনডিএৰ মিত্ৰদল; বাৰাণসীক ৰাজধানী কৰাৰ আহ্বান

September 22, 2026 10:09 am
১৯৭১ৰ সলনি ১৯৭৯ হ’ব বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ! খিলঞ্জীয়াৰ নতুন সংজ্ঞাই সলনি কৰিব নেকি অসমৰ জনগাঁথনি?

১৯৭১ৰ সলনি ১৯৭৯ হ’ব বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ! খিলঞ্জীয়াৰ নতুন সংজ্ঞাই সলনি কৰিব নেকি অসমৰ জনগাঁথনি?

September 22, 2026 9:23 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd